উত্তৰ-পূব

মাৰ্ঘেৰিটাত ধঁ‌পাত জাতীয় সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত ১৪৪ ধাৰাত নিষেধাজ্ঞা আৰোপ প্ৰশাসনৰ

মাৰ্ঘেৰিটা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমা তথ্য আৰু জনসংযোগ বিষয়াই এক প্ৰেছ বাৰ্তা যোগে মহকুমাটোত তৎকালে বলৱৎ হোৱাকৈ ধঁ‌পাত জাতীয় সামগ্ৰী বিক্ৰীৰ...

Read moreDetails

২০০২ চনৰ পৰা মথাউৰিত বাস কৰি অহা এই লোকসকলৰ মাজত নাই ভোগালীৰ উচাহ

ৰাজ্যৰ চৌদিশে এতিয়া ভোগালীক আদৰাৰ প্ৰস্তুতি। ধনী-দুখীয়া সকলোৱে নিজৰ সাধ্য অনুসৰি হেপাহৰ ভোগালী বিহুটি উদযাপনৰ আয়োজন কৰিছে। কিন্তু ইয়াৰ মাজতে ব্যতিক্ৰম...

Read moreDetails

জাগুন আৰক্ষীৰ অভিযান : ৫ ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ; জেইল হাজোতলৈ প্ৰেৰণ

মাৰ্ঘেৰিটা মহকুমাৰ জাগুনত ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে নিষিদ্ধ ড্ৰাগছ কানীৰ ৰমৰমীয়া বেহা। দেওবাৰে জাগুন আৰক্ষী চকীৰ অন্তৰ্গত লাকলা, ৯...

Read moreDetails

কাজিৰঙাৰ সংৰক্ষিত এলেকাৰ ভিতৰৰ বিলসমূহত মাছ ধৰাত নিষেধাজ্ঞা প্ৰশাসনৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষিত এলেকাৰ ভিতৰৰ বিলসমূহত মাঘ বিহুৰ উৰুকাৰ দিনা সমূহীয়াভাৱে মাছ মৰা কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কাজিৰঙা...

Read moreDetails

দহখন পঞ্চায়তৰ আত্মসহায়ক গোটৰ মহিলাই টীয়কত আৰম্ভ কৰিছে অসমী ভোগালী মেলা

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত টীয়কৰ কলিয়াপানী উন্নয়ন খণ্ডৰ অধীনত খণ্ড অভিযান পৰিচালনা শাখাৰ উদ্যোগত আজিৰে পৰা ১৩ জানুৱাৰীলৈকে...

Read moreDetails

নদীৰ পাৰত গুপ্তধনৰ সন্ধান! : সোণ-ৰূপৰ সন্ধানত দিন-ৰাতি নৈ পাৰত মাটি খন্দাত ব্যস্ত অসংখ্য লোক

নৈৰ পাৰত পোৱা গৈছে গুপ্ত ধনৰ লগতে সোণ আৰু ৰূপ। এই বাতৰি বিয়পি পৰাৰ লগতে এখন নদীৰ পাৰত অসংখ্য লোকে...

Read moreDetails

মন্থৰ বেটিঙৰ এক অনন্য অভিলেখত নাম সন্নিবিষ্ট হ’ল হনুমা বিহাৰীৰ

ভাৰতীয় বেটছমেন হনুমা বিহাৰীয়ে সোমবাৰে ছিডনী টেষ্টৰ দ্বিতীয় ইনিংছত ৰবিচন্দ্ৰন আশ্বিনৰ সৈতে ধৈৰ্য্য আৰু দৃঢ়তাৰে বেটিং কৰি মেচখন ড্ৰ কৰে।...

Read moreDetails

বিতর্কিত কষি আইন সম্পৰ্কত সৰ্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় : কি ক’লে সৰ্বোচ্চ ন্যায়ালয়ে?

প্ৰায় ঢেৰ মাহ ধৰি দেশৰ ৰাজধানীৰ সীমান্ত অঞ্চলত প্ৰতিবাদৰত বিদ্ৰোহী কৃষকসকলৰ বাবে কিছু সকাহ কঢ়িয়াই আনিছে উচ্চতম ন্যায়ালয়ৰ এক ৰায়ে।...

Read moreDetails

অখিলৰ বিৰুদ্ধে দিয়া উচ্চ ন্যায়ালয়ৰ ৰায়ক লৈ প্ৰশ্ন তুলিলে ৰাইজৰ দলে

আজি গীতানগৰস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে দিয়া উচ্চ ন্যায়ালয়ৰ ৰায়ক লৈ...

Read moreDetails

ঋষভ পন্টৰ গাৰ্ড নষ্ট কৰিবলৈ ক্ৰীজত জোতাৰে ঘৰ্ষণ স্মিথৰ; ভিডিঅ’ত ধৰা পৰিল দুস্কাৰ্য

ছিডনী টেষ্টত ভাৰতৰ দুৰ্দান্ত বেটিঙত হতাশ হৈ অসৎ পন্থা অৱলম্বন কৰি ধৰা পৰিল টীম অষ্ট্ৰেলিয়াৰ অধিনায়ক স্টিভ স্মিথ। ভাৰতীয় বেটছমেন...

Read moreDetails
Page 2625 of 6176 1 … 2,624 2,625 2,626 … 6,176

Stay Connected

Recent News