উত্তৰ-পূব

গুৱাহাটীত কিশোৰীক ধর্ষণ কৰি ভিডিঅ’ ৰেকৰ্ডিং কৰা ৩জনক গ্ৰেপ্তাৰ, ২জন পলাতক

গুৱাহাটী মহানগৰীৰ হফিজনগৰ অঞ্চলত এগৰাকী কিশোৰীক দলবদ্ধ ধর্ষণ চলোৱাৰ অভিযোগত মহানগৰ আৰক্ষীয়ে ৩ গৰাকী লোকক আটক কৰিছে। গ্ৰেপ্তাৰ কৰা লোককেইজনক...

Read moreDetails

এইচ্চআইভি/এইডছ সজাগতামূলক বেষ্টার্ন ৰকবেণ্ড প্ৰতিযোগিতা সম্পন্ন

অসম এইডছ নিয়ন্ত্ৰণ ছ’চাইটী (Assam State AIDS Control Society চমুকৈ ASACS) ইয়াৰ মাল্টিমেডিয়া অভিযানৰ এটা অংশ হিচাপে এইচ্চআইভি/এইডছ সজাগতামূলক বেষ্টার্ন...

Read moreDetails

বৰাকৰ বিতৰ্কিত নেতা প্ৰদীপ দত্তৰয়ে এইবাৰ উভতি ধৰিলে সাহিত্য সভাৰ সভাপতিক

অসম বিশ্ববিদ্যালয়ত অসমীয়া ছাত্ৰ-ছাত্ৰীক অধ্যয়ন কৰিবলৈ নিদিয়াৰ হুংকাৰ দিয়া বৰাকৰ বিতৰ্কিত অধিবক্ত তথা প্ৰাক্তন ছাত্ৰনেতা প্ৰদীপ দত্তৰয়ে এইবাৰ উভতি ধৰিলে...

Read moreDetails

বিয়া খাবলৈ গৈ শিৱসাগৰ ৰে’লৱে ষ্টেশ্যনত এখন ভৰি হেৰুৱালে গুৱাহাটীৰ মহিলাই

শিৱসাগৰ ৰে'লৱে ষ্টেশ্যনত আজি সংঘটিত দুৰ্ভাগ্যজনক ঘটনাত ট্ৰেইনৰ পৰা পৰি এগৰাকী মহিলাৰ এখন ভৰি শৰীৰৰ পৰা চিঙি পৰে। নগৰখনত চাঞ্চল্যৰ...

Read moreDetails

লিডুত সেনাৰ অভিযান, মাৰণাস্ত্ৰসহ এন এছ চি এন (আৰ)ৰ কেডাৰ আটক

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লিডুত নগা উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলাই আজি এজন এন এছ চি এন (আৰ)ৰ দুৰ্ধৰ্ষ কেডাৰক...

Read moreDetails

প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাহুল ৰয়ক দলৰ পৰা বহিষ্কাৰৰ প্ৰতিবাদত উত্তাল হাইলাকান্দি

নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি এতিয়া কংগ্ৰেছত বিসম্বাদ। প্ৰাক্তন বিধায়ক তথা হাইলাকান্দি জিলা কংগ্ৰেছৰ সভাপতি ৰাহুল ৰয়ক দলৰ পৰা বহিষ্কাৰ...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়কৰ অপব্যাখ্যা খোদ মুখ্য মন্ত্ৰীৰ; ‘বিধেয়ক’ক বুলিলে ‘বিধায়ক’

সমগ্ৰ অসমৰ জনতাৰ শংকা জড়িত থকা নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ সন্দৰ্ভত ৰাজ্যখনৰ স্বয়ং মুখ্য মন্ত্ৰীজনেই অপব্যাখ্যাৰে মানুহক বিভ্ৰান্ত কৰাৰ ষড়যন্ত্ৰত...

Read moreDetails

কামৰূপৰ বামুন্দিত ঐতিহাসিক সভাগন্ধ সিধা দিয়া উৎসৱ সম্পন্ন

কামৰূপৰ বামুন্দিত ঐতিহাসিক সভাগন্ধ সিধা দিয়া উৎসৱ অনুষ্ঠিত হৈ গৈছে। ঐতিহাসিক পৰম্পৰাৰে বামুন্দিত অতিথি পৰায়ণতাৰ নিদৰ্শন ৰাখি আহিছে বামুন্দিৰ ৰাইজে।...

Read moreDetails

৩টা বিশেষ দাবীত ২৬ জানুৱাৰিৰ পৰা যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী

অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন, দ্বি-নাগৰিকত্ব আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে এলানী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।...

Read moreDetails

বিশ্বনাথত নাগৰিকত্ব বিধেয়ক ২০১৬ বাতিলৰ দাবীত অৰ্ধনগ্ন প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত এইবাৰ বিশ্বনাথত অন্তৰ্বাস পিন্ধি প্ৰতিবাদ  সাব্যস্ত কৰিছে৷ বিশ্বনাথৰ উপায়ুক্তৰ কাৰ্যালয়ৰ  সন্মুখত  ৩ জন সচেতন যুৱকে...

Read moreDetails
Page 4776 of 6192 1 … 4,775 4,776 4,777 … 6,192

Stay Connected

Recent News