Popular Stories

মেলব’ৰ্নত উজলিল ৰীমা দাস; ‘বুলবুল কেন ছিং’ ছবিয়ে আঁজুৰিলে শ্ৰেষ্ঠ ভাৰতীয় ছবিৰ সন্মান

শেহতীয়া ছবি ‘বুলবুল কেন ছিং’ৰ জৰিয়তে পৰিচালিকা ৰীমা দাসে পুনৰ এবাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। এইবাৰ 'ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অব...

Read moreDetails

সুধাকণ্ঠলৈ ‘ভাৰত ৰত্ন’, পুত্ৰ তেজ হাজৰিকাই ৰাষ্ট্ৰপতিৰ পৰা গ্ৰহণ কৰিলে বঁটা

অসমীয়া জাতিগঠন আৰু সমাজ সংগঠনত গীত আৰু সুৰেৰে প্ৰধান ভূমিকা পালন কৰা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক আজি মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ...

Read moreDetails

ব্যাপক কাৰ্যসূচীৰে ৭৩ সংখ্যক স্বাধীনতা দিৱস অনুষ্ঠিত কৰিব কামৰূপ মহানগৰ প্ৰশাসনে

দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজু হৈ উঠিছে কামৰূপ মহানগৰ জিলা প্ৰশাসন। এইবাৰ স্বাধীনতা দিৱস তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। কামৰূপ...

Read moreDetails

এন আৰ চি খচৰাত নাম নাই নেপালী সাহিত্য সভাৰ সভাপতিৰ; ঘুৰাই দিব সাহিত্য অকাডেমী বঁটা

এন আৰ চিৰ খচৰা তালিকাত নাম অহা নাই অসম নেপালী সাহিত্য সভাৰ সভাপতি তথা সাহিত্য অকাডেমী বঁটা প্ৰাপক দুৰ্গাপ্ৰসাদ খাতিওড়াৰ।...

Read moreDetails

আলফা (স্বা)ৰ হৈ কাম কৰি অহা শিক্ষয়িত্ৰী, ছাত্ৰীসহ চাৰিজনক গ্ৰেপ্তাৰ

আলফা (স্বা)ৰ হৈ কাম কৰি অহাৰ অভিযোগত উজনি অসমৰ বিভিন্ন ঠাইৰ পৰা আজি আৰক্ষীয়ে এগৰাকী শিক্ষয়িত্ৰী, হস্পিটালৰ কৰ্মচাৰী, ছাত্রীকে ধৰি চাৰি...

Read moreDetails

ডব্লিউ ডব্লিউ ইৰ তাৰকা দ্যা গ্ৰেট খালী গুৱাহাটীত উপস্থিত; ব’ব ফিটনেছ একাডেমি উদ্বোধন

ডব্লিউ ডব্লিউ ইৰ বিশ্ব বিখ্যাত যোদ্ধা গ্ৰেট খালী আজি গুৱাহাটীত উপস্থিত হৈ ব’ব ফিটনেছ একাডেমী উদ্বোধন কৰে। মহানগৰীৰ হোটেল পেলেছিয়াত...

Read moreDetails

মন্ত্ৰী নৱ দলেৰ ছত্ৰছায়াত PMAYGৰ অধীনৰ গৃহ আবণ্টনত ব্যাপক দুৰ্নীতিৰ অভিযোগ

প্ৰধান মন্ত্ৰী আৱাস যোজনা (গ্ৰামীন) চমুকৈ PMAY(G)ৰ অধীনত আজি ৰাজ্যজুৰি আনুষ্ঠানিকভাৱে শুভৰাম্ভ হোৱা ১ লাখতকৈ অধিক বাসগৃহৰ আধাৰশিলা স্থাপন কাৰ্যসূচীৰ সময়তে...

Read moreDetails

বিহালীত মাতৃ আৰু আইতাকে নিমখ খুৱাই হত্যা কৰিলে কণমানি সন্তানক

বিশ্বনাথ জিলাৰ বিহালীত সংঘটিত হৈছে মানৱতাক লজ্জানত কৰা এক ঘটনা। বিহালীৰ মৰাণ গাঁৱত নিজ মাতৃ আৰু আইতাকৰ হাততে এটি সদ্যোজাত শিশুৱে...

Read moreDetails

ভাৰতীয় সংবিধানৰ প্ৰতিলিপি ফালিলে পিডিপিৰ সাংসদে; মাৰ্শ্বেল লগাই বাহিৰ কৰিলে সংসদৰ পৰা

জম্মু-কাশ্মীৰত এতিয়া দেশৰ সকলোৰে দৃষ্টি নিৱদ্ধ হৈ থকাৰ সময়তে আজি ৰাজ্যসভাৰ মজিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জম্মু-কাশ্মীৰৰ পিপল ডেমক্ৰেটিক দলৰ...

Read moreDetails

১৯ খন জিলাত অসম চুক্তিৰ দ্বাৰা নাগৰিকত্ব লাভ কৰা এটা বিশেষ গোষ্ঠীৰ দপদপনি বৃদ্ধি পাইছে : মমিনুল আৱাল

'১৯ খন জিলাত অসম চুক্তিৰৰ দ্বাৰা ভাৰতীয় নাগৰিকত্ব লাভ কৰা এটা বিশেষ গোষ্ঠীৰ দপদপনি বৃদ্ধি পাইছে।' দেওবাৰে মহানগৰীৰ হোটেল নিবেদনত...

Read moreDetails
Page 1499 of 1552 1 … 1,498 1,499 1,500 … 1,552

Stay Connected

Recent News