উত্তৰ-পূব

ৰিজাৰ্ভ বেংকৰ প্রাক্তন সহকাৰী মহাপ্ৰৱন্ধক শৈলেন্দ্ৰ নাথ দেউৰী ভৰালী আৰু নাই

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন সহকাৰী মহাপ্ৰৱন্ধক শৈলেন্দ্ৰ নাথ দেউৰী ভৰালীয়ে যোৱা সোমাবাৰে নিশা প্ৰায় ১০.৩০ বজাত ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ...

Read moreDetails

দলৰ বিপৰ্যয়ৰ সময়ত মৰিয়নীত ৰূপজ্যোতি কুৰ্মীয়ে একক ভাবে দাঙি ধৰিব কংগ্ৰেছৰ পতাকা

যোৰহাট জিলাৰ টীয়কৰ বৃহত্তৰ কলিয়াপানী যুৱ মঞ্চৰ উদ্যোগত সোমবাৰে কলিয়াপানীত আয়োজিত দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ প্ৰাক মুহূৰ্তত টীয়ক প্ৰেছ...

Read moreDetails

কলিয়াবৰৰ জখলাবন্ধাত নিশা বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত

ৰাজ্যত বিভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰতো অব্যাহত আছে হাতী মানুহৰ সংঘাত। সোমবাৰে নিশা তেনেই এক কৰুণ ঘটনা সংঘটিত হয় কলিয়াবৰৰ জখলাবন্ধাত। জানিব...

Read moreDetails

ছেৰাম ইনষ্টিটিউটৰ পৰা দিল্লী আহি পালে কোভিড ভেকচিনৰ প্ৰথমখন বিমান

অহা ১৬ জানুৱাৰিৰ পৰা দেশজুৰি কোভিডৰ টীকাকৰণ আৰম্ভ হ’ব। প্ৰথম পৰ্যায়ত প্ৰায় ৩কোটি লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হ’ব। সেয়েহে,...

Read moreDetails

বিজেপিৰ নিৰ্বাচনী প্ৰস্তুতিত সাৰ-পানী যোগাবলৈ ২৩ জানুৱাৰিত অসমলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী!

অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসনভাৰ পুনৰ এবাৰ দখল কৰাৰ ৰণনীতি প্ৰস্তুত কৰি তুলিছে ভাৰতীয় জনতা...

Read moreDetails

ভাৰতীয় শিৱিৰৰ বাবে দু:সংবাদ; এইবাৰ আঘাতৰ বাবে ব্ৰীছবেন টেষ্টৰ পৰা বাহিৰ বুমৰাহ

অষ্ট্ৰেলিয়াত চলি থকা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী টেষ্ট ছিৰিজত আঘাতে জৰ্জৰিত কৰি তুলিছে ভাৰতীয় ক্ৰিকেট দলটোক। ছিডনী টেষ্টৰ পাছতে অজিংকা ৰাহানেৰ নেতৃত্বত...

Read moreDetails

যৌন অপৰাধৰ অভিযোগত ১০৭৫বছৰ কাৰাদণ্ড এইগৰাকী ধৰ্ম প্ৰচাৰকক

যৌন অপৰাধৰ অভিযোগত এগৰাকী ধৰ্ম প্ৰচাৰকক বিহা হৈছে ১০৭৫বছৰৰ কাৰাদণ্ড। তুৰস্কৰ এই ধৰ্ম প্ৰচাৰকগৰাকীক এইদৰে আদালতে কাৰাদণ্ড বিহিছে। কাৰাদণ্ডৰ শাস্তি...

Read moreDetails

বিৰাট-অনুষ্কাৰ দীপলিপ কন্যা সন্তানৰ জন্ম; তাৰকা দম্পতিলৈ অভিনন্দনৰ জোৱাৰ

নৱবৰ্ষৰ প্ৰথমভাগতে অনুৰাগীসকলক ভাল খৱৰটো দিছে বিৰাট কোহলিয়ে। সোমবাৰে দুপৰীয়া মুম্বাইৰ এখন হাস্পাতলত দীপলিপ এগৰাকী কন্যা সন্তানৰ জন্ম দিয়ে বিৰাটৰ...

Read moreDetails

জনসংযোগ বিভাগক বিজেপিৰ প্ৰচাৰ শাখালৈ ৰূপান্তৰিত কৰাটো সহ্য কৰা নহ’ব: প্ৰদেশ কংগ্ৰেছ

সোমবাৰে শিলচৰলৈ অহা বিজেপিৰ ৰাষ্ট্রীয় সভাপতিৰ দলীয় সভালৈ সংবাদকৰ্মী সকলক জন-সংযোগ বিভাগৰ বিষয়াই সামাজিক মাধ্যমযোগে নিমন্ত্রণ কৰা কাৰ্যত অসন্তুষ্টি প্ৰকাশ...

Read moreDetails

পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীপদ নাইক; পত্নী, ব্যক্তিগত সহায়কৰ মৃত্যু

কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী শ্ৰীপদ নাইক সোমবাৰে পত্নীৰে সৈতে এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয়। কৰ্ণাটকৰ আনকোলাৰ হিল্লুৰ-হোছাকাম্বি গাঁৱৰ সমীপত সংঘটিত...

Read moreDetails
Page 2623 of 6176 1 … 2,622 2,623 2,624 … 6,176

Stay Connected

Recent News