উত্তৰ-পূব

সেনা জোৱান কাশেমৰ বিৰুদ্ধে পত্নী নিৰ্যাতন আৰু শিশু হত্যাৰ অভিযোগ; গ্ৰেপ্তাৰৰ দাবীত ৰাইজৰ পথ অৱৰোধ

মঙলবাৰে ৰাতিপুৱা বঙাইগাঁও জিলাৰ বালাৰচৰ বানিজ্য বজাৰত ৰাস্তা অৱৰোধ কৰি এজন নাৰী নিৰ্যাতনকাৰী, সন্দেহজনক শিশুহত্যাকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে ৰাইজে।...

Read moreDetails

দেশৰ ৮খন ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি; মিজোৰাম আৰু ত্ৰিপুৰাতো আহিল নতুন ৰাজ্যপাল

দেশৰ মঙলবাৰে মুঠ ৮খন ৰাজ্যত একেলগে নতুন ৰাজ্যপাল নিযুক্তি দিয়া হৈছে। সেই অনুসৰি, কেন্দ্ৰীয় চৰকাৰে কৰ্ণাটক, মিজোৰাম, মধ্যপ্ৰদেশ, হিমাচলপ্ৰদেশ, গোৱা,...

Read moreDetails

গোলাঘাটৰ ক’ভিড কেয়াৰ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি; অতিষ্ঠ হৈ কেন্দ্ৰৰ বাহিৰলৈ ওলাই আহিল ৰোগী

গোলাঘাটৰ ৰঙাজান ডন বস্কো হাইস্কুল ক'ভিড কেয়াৰ কেন্দ্ৰৰ পৰা ওলাই আহিবলৈ বাধ্য হল ৰোগী। ডনবস্কো হাইস্কুল ক'ভিড কেয়াৰ কেন্দ্ৰত বৰ্তমান থকা প্ৰায়...

Read moreDetails

সম্ভাৱ্য বানপানীৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ এনিমেল কৰিডৰত ১৪৪ ধাৰা জাৰি

আগন্তুক বানপানীৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশত বন্যপ্ৰাণী সমুহৰ সুৰক্ষাৰ বাবে বোকাখাতৰ মহকুমা দণ্ডাধীশ বিপুল দাসে কাজিৰঙা...

Read moreDetails

ৰাজ্যত জাৰি কৰা হ’ল নতুন এছ অ’ পি; ক’ত ক’ত থাকিব সম্পূৰ্ণ লকডাউন? চাওক সৱিশেষ

ৰাজ্যত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা কাইলৈৰ পৰা এসপ্তাহৰ বাবে জাৰি কৰা হৈছে নতুন এছ অ’ পি। মঙলবাৰে স্বাস্থ্য মন্ত্ৰী কেশৱ...

Read moreDetails

দেশত ১১১দিনৰ ভিতৰত সৰ্বনিম্ন কৰ’নাৰ দৈনিক সংক্ৰমণ; ২৪ ঘন্টাত মৃত্যু ৫৫৩জনৰ

দেশত কৰ’নাৰ ডেল্টা প্ৰজাতিৰ আতংক এতিয়াও অব্যাহত আছে। সেইদৰে, আগষ্টতেই কৰ’নাৰ তৃতীয় ঢৌৰ আশংকাৰ কথা ব্যক্ত কৰিছে শেহতীয়া এক সমীক্ষাই।...

Read moreDetails

চলিত সপ্তাহতেই কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ; মোদী কেবিনেটত ১৮ ‘নতুন মুখ’ অন্তৰ্ভুক্তিৰ সম্ভাৱনা

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ চলিত সপ্তাহতেই হোৱাৰ অনুমান কৰা হৈছে। এই জল্পনা-কল্পনাৰ মাজতে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজা বাসভৱনত এক গুৰুত্বপূৰ্ণ...

Read moreDetails

বঙাইগাঁও জিলাত নতুনকৈ ২৮ জন ব্যক্তি ক’ভিডত আক্ৰান্ত

বঙাইগাঁও জিলাত  সোমবাৰৰ দিনটোত নতুনকৈ ২৮ জন ব্যক্তি ক'ভিডত আক্ৰান্ত হৈছে ৷ আনহাতে সুস্থ হৈ উঠিছে ২৫ জনকৈ ৰোগী ৷...

Read moreDetails

বিজনীৰ কাৱাটিকা চাৰিআলিত ৩০ লক্ষাধিক টকাৰ ড্ৰাগছসহ আটক এজন সৰবৰাহকাৰী  

চিৰাং জিলাৰ বিজনী নিকটৱৰ্তী কাৱাটিকা চাৰিআলিত  আজি বিয়লিৰ ভাগত চিৰাং আৰক্ষীয়ে অভিযান এক অভিযান চলাই ৩০ লক্ষাধিক টকাৰ ড্ৰাগছসহ এজন...

Read moreDetails

ৰাজ্যত আজিৰ দিনটোত কিমান লোক ক’ভিডত আক্ৰান্ত হ’ল; মৃত্যুৰ সংখ্যা কিমান?

আজিৰ দিনটোতো ৰাজ্যত কোভিড পজিটিভিটিৰ হাৰ  ২ শতাংশৰ ওপৰতে আছে। ফলত ৰাজ্যৰ কোভিড পৰিস্থিতি পুনৰ অৱনমিত হোৱাৰ আশংকা প্ৰকট হৈ পৰিছে।...

Read moreDetails
Page 2114 of 6165 1 2,113 2,114 2,115 6,165

Stay Connected

Recent News