উত্তৰ-পূব

কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া! উপ-মুখ্যমন্ত্ৰী শিৱকুমাৰ; জনালে কংগ্ৰেছে

কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ল সিদ্দাৰামাইয়া। উপ-মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে। কৰ্ণাটক বিধানসভা নিৰ্বাচনত জয়লাভৰ ৫...

Read moreDetails

মণিপুৰত ঘটা হিংসাত্মক ঘটনাত অসম নাগৰিক সমাজৰ উদ্বেগ প্ৰকাশ

আমাৰ চুবুৰীয়া ৰাজ্য মণিপুৰ সম্প্ৰতি ভয়ানক ভ্ৰাতৃঘাতী সংঘৰ্ষত জৰ্জৰিত। ইতিমধ্যে এই সংঘৰ্ষত মণিপুৰৰ ভালেমান লোকে প্ৰাণ হেৰুৱাইছে আৰু কেবাহাজাৰ লোক...

Read moreDetails

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মানহানিৰ গোচৰত লিপিবদ্ধ কংগ্ৰেছ নেতাৰ বক্তব্য

কংগ্ৰেছ দলৰ নেত্ৰী  ছোনিয়া গান্ধী আৰু নেতা ৰাহুল গান্ধীৰ সম্পৰ্কে কৰা “অশ্লীল” মন্তব্যক লৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ...

Read moreDetails

বজ্ৰপাত, ধুমুহা-বৰষুণে বিৰাজ কৰিব ৰাজ্যত : বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী

অহা চাৰিদিনলৈ বঙ্গোপসাগৰৰ পৰা উত্তৰ-পূৰ্ব ভাৰতলৈকে সমগ্ৰ অঞ্চলত বজ্ৰপাত, ধুমুহা আৰু প্ৰচুৰ বৃষ্টিপাত হ’ব। এই সাৱধানবাণী জাৰি কৰিছে বতৰ বিজ্ঞান...

Read moreDetails

কেন্দ্ৰীয় আইন মন্ত্ৰীৰ পদৰ পৰা আঁতৰোৱা হ’ল কিৰেণ ৰিজিজুক। কিন্তু কিয়?

কেন্দ্ৰীয় আইন মন্ত্ৰীৰ পদৰ পৰা আঁতৰোৱা হ’ল কিৰেণ ৰিজিজুক  কিন্তু কিয়? অৰুণাচল প্ৰদেশৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুক আঁতৰাই...

Read moreDetails

খাদ্যত বিষক্ৰিয়া! নগাঁৱত মধ্যাহ্ন ভোজন গ্ৰহণ কৰাৰ পাছতে অসুস্থ অৰ্ধশতাধিক শিক্ষাৰ্থী

বুধবাৰে নগাঁৱৰ এখন নিম্ন প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজন কৰাৰ পিছতেই বিদ্যালয় চৌহদত অসুস্থ হৈ পৰে অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰী। নগাঁও জিলাৰ কামপুৰ...

Read moreDetails

হত্যাৰ বলি হৈছিল নেকি জোনমণি! প্ৰত্যক্ষদৰ্শীৰ ভাষ্যই দিছে নতুন ইংগিত

সম্প্ৰতি ৰাজ্যত সবাতোকৈ চৰ্চিত হৈ পৰা আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাই আন এক গতি লাভ কৰিছে। পথ দুৰ্ঘটনাত জোনমণিৰ...

Read moreDetails

ইংৰাজীত ছপোৱা পুঠি নপঢায় শিক্ষকে! শিক্ষা বিভাগক দহ শিক্ষক সংগঠনৰ ভাবুকি!

শিক্ষা বিভাগৰ এক হঠকাৰী সিদ্ধান্তৰ বাবেই এতিয়া সংকটৰ সন্মুখীন হৈছে ৰাজ্য শিক্ষাৰ্থীৰ লগতে শিক্ষক সমাজ। শিক্ষা বিভাগৰ হঠকাৰী কৰ্মৰ বাবে...

Read moreDetails

সকাহ! সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভিক অগ্ৰিম জামিন প্ৰদান উচ্চতম ন্যায়ালয়ৰ

অংকিতা দত্তৰ হাৰাশাস্তিৰ গোচৰত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভিক উচ্চতম ন্যায়ালয়ে অগ্ৰিম জামিন প্ৰদান কৰিছে। এজাহাৰ (এফ আই আৰ)...

Read moreDetails

‘ভয়ৰ পৰিৱেশ সৃষ্টি নকৰিব’; ইডিক ‘সাৱধানবাণী’ উচ্চতম ন্যায়ালয়ৰ

ছত্তীশগড়কে ধৰি কেইবাখনো অবিজেপি শাসিত ৰাজ্যত বিভিন্ন ধৰণৰ বিত্তীয় কেলেংকাৰিৰ অভিযোগৰ তদন্ত প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) অব্যাহত ৰাখিছে। ছত্তীশগড় চৰকাৰৰ এটা...

Read moreDetails
Page 1144 of 6153 1 1,143 1,144 1,145 6,153

Stay Connected

Recent News