২০২২ চনৰ পঞ্জাৱ বিধানসভাৰ নিৰ্বাচনত আৰু এটা নতুন ৰাজনৈতিক দলে প্ৰতিদ্বন্দ্বিতিা আগবঢ়াব। সেই নতুন ৰাজনৈতিক দলটো হৈছে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী...
Read moreDetailsবেলতলাৰ হত্যাকাণ্ড সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে লাভ কৰিছে ন ন তথ্য। বেলতলা চন্দননগৰৰ বৃদ্ধ দম্পতী ক্ৰমে ননী বৰুৱা(৮৬) আৰু মীনা বৰুৱাক(৮০)...
Read moreDetailsকলিয়াবৰত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস। খাদ্যৰ সন্ধানত নিশা হ'লেই উপদ্ৰৱ চলাই আহিছে বন্যহস্তীয়ে। দীৰ্ঘ দিনৰে পৰা কলিয়াবৰৰ ভিন্ন স্থানত চলাই...
Read moreDetailsক্ৰমাৎ সাম্প্ৰদায়িক উত্তেজনা বিয়পি পৰিছে বিজেপি শাসিত ৰাজ্য ত্ৰিপুৰাত। এই সম্পৰ্কে ত্ৰিপুৰা আৰক্ষীয়ে ৰাজ্যখনত কাঢ়া নিৰ্দেশনা জাৰি কৰিছে। আৰক্ষীয়ে জনায়...
Read moreDetails৩০ অক্টোবৰত অনুষ্ঠিত হবলগীয়া উপ- নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিন। অন্তিম দিনটোত উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া পাঁচোটা সমষ্টিতে বিভিন্ন দলৰ প্ৰাৰ্থীসকলে...
Read moreDetailsপৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ দ্বাৰ পুনৰ মুকলি কৰা হৈছে। বুধবাৰে ২০২১-২২ পৰ্যটন বৰ্ষৰ বাবে ফিটা কাটি বুঢ়াপাহাৰ...
Read moreDetailsৰাজ্যত উজান উঠিছে ভুৱা চিকিৎসকৰ। এইবাৰ কলিয়াবৰত আৰক্ষীৰ জালত পৰিছে এজন ভুৱা চিকিৎসক। নিজকে ‘মুন্না ভাই MBBS’ সজাই ৰোগীক চিকিৎসা...
Read moreDetailsউপ নিৰ্বাচনলৈ মাজত কেইটামান দিন বাকী। সকলো ৰাজনৈতিক দলে দিনে নিশাই চলাইছে নিৰ্বাচনী প্ৰচাৰ। তামুলপুৰৰ উপ নিৰ্বাচনত এগৰাকী প্ৰাৰ্থীয়ে চলাইছে...
Read moreDetailsমঙলবাৰে পুৱাই জাগীৰোডৰ চাকুমাকু গাঁৱত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ৷ এগৰাকী যুৱতীক ধৰ্ষণৰ চেষ্টা কৰি বিফল হোৱাৰ পিছতে যুৱতীগৰাকীক ছুৰীকাঘাত...
Read moreDetailsউপ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ উৎকণ্ঠা বৃদ্ধি পাইছে মৰিয়নীত। সমষ্টিটোত কুচ-কাৱাজ বৃদ্ধি পাইছে প্ৰতিটো ৰাজনৈতিক দলৰে।...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd