উত্তৰ-পূব

নিৰ্বাচনী টোপ! ৩৫১ লৈ নহয়, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫০ টকাহে বৃদ্ধি কৰাৰ সিদ্ধান্ত কেবিনেটৰ

সমাগত ২০২১ ৰ বিধান সভাৰ নিৰ্বাচন। বিগত চাৰে চাৰিটাতকৈ অধিক বছৰ চাহ শ্ৰমিকৰ মজুৰিৰ বৃদ্ধিৰ কথা চিন্তা নকৰা বিজেপি চৰকাৰে...

Read moreDetails

শিৱসাগৰৰ ৰাজপথত দাও দাওকৈ জ্বলিল এখন চলন্ত যাত্ৰীবাহী বাছ

শিৱসাগৰত আজি সংঘটিত হয় এক ভয়কৰ ঘটনা। ৰাজপথৰ ওপৰতে এখন চল্ত যাত্ৰীবাহী বাছ জুই লগাত যাত্ৰীসকলৰ মাজত হুৱা-দুৱা লাগে। এই...

Read moreDetails

চৰকাৰ ক’ত? গৃহ নিৰ্মাণ সামগ্ৰী, ইন্ধনৰ মূল্যবৃদ্ধিত কোঙা জনতা, সীতাৰমণে কথা নাৰাখিলে নেকি?

বনিয়াক সন্তুষ্ট কৰাতে ব্যস্ত থকা বিজেপি চৰকাৰ খনে দেশত মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে কোনো পদক্ষেপেই গ্ৰহণ কৰা  নাই। ৰাজ্যই ৰাজ্যই...

Read moreDetails

কোভিডৰ পাছতে কৰ্কট ৰোগ নিৰ্মূলৰ বাবে প্ৰয়োজনীয় সকলো কৰা হ’ব : বাইডেন

কোভিড-১৯ মহামাৰী সামৰণি পৰাৰ পাছত মাৰ্কিন প্ৰশাসনে কৰ্কট ৰোগ নিৰ্মুল কৰাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব বুলি আমেৰিকাৰ নৱনিৰ্বাচিত...

Read moreDetails

হাজোত নৃশংস হত্যাকাণ্ড : যুৱকক মৰিয়াই মৰিয়াই হত্যা কৰি ওলোমাই থলে হত্যাকাৰীয়ে

হাজোৰ ৰামদিয়াত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। ৰামদিয়াৰ পাটোৱাৰী চুপাত সংঘটিত হৈছে এই হত্যাকাণ্ড। কংকন ভৰালী নামৰ এজন যুৱকক মৰিয়াই...

Read moreDetails

কৰ্মচাৰীৰ ৰোষত চৰকাৰ! এইবাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত ৰাজ্যজুৰি প্ৰতিবাদ শিক্ষকৰ

মাত্ৰ এমুঠিমান হিতাধিকাৰী সৃষ্টিৰে ৰাজ্যৰ তিনিকোটিৰো ওপৰৰ লোকৰ আগত ফিতাহি মাৰি থকা বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ বিৰুদ্ধে এতিয়া জাগি উঠিছে...

Read moreDetails

গোলাঘাট জিলাত শতায়ু গৰকা ভোটদাতা ৮৬ গৰাকী; ৮০ৰ উৰ্ধৰ ভোটদাতাই ডাক বেলটযোগে দিব পাৰিব ভোট

ৰাজ্যৰ আসন্ন বিধানসভা নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে গোলাঘাট জিলা প্ৰশাসনেও প্ৰয়োজনীয় প্ৰস্তুতি অব্যাহত ৰাখিছে। বিশেষকৈ ভোটদাতাসকলক সজাগ কৰাৰ বাবে...

Read moreDetails

ঘৰ মাটি বিক্ৰী কৰি আলফা(স্বাধীনক) ধন দিবলৈ প্ৰস্তুত প্ৰণৱ কুমাৰ গগৈৰ পৰিয়াল

ঘৰ মাটি বিক্ৰী কৰি আলফা (স্বাধীনক) ধন দিবলৈ প্ৰস্তুত প্ৰণৱ কুমাৰ গগৈৰ পৰিয়াল। বিদেশী কোম্পানী আৰু অসমীয়াৰ সুৰক্ষাৰ কথা কোৱা...

Read moreDetails

নিটিকিল! ভৰা সংসাৰৰ পাছতো কেনিৰ পৰা বিচ্ছেদ বিচাৰি আবেদন কিম কাৰ্দাছিয়ানৰ

ৰিয়েলিটি শ্ব’ৰ তাৰকা কিম কাৰ্দাছিয়ান আৰু ৰেপাৰ কেনি ৱেষ্টৰ সংসাৰত ভাঙোন আহিছে। কিমে ইতিমধ্যে বিবাহ বিচ্ছেদ বিচাৰি আদালতত আবেদনো জনাইছে।...

Read moreDetails

পশ্চিমবংগত সন্দেহযুক্ত ভাইৰাছজনিত সংক্ৰমণত ২০০ ৰো অধিক পদপথৰ কুকুৰৰ মৃত্যু

পশ্চিমবংগৰ বাংকুৰা জিলাৰ বিষ্ণুপুৰ চহৰত বিগত তিনিটা দিনত ২০০ ৰো অধিক পদপথৰ কুকুৰৰ মৃত্যু হৈছে বুলি বিভাগীয় সূত্ৰত প্ৰকাশ পাইছে।...

Read moreDetails
Page 2499 of 6174 1 … 2,498 2,499 2,500 … 6,174

Stay Connected

Recent News