উত্তৰ-পূব

লজ্জাজনক ঘটনা : গুণোৎসৱৰো প্ৰশ্নকাকত ফাদিল হয় এইখন অসমত

চৰকাৰী বিদ্যালয়ৰ প্ৰাথমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ গুণগত মান উন্নত কৰাক উদ্দেশ্য হিচাপে লৈ যোৱা বছৰ আৰম্ভ কৰা গুণোৎসৱৰ দ্বিতীয় সংস্কৰণ...

Read moreDetails

ভাৰতত নৰৱেৰ ৰাষ্ট্ৰদূত নীলচ কামচভাগে গুৱাহাটীৰ আৱৰ্ত ভৱনত সাক্ষাৎ কৰিলে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক

নৰৱেৰ ৰাষ্ট্ৰদূত নীলচ কামচভাগে কালি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক গুৱাহাটীৰ আৱৰ্ত ভৱনত সাক্ষাৎ কৰি কৃষি, মীন, উদ্যান শস্য, শক্তি তথা...

Read moreDetails

১১ অক্তোবৰৰ পৰা মাজুলী-নিমাতীৰ মাজত চলিব ১০ কোটি টকীয়া ৰ’-ৰ’ জাহাজ

নদীদ্বীপ মাজুলীৰ জলপথ যোগাযোগ ব্যৱস্থা অধিক সুসংহত আৰু সুগম কৰি তোলাৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ৰাজ্য চৰকাৰে শেহতীয়াকৈ...

Read moreDetails

ডিব্ৰুগড়ত বিগ বাজাৰ শৃংখলাৰ প্ৰথমখন ষ্টোৰ উদ্বোধন

ভাৰতৰ আগশাৰীৰ হাইপাৰমাৰ্কেট ‘ফিউছাৰ মাৰ্কেট’ৰ শৃংখলা ‘বিগ বাজাৰ’ এখন ষ্টোৰ ডিব্ৰুগড়ত আৰম্ভ কৰা হ’ব। ৩৬,০০০ বৰ্গফুট এলেকাত বিগ বাজাৰৰ ষ্টোৰখন...

Read moreDetails

নগাঁৱৰ চিত্ৰশিল্পী ৰাজীৱ দাসলৈ ‘চিত্রকৃৎ বঁটা’ প্ৰদান

নগাঁৱৰ উদীয়মান চিত্ৰশিল্পী ৰাজীৱ দাসলৈ ত্ৰিপুৰাৰ এক আগশাৰীৰ সামাজিক তথা সাংস্কৃতিক অনুষ্ঠান সংগীত নৃত্য ছ'চাইটিয়ে 'চিত্ৰকৃৎ ব‌ঁ‌টা' আগবঢ়াইছে। অলপতে আগৰতলাত...

Read moreDetails

পৃথক ‘মৰাণলেণ্ড’ৰ দাবী!! অসমত আৰম্ভ হৈছে নেকি নতুন এখন সশস্ত্ৰ সংগ্ৰামৰ?

আলফা, এন ডি এফ বি, এন এছ চি এনকে ধৰি বহুকেইটা সশস্ত্ৰ উগ্ৰপন্থী সংগঠনে হত্যা-হিংসা, ধনদাবীকে ধৰি বিভিন্ন কাৰ্যকলাপেৰে অসমক...

Read moreDetails

১০ অক্টোবৰৰ পৰা মাজুলীত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিবাহক সভা

  ১০ আৰু ১১ অক্টোবৰত মাজুলীত অনুষ্ঠিত হ’ব বিজেপিৰ কাৰ্যনিৰ্বাহক সভা। কাৰ্যনিবাহক সভাত বিভিন্ন ৰাজনৈতিক প্ৰস্তাৱ গ্ৰহণ তথা পৰিস্থিতিৰ পৰ্যালোচনাৰ...

Read moreDetails

সোৱণশিৰি চাপৰিত অচিন ৰোগত পৰি শ শ পশুধনৰ মৃত্যু

বিগত ৬ মাহত লখিমপুৰ জিলাৰ সোৱণশিৰি চাপৰিত শ শ গৰু ছাগলীৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। স্থানীয় পশু-পালকসকল এই অচিন...

Read moreDetails

পেঙেৰীত ভয়াৱহ বাছ দুৰ্ঘটনা; আহত ২০, এজনৰ অৱস্থা সংকটজনক

তিনিচুকীয়া জিলাৰ পেঙেৰীত আজি এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোৰ ফলত এখন যাত্ৰীবাহী বাছৰ ২০ জন লোক আহত হ'ব...

Read moreDetails

বিশ্বৰ ভিতৰত ওখ বল্লভ ভাইৰ প্ৰতিমূৰ্তি : অসমবাসীক নিমন্ত্ৰণ দিবলৈ গুৱাহাটীত গুজৰাটৰ মন্ত্ৰী

গুজৰাটত স্থাপিত চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমুৰ্তি উন্মোচন অনুষ্ঠানত অসমৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু অসমবাসীক আমন্ত্ৰণ জনাবৰ বাবে আহিছে গুজৰাটৰ কৃষি...

Read moreDetails
Page 5080 of 6192 1 … 5,079 5,080 5,081 … 6,192

Stay Connected

Recent News