DMCA.com Protection Status

উত্তৰ-পূব

কোকৰাঝাৰৰ জলডোবাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন বাইক আৰোহীৰ মৃত্যু

বৃহস্পতিবাৰে সন্ধিয়া কোকৰাঝাৰৰ জলডোবাত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন বাইক আৰোহী নিহত হয়। উল্লেখ্য যে এখন বাইক আৰু...

Read more

অসমত নহ’লেও নাই নাগৰিকত্বৰ বিধেয়কৰ শুনানি, বিশ্ব এতিয়া গ্ল’বেল ভিলে’জ : অতুল বৰা

নাগৰিকত্ব আইন সংশোধন বিধেয়ক ( The Citizenship Act Amendment Bill  )ক লৈ যুটীয়া সংসদীয় সমিতিয়ে দিল্লীত শুনানি অনুষ্ঠিত কৰিব খোজাক...

Read more

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সমন্বয়ক প্ৰতীক হাজেলালৈ পত্ৰ প্ৰেৰণ আজমলৰ

অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ মুৰব্বী বদৰুদ্দিন আজমলে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলালৈ পত্ৰ প্ৰেৰণ কৰি কৈছে যে...

Read more

ধুবুৰীৰ গোলকগঞ্জত ১৫ বছৰীয়া নাবালিকাক ধৰ্ষণ দুই নৰাধমৰ

ৰাজ্যখনৰ কোনো ঠাইতে যেন বৰ্তমান মহিলা, নাবালিকা, যুৱতীৰ নিৰাপত্তা নোহোৱা হৈছে। এই কথাকে প্ৰমাণ কৰি কালি(১১ এপ্ৰিল) নিশা ধুবুৰী জিলাৰ...

Read more

১৬ এপ্ৰিলত মেঘালয় ভ্ৰমনলৈ আহিব উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু

উপ-ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে মেঘালয় ভ্ৰমনলৈ আহিব এম ভেংকায়া নাইডু । উপ-ৰাষ্ট্ৰপতি নাইডুৱে এক বিশেষ কাৰ্যসূচীত...

Read more

বাংলা ‘নৱবৰ্ষ’ক আদৰিবলৈ সাজু শিলচৰ : নিৰাপত্তা সুনিশ্চিতৰ আশ্বাস প্ৰশাসনৰ  

অহা দেওবাৰৰ পৰা আৰম্ভ হ’বলগীয়া নতুন বাংলা বৰ্ষ ‘নৱবৰ্ষ’ ক ব্যাপক উলহ মালহেৰে আদৰিবলৈ সাজু হৈ উঠিছে শিলচৰবাসীৰ লগতে সমগ্ৰ...

Read more

নগাঁৱত আৰক্ষীৰ ড্ৰাগচ সৰবৰাহকাৰী চক্ৰ উৎখাত : বৃহৎ সংখ্যক ড্ৰাগচ উদ্ধাৰ

নগাঁৱত বুধবাৰে নিশা নগাঁও আৰক্ষী আৰু যমুনামুখ আৰক্ষীয়ে যৌথ অভিযান চলাই ড্ৰাগচ সৰবৰাহকাৰী চক্ৰ উৎখাত কৰাৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগচ...

Read more
Page 4905 of 5344 1 4,904 4,905 4,906 5,344

Recent News