উত্তৰ-পূব

জাতিধ্বংসী বিধেয়ক বাতিলৰ দাবীত বিজেপি কৰ্মীৰ সৈতে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব মীৰা বৰঠাকুৰ

জাতিধ্বংসী বিধেয়ক বাতিলৰ দাবীত অসমৰ চাৰিওফালে অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হৈ থকাৰ সময়তে বিধেয়কখনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ কথা ঘোষণা...

Read moreDetails

নৰ্থ ইষ্ট গোৰ্খা মহোৎসৱত মুখ্য মন্ত্ৰী সোণোৱালক বঁটা প্ৰদান

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক স্বতন্ত্ৰতা সেনানী দলবীৰ সিং লোহাৰ এক্সিলেঞ্চ এৱাৰ্ড প্ৰদান কৰা হৈছে। আজি ৯ ডিচেম্বৰ বুধবাৰে ডিগবৈত...

Read moreDetails

শিৱসাগৰত বিজেপিৰ কাৰ্য্যালয় ঘেৰাও বীৰ লাচিত সেনাৰ : গেলা কণী নিক্ষেপ প্ৰতিবাদকাৰীৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ মাজতে আজি শিৱসাগৰত বিভিন্ন দল  সংগঠনে প্ৰতিবাদ কৰাৰ লগতে...

Read moreDetails

ৰাজ্যৰ আমোলাতন্ত্ৰত ব্যাপক পৰিৱৰ্তন : বিশ্বজিৎ পেগুক কামৰূপৰ (মহানগৰ) উপায়ুক্ত নিয়োগ

ভোগালী বিহুৰ পাচতেই কামৰূপৰ (মহানগৰ) নৱনিযুক্ত উপায়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব বিশ্বজিৎ পেগুৱে। বৰ্তমানৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালক অসম চৰকাৰৰ গৃহ...

Read moreDetails

হাতত পদত্যাগ পত্ৰ লৈ ক্ষমতা এৰিবলৈ সাজু অগপৰ তিনিজন মন্ত্ৰী

নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতেই মানি লোৱা নহ’ব বুলি নিজৰ স্থিতি স্পষ্ট কৰি বিজেপিৰে মিত্ৰতা ত্যাগ কৰা অসম গণ পৰিষদ...

Read moreDetails

খিলঞ্জীয়াই গ্ৰহণ কৰিব নিবিচৰা কোনো কাৰ্যৰ সমৰ্থন মোৰ বিবেকে নকৰে : অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী

অৱশেষত আজি অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক২০১৬’ সন্দৰ্ভত নিজৰ দৃষ্টিভংগী প্ৰকাশ কৰে। আজি এক প্ৰেছ বিজ্ঞপ্তি...

Read moreDetails

শিলচৰৰ ওচৰৰ সোণাবাড়ীঘাটত মধ্যাহ্ন ভোজনৰ কৰ্মীৰ দ্বাৰা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

ট্ৰেড য়ুনিয়নৰ কৰ্মীসকলে শিলচৰত স্বাভাৱিক জীৱনযাত্ৰা  ব্যাহত কৰি তোলাৰ সময়তেই ইয়াৰ পৰা ৭ কিঃমিঃ নিলগৰ সোণাই বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণাবাড়ীঘাটত...

Read moreDetails

চৰকাৰক ভয়াবহ আন্দোলনৰ সন্মুখীন হ’বলৈ সকীয়নি অনশনৰত কটনিয়ানৰ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ সময়তে ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলেও এই জাতিধ্বংসী বিধেয়কখন...

Read moreDetails

দলীয় কাৰ্যালয় লণ্ডভণ্ড কৰা বন্ধ সমমৰ্থকৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিব্ৰুগড় জিলা বিজেপিৰ

৮ জানুৱাৰি মঙলবাৰে বিজেপিৰ জিলা সমিতিয়ে কিছু সংখ্যক বন্ধ সমৰ্থকে তেওঁলোকৰ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ বিৰুদ্ধে ডিব্ৰুগড় থানাত এজাহাৰ দিছে। এই...

Read moreDetails

‘জাতিধ্বংসী’ বিধেয়কক অসমৰ সাংসদৰ সমৰ্থনৰ বিপৰীতে বিৰোধিতা বাঙালী, মাৰাঠী, ওড়িয়া সাংসদৰ

নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ পৰা সৰ্বাধিক ক্ষতিগ্ৰস্ত হ'ব পৰা ৰাজ্য হিচাপে অসমৰ সাংসদসকলে দলৰ স্বাৰ্থতকৈ অসমীয়াৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিব লাগিছিল যদিও...

Read moreDetails
Page 4808 of 6192 1 … 4,807 4,808 4,809 … 6,192

Stay Connected

Recent News