Varun Dhawan reveals he was diagnosed with vestibular hypofunction বৰুণ ধাৱান এই মুহূৰ্তত বলীউৰ মূলসুঁতিৰ বাণিজ্যিক চলচ্চিত্ৰৰ অন্যতম জনপ্ৰিয় অভিনেতা।...
Read moreDetailsসংবাদ মেল আৰু অনুষ্ঠানৰ আয়োজকসকলৰ পৰা অননুমোদিত আৰু অবৈধভাৱে ধন সংগ্ৰহৰ সৈতে জড়িত একাংশ সাংবাদিকক গুৱাহাটী প্ৰেছ ক্লাবে কঠোৰভাৱে সকীয়াই...
Read moreDetailsগুজৰাটৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত কংগ্ৰেছে ৪৩ জন প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰিছে। বিশ্ব হিন্দু পৰিষদৰ নেতা প্ৰবীণ তোগাড়িয়াৰ সম্পৰ্কীয় ভাতৃ...
Read moreDetailsমাত্ৰ ২১ দিনীয়া এগৰাকী কন্যা শিশুৰ টিউমাৰ বুলি ভাবি অস্ত্ৰোপচাৰ কৰিবলৈ গৈ হতভম্ব চিকিৎসক! কণমানি শৰীৰটোতে তৈয়াৰ হৈছে একাধিক ভ্ৰূণ।...
Read moreDetailsযাযাবৰ হৈও তেওঁ আছিল মানুহৰ শিল্পী। তেওঁৰ সমগ্ৰ জীৱনৰ সৃষ্টিৰাজিত সেয়েহে মানৱতাৰ সুৰ অন্ত:সলিলা ফল্গুৰ দৰে বৈ আছে। ‘মানুহে মানুহৰ...
Read moreDetailsৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ খেৰছন অঞ্চলৰ পৰা অসামৰিক লোকসকলক বাধ্যতামূলকভাৱে স্থানান্তৰ কৰাৰ নিৰ্দেশ দিছে। বাতৰি মতে ইউক্ৰেইনৰ এই অঞ্চলটো...
Read moreDetailsএলন মাস্কে কি আৰম্ভ কৰিছে এইবোৰ! টুইটাৰৰ নতুন গৰাকী আৰু মুখ্য কাৰ্যবাহীগৰাকীয়ে সম্পূৰ্ণৰূপে একনায়কত্ববাদী আচৰণেৰে সকলোৰে চাকৰি কাঢ়ি লৈছে! টুইটাৰৰ...
Read moreDetailsছোনিয়া কন্যা তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীয়ে শুকুৰবাৰে হিমাচল প্ৰদেশৰ এখন জনসভাত কয় যে যদি তেওঁৰ দল কংগ্ৰেছ কেন্দ্ৰত...
Read moreDetailsপ্ৰদূষণে কালান্তক ৰূপধাৰণ কৰাৰ পিছতে বন্ধ কৰি দিয়া হৈছে দেশৰ ৰাজধানী নতুন দিল্লীৰ বহু বিদ্যালয়। বায়ু প্ৰদূষণে জনসাধাৰণৰ অংগসমূহক গুৰুতৰভাৱে...
Read moreDetailsপঞ্জাৱৰ অমৃতসৰত শিৱসেনাৰ নেতা সুধীৰ সুৰীক গুলীয়াই হত্যা কৰিছে দুৰ্বৃত্তই। ঘটনাটো অমৃতসৰ চহৰৰ এটা মন্দিৰৰ কাষতে ঘটিছে। আৰক্ষীয়ে প্ৰকাশ কৰা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd