উত্তৰ-পূব

বিশ্বনাথ জিলাত তিনিখনকৈ আদৰ্শ হাইস্কুলৰ শুভ উদ্বোধন মুখ্যমন্ত্রীৰ

ৰাজ্যৰ বিভিন্ন চাহ বাগিচাত এই মাহৰ শেষলৈকে কার্যক্ষম কৰিব বিচৰা ৯৬ খন শিক্ষানুষ্ঠানৰ মাংগলিক শুভাৰম্ভ কাৰ্যসূচীৰ অংশ হিচাপে বৃহস্পতিবাৰে বিশ্বনাথ...

Read moreDetails

ৰে’ল বিভাগৰ সুৰংগ পথে জলাকলা খুৱাইছে ৰাইজক; নিৰ্বিকাৰ ৰে’ল কৰ্তৃপক্ষ, জিলা প্ৰশাসন

ৰে’ল বিভাগৰ সুৰংগ পথে জলাকলা খুৱাইছে ৰাইজক৷ ৰে’লপথৰ অধিকাংশ “অভাৰ ব্ৰিজ”ৰ সুৰংগ পথত জমা হোৱা পানীয়ে দুৰ্ভোগ ভোগাইছে সৰ্বসাধাৰণ জনতাক...

Read moreDetails

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

ক’ভিদ মহামাৰীৰ প্ৰথমটো ঢৌৰ সময়ত ২০২০ চনৰ ১৫ এপ্ৰিলৰ নিশা অসমৰ তদানীন্তন স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ...

Read moreDetails

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

ভাৰতে এছিয়া কাপৰ ছুপাৰ-৪ ত উপনীত হ'বলৈ ইণ্ডোনেছিয়াক ১৫ গ'লত পৰাস্ত কৰিব লগা হৈছিল। ভাৰতীয় হকী দলটোৱে খেলখনত ১৬-০ গ'লত...

Read moreDetails

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

স্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী এডুয়াৰ্ড হিগাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন ইউক্ৰেইনতেই ক্ষান্ত নাথাকিব বুলি আশংকা প্ৰকাশ কৰিছে। যদি ইউক্ৰেইনত জয়ী হয় তেতিয়া...

Read moreDetails

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

বিশ্বৰ চলচ্চিত্ৰ জগত এতিয়া মজি আছে ৭৫ তম কান চলচ্চিত্ৰ মহোৎসৱত। ঐশ্বৰ্য ৰায় বচ্চন, দীপিকা পাডুকন, হিনা খানৰ দৰে বহু...

Read moreDetails

‘ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক’-এনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ

"ৰাজনীতি এৰি ঘৰত ৰন্ধাবঢ়া কৰক।" মহাৰাষ্ট্ৰৰ বিজেপি নেতা চন্দ্ৰকান্ত পাটিলে এনচিপি নেত্ৰী সুপ্ৰিয়া সূলেক উদ্দেশ্যি কৰিছে এই মন্তব্য। সুপ্ৰিয়াই স্থানীয়...

Read moreDetails

আন্তঃৰাষ্ট্ৰীয় বক্সিং এছ’চিয়েচন এথলীট কমিটিৰ অধ্যক্ষ হিচাপে মনোনীত লাভলীনা, সদস্য পদত শিৱ থাপা

অসমৰ ক্ৰীড়া জগতৰ বাবে আন এক সুখবৰ। আন্ত: ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ সন্মানীয় পদবীৰে অসমক পুনৰ গৌৰৱান্বিত কৰি তুলিছে অসমৰ দুই...

Read moreDetails

ট্ৰেংকুলাইজ কৰা হৈছে মহানগৰীত সন্ত্ৰাসৰ সৃষ্টি কৰা পথভ্ৰষ্ট বনৰীয়া ম’হটো

বন বিভাগে অৱশেষত গুৱাহাটীৰ খাৰঘুলী অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰা পথভ্ৰষ্ট  বনৰীয়া ম'হটোক সংজ্ঞাহীন (ট্ৰেংকুলাইজ) কৰিছে। খাৰঘুলি অঞ্চলৰ স্থানীয় লোকসকলে বুধবাৰে...

Read moreDetails

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহকৰ পৰা নেতা ৰকিবুল হুছেইনৰ পদত্যাগ! বাতৰি অস্বীকাৰ হুছেইনৰ

অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহকৰ পৰা পদত্যাগ কৰিছে দলটোৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে পদত্যাগ কৰাৰ বাতৰি প্ৰকাশ পোৱাৰ...

Read moreDetails
Page 1558 of 6160 1 1,557 1,558 1,559 6,160

Stay Connected

Recent News