উত্তৰ-পূব

অষ্ট্ৰেলিয়ান অ’পেনত ইতিহাস! ৪২ পইণ্টৰ টাইব্ৰেকাৰ; মহাকাব্যিক যুঁজত অঘটন অখ্যাতনামাৰ

খেলখন টাইব্ৰেকাৰত পেণ্ডুলামৰ দৰে ডুলি থাকিল। এলিনা ৰাইবাকিনাই এবাৰ মেচ পইণ্ট লাভ কৰিছে যদি পিছৰ মুহূৰ্ততে আন্না ব্লিংকোভাই মেচ পইণ্টত...

Read moreDetails

ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মূল তাৎপৰ্য কি?

অনবৰতে এটাই আৱাজ! দিনে-ৰাতিয়ে আমি কিমান শুনিম সেই একেটা আৱাজ! সেই আৱাজটো হ’ল বিজেপিৰ আৱাজ। হিন্দুত্বৰ আৱাজ। হিন্দু ধৰ্মক লৈ...

Read moreDetails

ভেটিকানত পোপ ফ্ৰান্সিছে মুকলি মনেৰে ক’লে, ‘যৌনতা ঈশ্বৰৰ উপহাৰ’

ভেটিকানৰ পোপ হ’লেও তেওঁ সদায় মুকলি মনৰ। তেওঁৰ উদাৰ মনোভাৱৰ বাবেও সমগ্ৰ বিশ্বতে জনপ্ৰিয়। সেই পোপ ফ্ৰান্সিছে এইবাৰ কৈছে, যৌনসুখ...

Read moreDetails

নতুন হিংসাৰ ফলত মণিপুৰত ৪৮ ঘণ্টাত ৪ জন লোকৰ মৃত্যু, আহত ৭ জন

বুধবাৰে (১৭ জানুৱাৰী) নিশাৰ পৰা সমগ্ৰ মণিপুৰত পুনৰ নতুন হিংসাত্মক ঘটনা সংঘটিত হৈছে। পৃথক পৃথক ঘটনাত চাৰিজন লোকৰ মৃত্যু ঘটিছে...

Read moreDetails

গুৱাহাটীৰ পৰা নিৰুদ্দেশ হোৱা ১৪ বছৰীয়া কিশোৰীক উত্তৰ প্ৰদেশত উদ্ধাৰ

বৃহস্পতিবাৰে গুৱাহাটীৰ আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ হাপুৰ জিলাৰ পৰা এগৰাকী ১৪ বছৰীয়া কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। যোৱা সোমবাৰে পুৱাৰে পৰা...

Read moreDetails

ছিৰিয়াত বিমান আক্ৰমণ; ১০ জন সাধাৰণ নাগৰিকৰ মৃত্যু, কোনে চলালে আক্ৰমণ?

ছিৰিয়াত বিমান আক্ৰমণত ১০ জন লোক নিহত হৈছে। নিহতসকলৰ ভিতৰত চাৰিগৰাকী মহিলা আৰু আটাইকেইজনেই সাধাৰণ নাগৰিক। চুবুৰীয়া ৰাষ্ট্ৰ জৰ্ডানে এই...

Read moreDetails

কোচিং চেণ্টাৰত ১৬ বছৰ অনুৰ্ধৰ বাবে নামভৰ্তি বন্ধ; কেন্দ্ৰৰ নতুন নিৰ্দেশনা

আই আই টিৰ জইণ্ট এন্ট্ৰেঞ্চ টেষ্ট, বা মেডিকেল জইণ্ট এন্ট্ৰেঞ্চ টেষ্টৰ দৰে প্ৰৱেশ পৰীক্ষাৰ বাবে সমগ্ৰ দেশতে কোচিং চেণ্টাৰসমূহ কাঠফুলাৰ...

Read moreDetails

অসম চৰকাৰ দেশৰ ভিতৰতে সৰ্বাধিক দুৰ্নীতিগ্ৰস্ত চৰকাৰ! অভিযোগ ৰাহুল গান্ধীৰ

মণিপুৰৰ পৰা আৰম্ভ হোৱা কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা আজি প্ৰৱেশ কৰে অসমত। অসমত প্ৰৱেশ কৰাৰ পিছতে কংগ্ৰেছ নেতা ৰাহুল...

Read moreDetails

পত্নী অবিহনে ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাত যোগ দিব নোৱাৰিব মোডীয়ে! সুব্ৰমনিয়ম স্বামীৰ মন্তব্যত বিতৰ্ক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বৰ্তমান দুদিনীয়া কেৰালা ভ্ৰমণত আছে। চলিত সপ্তাহৰ শেষৰ ফালে অযোধ্যাত অনুষ্ঠিত হ’বলগীয়া মহা কুম্ভাভিষেক অনুষ্ঠানত অংশগ্ৰহণ কৰিব।...

Read moreDetails

অসমত প্ৰৱেশ কৰিলে ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’; সমৰ্থন-সহযোগিতা লাভৰ আশা ৰাহুল গান্ধীৰ

বৃহস্পতিবাৰে (১৮ জানুৱাৰী) পুৱা কংগ্ৰেছ দলৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই অসমত প্ৰৱেশ কৰে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত...

Read moreDetails
Page 945 of 6191 1 … 944 945 946 … 6,191

Stay Connected

Recent News