উত্তৰ-পূব

শিৱ দৌলত এন্দুৰৰ সন্ত্ৰাস : বৃহৎ এন্দুৰৰ জাকে ফোঁপোলা কৰি পেলাইছে দৌল চৌহদ

শিৱসাগৰৰ শিৱ দৌল চৌহদত এতিয়া এন্দুৰৰ সন্ত্ৰাস চলিছে। চৌহদৰ বাহিৰে ভিতৰে এতিয়া শ শ এন্দুৰৰ উপদ্ৰৱ। দিনক দিনে বৃদ্ধি পোৱা...

Read moreDetails

এসপ্তাহ পূৰ্বে চিৰিয়াখানাৰ আলহী হোৱা হায়েনা এতিয়া মৃত্যুশয্যাত

যোৱা ২৫ নৱেম্বৰৰ দিনা অসম ৰাজ্যিক চিৰিয়াখানাৰ আলহী হৈছিল এটা হায়েনা আৰু দুটাকৈ অষ্ট্ৰিক পক্ষী। উক্ত হায়েনা আৰু অষ্ট্ৰিক পক্ষী...

Read moreDetails

বিজেপিৰ শাসনত প্ৰতিবন্ধীৰ দিনো পৰিণত “প্ৰতাৰণা”ৰ দিৱসত

পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰৰ “প্ৰতাৰণা”ৰ প্ৰতিবাদত প্ৰতিবন্ধীৰ বিশেষ দিনটোকে ‘‘প্ৰতাৰণা দিৱস’’ৰূপে পতাৰ সিদ্ধান্ত লৈছে অসমৰ প্ৰতিবন্ধীসকলে। অসম চৰকাৰে অহা...

Read moreDetails

পূৰ্ণ পৰ্য্যায়ৰ ৰে’ল চলিল বগীবিল দলঙৰ ওপৰেৰে

অলপতে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা ব্ৰহ্মপুত্ৰৰ ওপৰৰ বগীবিল দলঙেৰে আজি পূৰ্ণাংগ ৰে’ল চলে। উত্তৰ-পূব ৰে’লৱেইৰ এটা সূত্ৰই এই কথা জানিবলৈ...

Read moreDetails

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা অনুষ্ঠিত ‘জোনাকী’ চলচ্চিত্ৰ মহোৎসৱৰ সফল সামৰণি

শুকুৰবাৰে সামৰণি পৰিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত প্ৰথমবাৰ অনুষ্ঠিত হোৱা জোনাকী চলচ্চিত্ৰ মহোৎসৱৰ। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই...

Read moreDetails

নীল-অভি হত্যাকাণ্ডৰ গোচৰৰ ৪৭ অভিযুক্তক আজি নগাঁও আদালতত হাজিৰ

সমগ্ৰ ৰাজ্য তথা দেশ কঁপোৱা নীল-অভি হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত ৪৭ জন অভিযুক্তক আজি নগাঁৱৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা...

Read moreDetails

জামছেদপুৰ এফ চিৰ বিৰুদ্ধে ড্ৰৰে দ্বিতীয় স্থানলৈ নৰ্থ-ইষ্ট য়ুনাইটেড

আজি জামছেদপুৰৰ জে আৰ ডি টাটা স্প’ৰ্টছ কমপ্লেক্সত হোৱা এখন খেলত নৰ্থ-ইষ্ট য়ুনাইটেডে জামছেদপুৰ এফ চিৰ বিৰুদ্ধে গ'লশূন্য ড্ৰ খেলে।...

Read moreDetails

বিজেপি চৰকাৰৰ বিধেয়কৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ হীৰেন গোহাঁই নেতৃত্বাধীন মঞ্চ

অসমৰ খিলঞ্জীয়াৰ ব্যাপক বিৰোধৰ সন্মুখীন হোৱা বিজেপি চৰকাৰ উত্থাপিত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুদ্ধিজীৱী হীৰেন গোহাঁই নেতৃত্বাধীন...

Read moreDetails

উজনিমুৱা ইণ্টাৰচিটি এক্সপ্ৰেছত বিস্ফোৰণ; তিনিজন আহত

আলফা (স্বাঃ)ৰ অভাৱনীয় সক্ৰিয়তাই ৰাজ্যত চৌদিশে এটা আতংকৰ পৰিৱেশ সৃষ্টি কৰাৰ মাজতে আজি কামাখ্য ষ্টেইশ্যনৰ পৰা ডেকাৰগাওঁ অভিমুখী ইণ্টাৰচিটী এক্সপ্ৰেছত...

Read moreDetails

মাজুলীত কংগ্ৰেছ-বিজেপি : ৰিপুন বৰাৰ মতে জণ্ডিছ ৰোগীৰ দৰে সকলোতে হালধীয়া দেখিছে বিজেপিয়ে

‘‘জণ্ডিছ ৰোগীয়ে সকলোতে হালধীয়া দেখাৰ দৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ সকলো কামতে হালধীয়া দেখিবলৈ আৰম্ভ...

Read moreDetails
Page 4917 of 6192 1 … 4,916 4,917 4,918 … 6,192

Stay Connected

Recent News