উত্তৰ-পূব

CAA-বিৰোধী আন্দোলনলৈ সমৰ্থন আগ বঢ়াবলৈ ২৮ ডিচেম্বৰত ৰাহুল গান্ধী অসমলৈ

ৰাজ্যত তীব্ৰ ৰূপত চলি থকা CAA-বিৰোধী আন্দোলনক সমৰ্থন দিবলৈ অহা ২৮ ডিচেম্বৰত ৰাহুল গান্ধী অসমলৈ আহিব। প্ৰদেশ কংগ্ৰেছ কমিটীৰ সূত্ৰই...

Read moreDetails

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে নগাঁৱত বাতিল বৰদিনৰ কাৰ্যসূচী

আজি বিশ্বজুৰি পালন কৰা হ'ব পৱিত্ৰ বৰদিন। প্ৰত্যেক বছৰে আনন্দ উল্লাসেৰে বৰদিন উদযাপন কৰি অহা নগাঁও বাপ্তিষ্ট মণ্ডলীয়ে এইবাৰ জাক...

Read moreDetails

অসমৰ কোন সমষ্টিত কিমান ভোটাৰ, খচৰা সংশোধিত ফটো তালিকা প্ৰকাশ

অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ নিৰ্দেশত সোমবাৰে প্ৰকাশ পাইছে ফটো ভোটাৰ তালিকাৰ বিশেষ সংশোধিত সাৰাংশৰ খচৰা তালিকা। এই খচৰা তালিকামতে, অসমৰ...

Read moreDetails

“ফেইচবুক পোষ্টৰ বিতৰ্ক”ৰ এমাহৰ পিছত NRC-ৰ ৰাজ্যিক সমন্বয়ক হিচাপে যোগদান হিতেশ দেৱ শৰ্মাৰ

কেইবাটাও বিতৰ্কিত আৰু সাম্প্ৰদায়িক ধৰণৰ ফেইচবুক পোষ্টৰ বাবে বিতৰ্কৰ আৱৰ্তত সোমাই পৰা NRC-ৰ নতুন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই আজি...

Read moreDetails

সেই সময়ত বিজেপি চৰকাৰ থকা হ’লে লাচিত বৰফুকনক দেশদ্ৰোহী বুলি কাৰাগাৰলৈ প্ৰেৰণ কৰিলেহেঁতেন: প্ৰণৱজিৎ চলিহা

লাচিত বৰফুকনে বিদেশীৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। সেই সময়ত বিজেপি চৰকাৰ থকা হ’লে লাচিত বৰফুকনক দেশদ্ৰোহী সজাই কাৰাগাৰত থলেহেঁতেন। এই মন্তব্য...

Read moreDetails

বিস্ময় বালক! চকু মুদিয়েই ৰুবিকছ কিউবৰ ৰং মিলাইছে অৰুণাচলৰ “চিন্তা’ই

সম্প্ৰতি ছচিয়েল মিডিয়াত এটি  ভিডিঅ’ ভাইৰেল হৈ পৰিছে। টুইটাৰ জৰিয়তে ভাইৰেল হৈ পৰা এই ভিডিঅ’টোত দেখা গৈছে এজন কিশোৰৰ চমৎকাৰী...

Read moreDetails

ঋত্বিক ঘটকৰ চিনেমাক বিজেপিৰ যুৱ মৰ্চাই অপব্যৱহাৰ কৰাৰ অভিযোগ

বিখ্যাত চিনেমা নিৰ্মাতা ঋত্বিক ঘটকৰ চিনেমাক বিজেপিৰ যুৱ মৰ্চাই অপব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ আনিছে ঘটকৰ পৰিয়ালে। ভাৰতীয় জনতা যুৱ মৰ্চা...

Read moreDetails

পঞ্চাছ সহস্ৰাধিকৰ জন গৰ্জনত মুখৰিত সোণোৱালৰ গৃহ চহৰ

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত প্ৰায় ৫০ হাজাৰ জনতাৰ নাগৰিকত্ব (সংশোধন) আইন ২০১৯বিৰোধী “গৰ্জন”এ মঙলবাৰে কঁপাই তুলিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ...

Read moreDetails

চৰকাৰৰ ৰোষত ৰাজনৈতিক কাৰ্যকলাপত জড়িত কৰ্মচাৰী; অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

যিসময়ত সমগ্ৰ ৰাজ্যৰ লগতে দেশজুৰি শেহতীয়া বিতৰ্কিত 'নাগৰিকত্ব সংশোধনী আইন'(কা)ৰ বিৰুদ্ধে সৰ্বস্তৰৰ জনতাৰ প্ৰবল প্ৰতিবাদ অব্যাহত আছে, তেনে সময়তে অসম...

Read moreDetails

চীফ অফ ডিফেন্স ষ্টাফৰ নিযুক্তিত কেবিনেটৰ অনুমোদন; ৰাজনাথ সিঙৰ মতে ঐতিহাসিক সিদ্ধান্ত

সুৰক্ষা বিষয়ক কেবিনেট সমিতিয়ে চীফ অফ ডিফেন্স ষ্টাফ পদৰ সৃষ্টিৰ বাবে অনুমোদন জনাইছে। সুৰক্ষা বিষয়ক কেবিনেট সমিতিয়ে চীফ অফ ডিফেন্স...

Read moreDetails
Page 3904 of 6190 1 … 3,903 3,904 3,905 … 6,190

Stay Connected

Recent News