লকডাউন বলৱৎ হৈ নাথাকিলেও দেশৰ পৰা ক’ৰ’না আঁতৰি যোৱা নাই বুলি মঙলবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধি দিয়া ভাষণক...
Read moreDetailsক’ৰ’ণাৰ উৎপত্তি দেশ চীনে প্ৰস্তুত কৰি উলিয়াইছে ক’ৰ’ণা প্ৰতিৰোধী ভেকচিন। উল্লেখ্য যে গোটেই বিশ্বতে ক’ৰ’ণাক বিয়পাই দিয়া বুলি চীনক বিশ্ব...
Read moreDetailsলকডাউন বলৱৎ হৈ নাথাকিলেও দেশৰ পৰা ক’ৰ’ণা কিন্তু আঁতৰি যোৱা নাই। আজি সন্ধিয়া ৬ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধি...
Read moreDetailsকেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে ভাৰতমালা পৰিযোজনাৰ অধীনত পথ, ৰে'ল, বিমান আৰু জলপথৰ জৰিয়তে পোনপটীয়া যোগাযোগৰ ব্যৱস্থা সম্বলিত দেশৰ...
Read moreDetailsকেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে সুখবৰ। ক’ৰ’ণা কালতো কেন্দ্ৰীয় ঔদ্যোগিক প্ৰতিষ্ঠানসমূহত কৰ্মৰত কৰ্মচাৰীসকলৰ মৰগীয়া বানচ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সপ্তম...
Read moreDetailsমংগলবাৰে সন্ধিয়া ৬ বজাত দেশবাসীক সম্বোধি ভাষণ প্ৰদান কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশবাসীৰ উদ্দেশ্যি নিজৰ টুইটাৰ একাউন্টত এই বিষয়ে...
Read moreDetailsবাংলাদেশ সুৰক্ষা বাহিনীয়ে চিলেট অঞ্চলত আলফা(স্বা:)ৰ এগৰাকী দুৰ্ধৰ্ষ নেতাক বিচাৰি অভিযান চলাই থকাৰ কথা এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।...
Read moreDetailsক’ৰ’না ভাইৰাছৰ সংক্ৰমণ হ্ৰাস পোৱাৰ বিপৰীতে দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰা কাৰ্যত চিন্তিত হৈ মণিপুৰ চৰকাৰে ৰাজ্যখনত পুনৰ এবাৰ লকডাউন...
Read moreDetailsদেশত মহামাৰী ক’ৰ’ণাৰ সন্ত্ৰাস বন্ধ হ’লেই বলৱৎ কৰা হ’ব CAA। এই ঘোষণা কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নেড্ডাই। সোমবাৰে...
Read moreDetailsএইবাৰ বলিউদৰ অভিনেত্ৰী কংগণা ৰাণাৱটক ধৰ্ষণৰ ভাবুকি দিলে এজন অধিবক্তাই। ওড়িশাৰ মেহেন্দি ৰাজা নামৰ এজন অধিবক্তাই এই ভাবুকি প্ৰদান কৰিছে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd