উত্তৰ-পূব

বিটিচিত পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াৰ

বিটিচিত পঞ্চায়তীৰাজ ব্যৱস্থা নাই। বিটিচিত ভিচিডিচিৰ পৰিৱৰ্তে পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তন হ’ব লাগে। আজি দিচপুৰ প্ৰেছক্লাৱত এখন সংবাদমেল অনুষ্ঠিত কৰি এই...

Read moreDetails

পঞ্চায়ত নিৰ্বাচনত বিজেপি বিৰোধী স্পষ্ট স্থিতি ঘোষণা আছুৰ

খিলঞ্জীয়াৰ সৰ্বাত্মক বিৰোধিতাক অসন্মান কৰি নাগৰিকত্ব বিধেয়কৰ প্ৰতি সমৰ্থন অব্যাহত ৰখা শাসক দল বিজেপিৰ বিৰুদ্ধে অসমৰ আসন্ন পঞ্চায়ত নিৰ্বাচনত অৱস্থান...

Read moreDetails

ননৈত পথ দুৰ্ঘটনাত নিহত শিক্ষক : আন তিনিজন আহত

নগাঁও জিলাৰ ননৈ আৰক্ষী চকীৰ অন্তৰ্গত ঘুৰঘুৰি দলঙৰ ওচৰত আজি দিনৰ প্ৰায় ১.৩০ বজাত সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক...

Read moreDetails

কেন্দ্ৰত বিজেপিৰ অংশীদাৰ ৰিপাব্লিকান পাৰ্টী অফ ইণ্ডিয়াৰ নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে অসমীয়া জাতিধ্বংসী এই বিধেয়কৰ প্ৰবল বিৰোধিতা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ অংশীদাৰ ৰিপাব্লিকান...

Read moreDetails

পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অগপৰ যুৱ পৰিষদত যোগ দিলে ২০০ৰো অধিক যুৱক-যুৱতীয়ে

গুৱাহাটীৰ আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত আজি অনুষ্ঠিত এক বিশেষ কাৰ্যসূচীত অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদত ২০০ৰো অধিক যুৱক-যুৱতীয়ে...

Read moreDetails

মেকডুৱেল নাম্বাৰ 1’ : লাহৰীজানত খটখটী আৰক্ষীয়ে জব্দ কৰিলে নকল হুইস্কি

কাৰ্বি আংলঙৰ লাহৰীজানত খটখটী আৰক্ষীয়ে এক তালাচী অভিযান চলাই বৃহৎ সংখ্যক মেকডুৱেল নম্বৰ ওৱান হুইস্কিৰ নকল কাৰ্টন। খটখটী আৰক্ষীয়ে শুকুৰবাৰে...

Read moreDetails

উদ্বেগজনক হাৰত নৱজাতকৰ মৃত্যু; ৱেবছাইটত ভুল তথ্যৰে সত্য ঢকাৰ চেষ্টা এন আৰ এইচ্ছ এমৰ

যোৱা প্ৰায় পোন্ধৰতা বছৰত তথাকথিত দক্ষ মন্ত্ৰীৰ অধীনত থকা ৰাজ্যৰ স্বাস্থ্য বিভাগটোৰ উন্নয়নৰ স্বৰূপ উদং খাইছে শেহতীয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ১৪ নৱেম্বৰৰ সংকল্প যাত্ৰাক ৬০টা সংগঠনৰ আদৰণি

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নগাঁৱত শেহতীয়াকৈ একাধিক সংগঠনে মিলিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। শুকুৰবাৰেও নগাঁও চহিদ ভৱন প্ৰেক্ষাগৃহত...

Read moreDetails

গুৱাহাটীলৈ অনা হ’ল কৰ্ণেল মনোৰঞ্জন গোস্বামীৰ নশ্বৰদেহ; ভূতনাথত সম্পন্ন কৰা হ’ব শেষকৃত্য

ভাৰতীয় সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত সেনা বিষয়া, এগৰাকী স্তম্ভলেখক আৰু দেশৰ প্ৰসিদ্ধ সাংবাদিক অৰ্ণৱ গোস্বামীৰ পিতৃ কৰ্ণেল মনোৰঞ্জন গোস্বামীৰ নশ্বৰদেহ আজি গুৱাহাটীলৈ...

Read moreDetails

জে এম চি এইচ্ছত শিশুৰ অস্বাভাৱিক হাৰত মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে যোৰহাটত তিনিজনীয়া বিশেষজ্ঞৰ দল

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত যোৱা ১ নৱেম্বৰৰ পৰা প্ৰায় ২০টি নৱজাতকৰ মৃত্যুৱে চিকিৎসালয়খনৰ লগতে সমগ্ৰ স্বাস্থ্য বিভাগটোৰ অৱস্থা সন্দৰ্ভত প্ৰশ্নবোধকৰ সৃষ্টি...

Read moreDetails
Page 4981 of 6192 1 … 4,980 4,981 4,982 … 6,192

Stay Connected

Recent News