উত্তৰ-পূব

নিযুক্তিৰ নামত বিজেপিত সংঘটিত হোৱা কেলেংকাৰীৰ চি বি আই তদন্তৰ দাবী ৰাইজৰ দলৰ

নিযুক্তিৰ নামত বিজেপিৰ নেতা পালিনেতাই যে ব্যাপক ধনৰ লেন দেনত লিপ্ত হৈছিল, সেইয়া এতিয়া দিনৰ পোহৰৰ দৰেই স্বচ্ছ হৈ পৰিছে...

Read moreDetails

সৰিয়হৰ ডলিতেই ভূত ! খোদ এফ চি আইৰ বিষয়াই অবৈধভাবে সৰবৰাহ কৰিছে চাউলৰ ট্ৰাক

শেহতীয়াকৈ পোহৰলৈ আহিছে ভাৰতীয় খাদ্য নিগম চমুকৈ এফ চি আইত সংঘটিত হোৱা এক ভয়ংকৰ অনিয়মৰ তথ্য। ওদালগুৰি জিলাৰ টংলাৰ নিকটৱৰ্তী...

Read moreDetails

কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ গোচৰত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰসংগও টানি  আনিলে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে

২০১৯ চনৰ ৫ আগষ্টত কেন্দ্ৰীয় চৰকাৰে সংসদত সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই সিদ্ধান্তৰ পিছতেই জম্মু-কাশীৰে নিজৰ...

Read moreDetails

শান্তি কেতিয়া! পুনৰ ৰক্তাক্ত মণিপুৰ; প্ৰচণ্ড গুলীবৰ্ষণত দুগৰাকীৰ মৃত্যু

পুনৰ উত্তপ্ত হৈ উঠিছে মণিপুৰ। কেইদিনমানৰ সাময়িক শান্তিৰ পিছত কালি ৰাজ্যখন পুনৰ ৰক্তাক্ত হৈ উঠিল। কুকি অধ্যুষিত চুৰাচান্দপুৰ আৰু মেইটেই...

Read moreDetails

চীনক চিনাই টান! চীনে প্ৰকাশ কৰা মানচিত্ৰত অৰুণাচল, আকচাই চিন; পুনৰ প্ৰৰোচনা?

আকৌ চীনৰ প্ৰৰোচনা! এইবাৰ চীনে ভাৰতৰ বিশাল অঞ্চলক নিজৰ বুলি দাবী কৰি এখন মানচিত্ৰ প্ৰকাশ কৰিছে। চৰকাৰী কাৰ্যালয়ৰ পৰাই প্ৰকাশ...

Read moreDetails

মানুহৰ মগজুত প্ৰথমবাৰৰ বাবে পোৱা গ’ল জীৱন্ত কৃমি; মহিলাৰ মগজুৰ ভিতৰত উদ্ধাৰ মাৰাত্মক পেলু

এইবাৰ প্ৰথমবাৰৰ বাবে মানুহৰ মগজুত পোৱা গ’ল এক জীৱন্ত কৃমি বা পেলু। ৬৪ বছৰীয়া অষ্ট্ৰেলিয়ান মহিলাৰ মগজুত উদ্ধাৰ হৈছে এই...

Read moreDetails

ইৰাকত বোমা বিস্ফোৰণেৰে ৩২৩ জন লোকক হত্যাৰ গোচৰত কাৰ্যকৰী কৰা হ‘ল ৩ জনৰ মৃত্যুদণ্ড

ইৰাকত সংঘটিত গাড়ী বোমা আক্ৰমণৰ সৈতে জড়িত তিনিজন লোকক ফাঁচী দিয়া হৈছে। এই ঘটনাত কমেও ৩২৩ জন লোকৰ মৃত্যু হোৱাৰ...

Read moreDetails

উফন্দি উঠিছে ব্ৰহ্মপুত্ৰকে ধৰি ইয়াৰ উপনৈসমূহ; ৰাজ্যত বানত এতিয়ালৈকে ১৫ জন লোকৰ মৃত্যু

বান পৰিস্থিতিয়ে ৰাজ্যত পুনৰ উদ্বেগৰ সৃষ্টি কৰিছে। প্ৰায় দুই লাখ লোক এই বানত ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যৰ বিভিন্ন অঞ্চল নৈসমূহৰ বাঢ়নী...

Read moreDetails

ইছৰোৰ আদিত্য এল ১ অভিযানত গুৰুত্বপূৰ্ণ ভূমিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ISRO) অভিলাষী আদিত্য এল ১ অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সাজু হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষক...

Read moreDetails

ইতিহাসত প্ৰথমবাৰৰ বাবে পাকিস্তানত ভাৰতীয় মিছনৰ নেতৃত্ব দিব এগৰাকী মহিলাই

স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে পাকিস্তানত ভাৰতৰ মিছনৰ নেতৃত্ব দিব এগৰাকী মহিলাই। ইছলামবাদৰ নতুন চাৰ্জ ডি এফেয়াৰ্ছ (চিডিএ) হ’ব ২০০৫ চনৰ...

Read moreDetails
Page 1069 of 6191 1 … 1,068 1,069 1,070 … 6,191

Stay Connected

Recent News