উত্তৰ-পূব

এনআৰচি প্ৰসংগ : ৰহিঙীয়া শৰণাৰ্থীৰ দৰে অৱস্থা হোৱাৰ আশংকা সীতাৰাম য়েচুৰীৰ

নতুন দিল্লীত শুকুৰবাৰে এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি জ্যেষ্ঠ বাওঁপন্থী নেতা সীতাৰাম য়েচুৰীয়ে কয় যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পৰিবলগীয়া...

Read moreDetails

কলাগুৰু মহোৎসৱ : পোষ্টাৰ মুকলি অনুষ্ঠানত কেক কাটি সফলতা কামনা জুবিনৰ

অহা ২১ আৰু ২২ জানুৱাৰিত তেজপুৰত আয়োজন কৰা হৈছে কলাগুৰু মহোৎসৱৰ।কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সৃষ্টিৰাজিক প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে কলাগুৰু ফাউণ্ডেশ্যনে...

Read moreDetails

ৰংজুলিত গাৰো যুৱকৰ প্ৰশংসনীয় পদক্ষেপ : প্লাষ্টিকৰ সামগ্ৰীৰে গঢ়িছে উদ্যোগ

প্লাষ্টিকৰ ফিটা আৰু নিজৰ শিল্প নৈপুণ্যতাৰে অৰ্থনৈতিক ভেটি গঢ়িছে ৰংজুলিৰ যুৱক মাইকেল মোমিনে। ৰংজুলিৰ বুদুলুং গাৰোপাৰা নিবাসী মাইকেল আৰু তেওঁৰ...

Read moreDetails

চাৰিজনীয়া গভাইত চোৰে চিনেমাৰ কায়দাৰে হত্যা কৰিলে পশুধনৰ মালিকক

নগাঁও জিলাৰ চামগুৰি আৰক্ষী চকীৰ অধীনৰ মোৱামাৰি আৰক্ষী চকীৰ অন্তৰ্গত বাজিয়াগাঁওৰ বৰমাবিলত চাৰিজনীয়া চোৰৰ দলে পশুধন চুৰি কৰিবলৈ আহি এজনক হত্যা কৰি...

Read moreDetails

শিপিনীলৈ সু-খৱৰ : প্ৰতিটো শিপিনী আত্মসহায়ক গোটলৈ ৫ লাখ টকাৰ অৰ্থ সাহাৰ্য্য

ৰাজ্যৰ শিপিনী সকললৈ সু-খৱৰ কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰে। ৰাজ্যৰ শিপিনী আত্মসহায়ক গোট সমূহক ৫ লাখ টকাকৈ প্ৰদান কৰাৰ কথা ঘোষণা...

Read moreDetails

যোৰহাটৰ নেইষ্টৰ সঞ্চালক পদক লৈ অসমীয়া বিৰোধী চক্ৰৰ ষড়যন্ত্ৰৰ অভিযোগ

যোৰহাটৰ থকা উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ(নেইষ্ট) সঞ্চালক পদক লৈ অসমীয়া বিৰোধী চক্ৰই আৰম্ভ কৰিছে এক ষড়যন্ত্ৰ। এই উচ্চ শিক্ষা...

Read moreDetails

বিশ্বনাথৰ কৃষি বিভাগত বীজ যোগানৰ নামত বৃহৎ কেলেংকাৰি

বিশ্বনাথত কৃষি মন্ত্ৰী অতুল বৰাৰ বিভাগত বীজ যোগানৰ নামত বৃহৎ কেলেংকাৰি হোৱা ঘটনা পোহৰলৈ আহিছে। কৃষকৰ মূৰত ৰাম টাঙোন সোধাই...

Read moreDetails

সদৌ অসম মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপৰ দ্বিতীয়  দিনা মৰাণহাট, ডিব্ৰুগড় শীৰ্ষত

যোৱা কালি ২৮ ডিচেম্বৰ শুকুৰবাৰে শিৱসাগৰত চলি থকা ২৭ সংখ্যক সদৌ অসম মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপৰ  দ্বিতীয়  দিনাৰ প্ৰতিযোগিতাত দলীয়ভাৱে মৰাণহাট...

Read moreDetails

সন্তানৰ অত্যাচাৰত আনৰ ঘৰত আশ্ৰয় লৈ থকা বৃদ্ধ পিতৃ-মাতৃৰ দায়িত্ব ল’লে ন্যায় সেৱা প্ৰাধিকাৰীয়ে

নগাঁৱৰ কাকী মৌজাৰ অন্তৰ্গত ২ নং কাকীৰ দেউবালি গাঁৱৰ কনিষ্ঠ পুত্রৰ অত্যাচাত নিজ হাতে গঢ় দিয়া ঘৰত থাকিব নোৱাৰি বৃদ্ধ...

Read moreDetails

চৰকাৰলৈ সকীয়নি : ১ ফেব্ৰুৱাৰিৰ পৰা জংগী আন্দোলনৰ হুংকাৰ অতিৰিক্ত শিক্ষক সন্থাৰ

চৰকাৰে বাৰে বাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ তুলি এইবাৰ জংগী আন্দোলনৰ হুংকাৰ দিছে সদৌ অসম অতিৰিক্ত শিক্ষক সন্থাই। ৰাজ্যৰ শিক্ষা...

Read moreDetails
Page 4837 of 6192 1 … 4,836 4,837 4,838 … 6,192

Stay Connected

Recent News