উত্তৰ-পূব

১২দিনৰ পাছতো সন্ধান নাই মাৰ্ঘেৰিটাৰ পৰা নিৰুদ্দেশ হোৱা দেৱজিৎ মেছৰ

যোৱা ২৯ ছেপ্তেম্বৰৰ পৰা নিৰুদ্দেশ হৈ থকা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত মাকুম পথাৰ পঞ্চায়তৰ অধীন চিৰো গাঁৱৰ দেৱজিৎ মেছ(১৭)...

Read moreDetails

প্ৰথমবাৰৰ বাবে অসমত আৰম্ভ কৰিব বেবী লীগ ফুটবল টুৰ্ণামেণ্ট

সৰুৰে পৰা ফুটবল খেলুৱৈসকলক প্ৰতিযোগিতাৰ সুযোগ দিয়া আৰু ভৱিষ্যতে এগৰাকী তাৰকা হিচাপে প্ৰতিষ্ঠত কৰাৰ লক্ষ্য তথা উদ্দেশ্য আগত লৈ অসমত...

Read moreDetails

উচ্চ ন্যায়ালয়ৰ কঢ়া নিৰ্দেশ : ১৫ জানুৱাৰিৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন পাতক; আৰু সময় দিয়া নহ’ব

এন আৰ চিৰ কামৰ অজুহাতত চৰকাৰে পিছুৱাই থকা ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন অহা ১৫ জানুৱাৰিৰ ভিতৰত পাতিবলৈ নতুনকৈ চূড়ান্ত সময়সীমা বান্ধি...

Read moreDetails

কাইলৈৰ পৰা অনলাইন যোগে কিনিব পাৰিব ভাৰত-ৱেষ্ট ইণ্ডিজৰ এদিনীয়াৰ টিকট

অহা ২১ অক্টোবৰত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ প্ৰথমখন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলৰ বাবে সাজু হৈ উঠিছে...

Read moreDetails

জুবিন-গৰিমাক লক্ষ্য কৰি ফেইচবুকত অশ্লীল পোষ্ট দিয়া ঘটনাৰ প্ৰতিক্ৰিয়া-ৰহস্য অব্যাহত; ২৪ ঘণ্টাৰ পিছতো আৰক্ষী ব্যৰ্থ দোষীক চিনাক্ত কৰাত

জুবিন আৰু গৰিমা গাৰ্গক লক্ষ্য কৰি ফেইচবুকত অতি অশ্লীল পোষ্ট দিয়া আৰু জুবিনক সন্মুখত পালেই হত্যা কৰাৰ ভাবুকি দিয়া ঘটনাটোৰ...

Read moreDetails

দুৰ্গা পূজাৰ পূৰ্বে ৰাজ্যিক কৰ্মচাৰীৰ বাবে সুখবৰ; পুনৰ ২ শতাংশ বৃদ্ধি পালে মৰগীয়া বানচ

দুৰ্গা পূজাৰ পূৰ্বে ৰাজ্যিক কৰ্মচাৰী সকলৰ বাবে আহিল আন এক সুখবৰ। পুনৰ দুই শতাংশ বৃদ্ধি পালে কৰ্মচাৰীসকলৰ মৰগীয়া বানচ। মুখ্য...

Read moreDetails

এন আৰ চিৰ কামত জালিয়াতি কৰি ৰূপহীহাটত গ্ৰেপ্তাৰ হ’ল বিষয়া-কৰ্মচাৰী

নগাওঁ-মৰিগাওঁ জিলাত এন আৰ চিৰ কামত গণ্ডগোল হোৱাৰ ন ন তথ্য পোহৰলৈ আহিয়ে আছে। নগাঁও জিলাৰ ৰূপহীহাট ৰাজহ চক্ৰৰ অন্তৰ্গত...

Read moreDetails

অসম আন্দোলনৰ নেতা সমাজকৰ্মী প্ৰদীপ হাজৰিকাৰ দেহাৱসান; গৌৰীসাগৰৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ শোক প্ৰকাশ

অসম আন্দোলনৰ নেতা, প্ৰাক্তন আছু কৰ্মী তথা সমাজকৰ্মী শিৱসাগৰ জিলাৰ ভটীয়াপাৰৰ নিৱাসী প্ৰদীপ  হাজৰিকা(৫৯)ৰ ৯ অক্তোবৰৰ পুৱা নিজা ঘৰতে পৰলোকপ্ৰাপ্তি...

Read moreDetails

দিখৌমুখৰ বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী সত্যৰঞ্জন দত্তৰ দেহাৱসান

শিৱসাগৰ জিলাৰ দিখৌমুখৰ দুলীয়া গাঁৱৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী তথা খনাখোকোৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰতিস্থাপক সহ শিক্ষক, সত্যৰঞ্জন দত্তৰ(৭৬)...

Read moreDetails

গুণোৎসৱৰ আৰম্ভণিতেই কেণা, কামৰূপত নিলম্বিত প্ৰধান শিক্ষয়িত্ৰী

অসমত সোমবাৰৰ পৰা আৰম্ভ হোৱা ২য় পৰ্য্যায়ৰ গুণোৎসৱৰ ১ম দিনাই প্ৰশ্ন কাকত ফাদিলৰ অভিযোগত তৎকালীনভাৱে নিলম্বিত হৈছে মোহিনী নাথ নামৰ...

Read moreDetails
Page 5078 of 6192 1 … 5,077 5,078 5,079 … 6,192

Stay Connected

Recent News