ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত ৰূপায়ণ হ’বলগীয়া এই আচঁনি খনৰ শুভাৰম্ভ কৰে বিধায়ক যাদৱ স্বৰ্গীয়াৰীয়ে ৷ এই উদ্দেশ্যে শনিবাৰে কৃষ্ণাই...
Read moreDetailsগোলাঘাট ৰেঞ্জৰ নুমলীগড় বিট কাৰ্যালয়ৰ অন্তৰ্গত খুমটাইৰ সমীপৰ বৰবিলৰ জলাশয়ত আৱদ্ধ হৈ পৰা এটা প্ৰাপ্ত বয়স্ক বনৰীয়া হাতীৰ শনিবাৰে মৃত্যু...
Read moreDetailsচৰকাৰে সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ বাবে প্ৰতি বছৰে কৌটি কৌটি টকা ব্যয় কৰা পৰিলক্ষিত হৈছে। কিন্তু সেই জলপানিৰ কিমান শতাংশ লাভ...
Read moreDetailsশিৱসাগৰ জিলা প্ৰশাসনে আৰু স্বাস্থ্য বিভাগে জিলাখনত ক'ভিড-১৯ ৰ প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত ব্যাপক তৎপৰতা গ্ৰহণ কৰিছে। ১৮ বছৰ বয়সৰ উৰ্ধৰ...
Read moreDetailsবঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজাৰ অধ্যক্ষতাত শনিবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনত জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধৰ বাবে গঠিত টাস্ক ফৰ্চৰ...
Read moreDetailsৰাণীৰ অৰণ্যৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে দুস্কৃতিকাৰীয়ে অপহৰণ কৰা কুশল কলিতা আৰু জয়ন্ত কছাৰী নামৰ লোক দুজনক। অসম-মেঘালয়...
Read moreDetailsবিশ্বনাথ জিলাৰ খৰাশিমলু গাঁৱৰ নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৰম গাফিলতিৰ ফলত আজি বিশ্বনাথৰ ফটিকাবস্তিৰ এগৰাকী মহিলাই হেৰুৱাবলগীয়া হল নিজৰ গৰ্ভস্থ...
Read moreDetailsআজিৰ দিনটোত ৰাজ্যত কোভিড পজিটিভিটিৰ হাৰ ২ শতাংশৰ তলত নামিছে।এয়া নিশ্চয়কৈ শুভ লক্ষণ। পজিটিভিটিৰ হাৰ পূৰ্বৰ দিনৰ তুলনাত আজি হ্ৰাস...
Read moreDetailsএকপ্ৰকাৰৰ ৰাজনৈতিক অচলাৱস্থাই গা কৰি উঠা উত্তৰাখণ্ডত অৱশেষত পুষ্কৰ সিং ধামিক নতুন মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত কৰা হৈছে। ৪৫ বছৰীয়া ধামিয়েই...
Read moreDetailsবঙাইগাঁও জিলাৰ উপায়ুক্ত ডা: এম এচ লক্ষ্মী প্ৰিয়াই জল জীৱন মিছনৰ অধীনত জিলাখনত চলি থকা উত্তৰ শালমাৰা, দেওহাটী, শিঙিমাৰী, আমতলা,...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd