উত্তৰ-পূব

টুইটাৰ ব্যৱহাৰ কৰি ৰাষ্ট্ৰ বিৰোধী প্ৰচাৰ! চৌদি অধ্যাপকক মৃত্যুদণ্ডৰ ৰায় আদালতৰ

চৌদি আৰৱৰ সংস্কাৰবাদী অধ্যাপক আৱাদ আল-কাৰণিক চৌদি আদালতে মৃত্যুদণ্ড প্ৰদান কৰিছে। টুইটাৰ আৰু হোৱাটছএপত ৰাষ্ট্ৰ বিৰোধী সংবাদ প্ৰকাশ কৰাৰ বাবে...

Read moreDetails

‘ক্ৰিটিকছ চইচ এৱাৰ্ডছ’ত শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰকে ধৰি দুটাকৈ বঁটা লাভ RRRৰ

এছ এছ ৰাজামৌলীৰ 'আৰআৰআৰ'ক ক্ৰিটিকছ চইচ এৱাৰ্ডছত শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ হিচাপে নিৰ্বাচিত কৰা হৈছে। ছবিখনৰ 'নাটু নাটু' গানটোৱে একেটা...

Read moreDetails

প্ৰাক্তন আফগান মহিলা সাংসদক গুলীয়াই হত্যা; ৰহস্যজনক তথ্য প্ৰকাশ আৰক্ষীৰ

আফগানিস্তানৰ এগৰাকী প্ৰাক্তন মহিলা আইন প্ৰণেতা ৩২ বছৰীয়া মুৰ্চাল নবিজাদা আৰু তেওঁৰ দেহৰক্ষীক গুলীয়াই হত্যা কৰা হৈছে। ঘটনাটো আফগানিস্তানৰ ৰাজধানী...

Read moreDetails

দেশৰ ৪০ শতাংশতকৈও অধিক সম্পদ ধনীৰ হাতত; ডুবিছে দৰিদ্ৰ, পৰিশোধ কৰিছে অধিক কৰ!

ভাৰতত ধনী আৰু দৰিদ্ৰৰ মাজৰ ব্যৱধান আৰু অধিক বৃদ্ধি পাইছে। অক্সফামৰ  এক প্ৰতিবেদনত এই সন্দৰ্ভত তথ্য দাঙি ধৰা হৈছে। বৰ্তমান...

Read moreDetails

জুবিনক ধমক আক্ৰাছুৰ : কমতাপুৰত নিষিদ্ধ জুবিন

কমতাপুৰ ৰাজ্য গঠনৰ বিৰোধিতা কৰা জুবিন গাৰ্গক নামনী অসম তথা কমতাপুৰ ৰাজ্যত প্ৰৱেশৰ নিষিদ্ধ কৰিছে কোঁচ ৰাজবংশী ছাত্ৰ সন্থাই। জনপ্ৰিয়...

Read moreDetails

ব্ৰহ্মাণ্ড সুন্দৰী! আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰ’বনি গেব্ৰিয়েল হ’ল মিছ ইউনিভাৰ্ছ

এই বছৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ মুকুট পিন্ধোৱা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰ'বনি গেব্ৰিয়েলক। যোৱা বছৰৰ মিছ ইউনিভাৰ্ছ হৰ্নাজ সান্ধুৱে তেওঁক...

Read moreDetails

ভয়ংকৰ দুৰ্ঘটনা: ৬৮ জন যাত্ৰীক লৈ ৰানৱেত ভাঙি পৰিল বিমান; ৪০জনৰ মৃতদেহ উদ্ধাৰ

বছৰৰ আৰম্ভণিতে নেপালত এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। বিমানখন ৭২ জন যাত্ৰীৰ সৈতে দুৰ্ঘটনাত পতিত হয়। দেওবাৰে পুৱা প্ৰায়...

Read moreDetails

যোশীমঠক লৈ সংবাদ মাধ্যমৰ আগত মুখ নুখুলিবলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ নিৰ্দেশনা!

দেশৰ মহাকাশ গৱেষণা সংস্থাৰ (ISRO) এক প্ৰতিবেদন অনুসৰি যোশীমঠৰ তলৰ মাটি হঠাতে আঁতৰি যোৱা বুলি প্ৰকাশ পাইছিল। এই কথা পোহৰলৈ...

Read moreDetails

শীতৰ আমেজ, ভোগালীৰ উত্তাপত ৰীতি আৰু পৰম্পৰাৰে পালিত হৈছে অসমীয়াৰ সম্প্ৰীতিৰ বিহু ভোগালী

উৰুকাৰ ভোজ শেষ। এতিয়া মেজিৰ জুইত সংকল্প লোৱাৰ সময়। অসমীয়াৰ বাপতি সাহোন তিনিটি বিহুৰ অন্যতম এই মাঘ বিহু বা ভোগালী...

Read moreDetails

আজি মকৰ সংক্ৰান্তি: এই দিনটোৰ সৈতে কি সম্পৰ্ক মহাভাৰতৰ পিতামহ ভীষ্মৰ?

মকৰ সংক্ৰান্তি হিন্দুসকলৰ এক পৱিত্ৰ দিন। এই বছৰ ১৫ জানুৱাৰী ২০২৩ তাৰিখে সমগ্ৰ দেশতে মকৰ সংক্ৰান্তি উৎসৱ উদযাপন কৰা হৈছে।...

Read moreDetails
Page 1263 of 6156 1 1,262 1,263 1,264 6,156

Stay Connected

Recent News