উত্তৰ-পূব

ডিমাপুৰত অভিযান চলাই চুৰি মোবাইলসহ দুজন চোৰক গ্ৰেপ্তাৰ গোলাঘাট আৰক্ষীৰ

নিৰ্বাচনী ব্যস্ততাৰ মাজতেই গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তৰ নেতৃত্বত আৰক্ষীৰ এটা অভিযানকাৰী দলে ডিমাপুৰত অভিযান চলাই...

Read moreDetails

বিদেশীৰ নাম কৰ্তনৰ দায়িত্ব ৰাইজৰ মূৰত দি মুখ্য মন্ত্ৰীয়ে নিজে মূৰপোলোকা মাৰিছে : আছু

সুযোগ পালেই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতৰ কৃতিত্বৰ দাবী কৰি থকা বিজেপি চৰকাৰে প্ৰকৃততে শুদ্ধ এন আৰ চিৰ বাবে কিমান কাম কৰিছে?...

Read moreDetails

নিৰ্বাচনমুখী ডিমা হাচাওত গুলীচালনাৰ ঘটনা; এজন চৰকাৰী বিষয়া আহত

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে ডিমা হাচাও জিলাৰ...

Read moreDetails

নেহা শৰ্মা নে যমুনা থাপা? ইজৰায়েলত দেহৰ সকলো অংগ উলিয়াই নিছে মৃত যুৱতীৰ

ইজৰায়েলত মৃত্যু হোৱা, অসমৰ মেৰাবাৰীৰ ঠিকনাৰে ভাৰতীয় পাৰপত্ৰবাহী যুৱতীগৰাকী আচলতে নেহা শৰ্মা নে যমুনা থাপা? ঘৰ তেওঁৰ অসম নে নেপাল?...

Read moreDetails

লখিমপুৰৰ নাৰায়ণপুৰত বিজেপি প্ৰাৰ্থীৰ হকে নিৰ্বাচনী প্ৰচাৰ মুখ্য মন্ত্ৰী সোণোৱালৰ

আজি ১ ডিচেম্বৰ শনিবাৰে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এখন হেলিকপ্টাৰেৰে আহি লখিমপুৰ জিলাৰ নাৰায়ণপুৰত উপস্থিত হয়। আগন্তুক পঞ্চায়ত নিৰ্বাচনত...

Read moreDetails

বােকাখাতত পঞ্চায়ত নিৰ্বাচনৰ ভােটগ্রহণ কেন্দ্র পৰিদৰ্শন নির্বাচনী পৰ্য্যবেক্ষক লীনা দাসৰ

আগন্তুক পঞ্চায়ত নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰিবৰ বাবে বোকাখাত মহকুমা প্ৰশাসন সাজু হৈছে। এই উদ্দেশ্যে অহা ৫ ডিচেম্বৰত বোকাখাত মহকুমাত হ'ব...

Read moreDetails

হিমন্ত বিশ্ব শৰ্মাক অসমৰ ‘ৰাজনৈতিক সন্ত্ৰাসবাদী’ আখ্যা (ভিডিঅ’টো শুনিবলৈ ক্লিক কৰক)

বিৰোধী আৰু সমালোচকৰ প্ৰতি সদায়ে ইতিকিংসূচক আৰু গৰল সদৃশ মন্তব্য আগ বঢ়াই অহা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজনৈতিক সন্ত্ৰাসবাদী আখ্যা...

Read moreDetails

অসমত জামাতুল মুজাহিদিনৰ উপস্থিতি সম্পৰ্কে দিল্লীক সকীয়াই দিছে ঢাকাই

অসমৰ ধুবুৰী আৰু বৰপেটা অঞ্চলত বাংলাদেশৰ সন্ত্ৰাসবাদী সংগঠন জামাতুল মুজাহিদিন বা জেএমবিৰ এটা গোটৰ উপস্থিতি সম্পৰ্কে ভাৰতক বাংলাদেশৰ চোৰাংচোৱাই সকীয়াই...

Read moreDetails

গুৱাহাটী পানবজাৰস্থিত হোটেল ৰিয়েল্টোত বিধ্বংসী অগ্নিকাণ্ড

গুবাহাটী মহানগৰীৰ পানবজাৰস্থিত হোটেল ৰিয়েল্টোত আজি এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। আজি দিনৰ প্ৰায় ১২:৩০ বজাত উক্ত অগ্নিকাণ্ডটো সংঘটিত হয়...

Read moreDetails

জন্মদিনত আশিস বিচাৰি ৰাজ্যপাল জগদীশ মুখীয়ে আজি উপস্থিত হয় বশিষ্ঠ মন্দিৰত

আজি নিজৰ ওপজা দিনটোত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে বশিষ্ঠ মন্দিৰত কাহিলী পুৱাতে পত্নী সহ উপস্থিত হৈ পূজা অৰ্চনা কৰে।...

Read moreDetails
Page 4918 of 6192 1 … 4,917 4,918 4,919 … 6,192

Stay Connected

Recent News