Popular Stories

কৃষ্ণাংগ ব্যক্তিক বৰ্বৰভাৱে আক্ৰমণ আৰক্ষীৰ : বর্ণ বৈষম্যৰ বিৰুদ্ধে বিক্ষোভত উত্তাল ফ্ৰান্স

আমেৰিকাৰ পিছত এইবাৰ ফ্ৰান্সত বৰ্ণ বৈষম্য! এগৰাকী কৃষ্ণাংগ ব্যক্তিক ফৰাচী আৰক্ষীয়ে নিৰ্দয়ভাৱে আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে। এই ঘটনা পোহৰলৈ...

Read moreDetails

কৃষক বিক্ষোভ : দিল্লীৰ ৯ খন ষ্টেডিয়াম ডিটেনশ্যন কেম্পৰ বাবে অনুমতি নিদিলে কেজৰিৱাল চৰকাৰে

দিল্লী চ’লো কৃষক সমদলৰ অপ্ৰতিৰোধ্য গতিত থৰকাছুতি হেৰুৱাৰ উপক্ৰম হৈছে দিল্লী আৰক্ষীৰ। ইতিমধ্যে পঞ্জাৱ-হাৰিয়ানা সীমান্ত অতিক্ৰম কৰি হাৰিয়ানা-দিল্লীৰ সীমান্ত কঁপাই...

Read moreDetails

কৃষকক ভেটা দিবলৈ দিল্লী সীমান্ত ছীল : কৃষকৰ ওপৰত বৰ্বৰতাৰে শীতল পানী হিলৈ, কন্দুৱা গেছ প্ৰয়োগ

শুকুৰবাৰে দিল্লী চ'লো ধ্বনিৰে পঞ্জাৱ-হাৰিয়ানা সীমান্তৰ বাধা নেওচি হাৰিয়ানাত প্ৰৱেশ কৰিছিল হাজাৰ হাজাৰ কৃষকে। ৰাজপথৰ বেৰিকেড ওফৰাই, নদীত পেলাই দি...

Read moreDetails

ভাৰতীয় জাৰ্চিত পুনৰ দেখা গ’ল এছ শ্ৰীসন্থক : ক’লে- ইয়াৰ বাবে সাতবছৰ অপেক্ষা কৰিছো

মেচ ফিক্সিং কৰাৰ অপৰাধত সাত বছৰৰ বাবে নিষিদ্ধ হোৱাৰ পিছত প্ৰতিযোগিতামূলক ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ সাজু হৈছে ভাৰতৰ প্ৰাক্তন বেগী বলাৰ...

Read moreDetails

মাজ নিশা ক’ভিড চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড, ৫ গৰাকী লোকৰ কৰুণ মৃত্যু

গুজৰাটৰ ৰাজকোট জিলাত এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈছে। ইয়াত থকা এখন ক’ভিড চিকিৎসালয়ত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ...

Read moreDetails

অষ্ট্ৰেলিয়া টেষ্ট শৃংখলাৰ পৰা বাহিৰ ঈশান্ত শৰ্মা, ১১ ডিচেম্বৰত ৰোহিত সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত

ভাৰতৰ সবাটোকৈ অভিজ্ঞ বেগী বলাৰ ঈশান্ত শৰ্মাই আঘাতৰ সমস্যাৰ পৰা সম্পূৰ্ণ ৰূপে মুক্ত নোপোৱাত তেওঁক অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগন্তক টেষ্ট মেচৰ...

Read moreDetails

পঞ্জাৱ-হাৰিয়ানা সীমান্তত অপ্ৰতিৰোধ্য কৃষক সমদল! : দলঙৰ পৰা বেৰিকেড নদীত পেলাই আহিছে আগুৱাই

পঞ্জাৱ-হাৰিয়ানাৰ চম্ভু সীমান্তত অপ্ৰতিৰোধ্য দিল্লী অভিমুখী কৃষক সমদল। দুই ৰাজ্যৰ সীমান্তত যোৱা ৪৮ ঘণ্টাৰ পূৰ্বে কৃষক সমদলটোক প্ৰতিৰোধ কৰিবলৈ সাজু...

Read moreDetails

প্ৰয়াত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ পদ চিহ্ন সংগ্ৰহ কৰিলে পূৰ্ণ শিল্পম শিল্পালয়ে

প্ৰয়াত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ পদ চিহ্ন বা চাপ সংগ্ৰহ কৰিলে পূৰ্ণ শিল্পম শিল্পালয়ে। আজি চৰকাৰী বাসগৃহত গগৈৰ নশ্বৰ...

Read moreDetails

এদিন স্বৰ্গৰ কোনোবা এখন ঠাইত মাৰাডোনাৰ সৈতে ফুটবল খেলিব পেলেই

‘এদিন স্বৰ্গৰ কোনোবা এখন ঠাইত মাৰাডোনাৰ সৈতে ফুটবল খলিম’, ব্ৰাজিলৰ মহান ফুটবলাৰ পেলেই কিংবদন্তি মাৰাডোনাৰ মৃত্যুত শোকপ্ৰকাশ কৰি এনেদৰে শ্ৰদ্ধাঞ্জলি...

Read moreDetails

৭ আৰু ১০ ডিচেম্বৰত চাৰিখন জিলাত স্থানীয় বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিল (বিটিচি)ৰ নিৰ্বাচনৰ বাবে বাক্সা আৰু ওদালগুৰি জিলাত ৭ ডিচেম্বৰ আৰু কোকৰাঝাৰ আৰু চিৰাং জিলাত ১০ ডিচেম্বৰ তাৰিখে...

Read moreDetails
Page 1189 of 1554 1 … 1,188 1,189 1,190 … 1,554

Stay Connected

Recent News