ইম্ফলৰ জুডিঅ’ বিপণীত কৃপাণক লৈ বিতৰ্ক আৰু শিৱসাগৰত শিখ যুৱকৰ প্ৰতিক্ৰিয়া

মণিপুৰৰ ইম্ফলত থকা জুডিঅ’ নামৰ কাপোৰৰ বিপণী এখনত শেহতীয়াকৈ এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ কেন্দ্ৰবিন্দু আছিল দুজন শিখ ধৰ্মাৱলম্বী...

Read moreDetails

সামাজিক মাধ্যমৰ পৰা আঁতৰালে ‘বুং’ ছবিৰ জৰিয়তে ইতিহাস সৃষ্টি কৰা লক্ষ্মীপ্ৰিয়া দেৱীৰ ভাষণ: বাফটাৰ বিৰুদ্ধে সৰৱ নেটিজেন

যোৱা ২২ ফেব্ৰুৱাৰীত মণিপুৰৰ পৰিচালক লক্ষ্মীপ্ৰিয়া দেৱীৰ 'বুং' (Boong) ছবিয়ে চলিত বৰ্ষৰ বাফটা বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ শিশু আৰু পাৰিবাৰিক...

Read moreDetails

হলিউডৰ সৈতে ফেৰ মাৰি ‘বাফটা’ৰ মঞ্চত উজলিল মণিপুৰী ছবি ‘বুং’

৭৯ সংখ্যক বাফটাৰ (BAFTA) মঞ্চত ৰচিত হ’ল ইতিহাস। হলিউডক অতিক্ৰমি ভাৰতীয় ছবিয়ে আজুৰি আনিলে বঁটা। ফাৰহান আখতাৰ আৰু ৰিতেশ সিধৱানীৰ...

Read moreDetails

দীৰ্ঘদিন চিকিৎসাধীন হৈ থকাৰ পিছত মৃত্যুক সাৱটিলে মণিপুৰৰ হিংসাত আহত বিজেপি বিধায়কে

মণিপুৰৰ বিজেপি বিধায়ক ভুংজাগিন ভল্টেৰ মৃত্যু ঘটিছে। দুবছৰ পূৰ্বে মণিপুৰত সংঘটিত হোৱা গোষ্ঠীগত সংঘৰ্ষৰ সময়ত তেওঁ আহত হৈছিল। তেতিয়াৰ পৰাই...

Read moreDetails

মণিপুৰত পুনৰ উত্তেজনা, উখৰুল জিলাৰ লিটান অঞ্চলত দুই জনগোষ্ঠীৰ মাজত সংঘৰ্ষ

ৰাষ্ট্ৰপতিৰ শাসন প্ৰত্যাহাৰৰ পিছত মণিপুৰত গঠন হৈছে নতুন চৰকাৰ। কিন্তু  উত্তৰ-পূৰ্বাঞ্চলৰ এই ৰাজ্যখনত হিংসা বন্ধ হোৱা নাই। দেওবাৰে উখৰুল জিলাত...

Read moreDetails

নতুন চৰকাৰ গঠনৰ পিছত উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত নিৰাপত্তাৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ সংঘৰ্ষ

নতুন চৰকাৰ গঠনৰ পিছতে উত্তপ্ত হৈ পৰিছে মণিপুৰ। বৃহস্পতিবাৰে সন্ধিয়া মণিপুৰৰ চুৰাচান্দপুৰ আৰু টুইবুং অঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ সংঘৰ্ষ ঘটে।...

Read moreDetails

ঘৰৰ মাটিত অভিলেখৰ ধুমুহা! তিনিটা ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি সোণৰ পদক জয় মীৰাবাই চানুৰ

অলিম্পিকৰ ৰূপৰ পদক বিজয়ী মীৰাবাই চানুৱে ঘৰুৱা মঞ্চত যে তেওঁৰ প্ৰতিভা এতিয়াও অক্ষুন্ন আছে সেই কথা প্ৰমাণ কৰিলে। বুধবাৰে উত্তৰ...

Read moreDetails

অৱশেষত অনুশোচনা! প্ৰাক্তন স্বামীক ক্ষমা খুজিলে মেৰিকমে

ব্যক্তিগত জীৱনক লৈ চলি থকা তীব্ৰ বিতৰ্কৰ মাজতেই অৱশেষত মুখ খুলিছে ৬ বাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ এম চি মেৰিকমে। শেহতীয়াকৈ...

Read moreDetails

মণিপুৰত শান্তি ঘূৰাই আনিবলৈ চৰকাৰৰ কঠোৰ পদক্ষেপ, বিদ্ৰোহী সংগঠনক নিয়ম মানিবলৈ সকীয়নি

মণিপুৰত শান্তি আৰু স্থিৰতা বজাই ৰখাৰ বাবে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। শেহতীয়াকৈ...

Read moreDetails

এন বীৰেন সিঙৰ অডিঅ’ ক্লিপ বিতৰ্ক: ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়লৈ পৰীক্ষাৰ বাবে পঠিয়াবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ বিৰুদ্ধে উত্থাপিত গুৰুত্বপূৰ্ণ অভিযোগৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে এক কঠোৰ স্থিতি গ্ৰহণ কৰিছে। সোমবাৰে অৰ্থাৎ...

Read moreDetails
Page 2 of 96 1 2 3 96

Stay Connected

Recent News