Popular Stories

উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

ৰাছিয়াক ধৰাশায়ী কৰিবলৈ যুদ্ধক্ষেত্ৰত ৰবট সেনা মোতায়েন কৰিছে ইউক্ৰেইনে। ইউক্ৰেইনৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী মিখাইল ফেড’ৰভে শনিবাৰে এই কথা ঘোষণা কৰিছে।...

Read moreDetails

যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

বিশ্বজুৰি বৃদ্ধি পোৱা বিভাজন আৰু সংঘাতৰ মাজতে সংযুক্ত আৰৱ আমিৰশ্বাহীয়ে বিবাদসমূহ শান্তিপূৰ্ণভাৱে নিষ্পত্তি কৰাৰ বাবে কূটনৈতিক আলোচনাৰ ওপৰত গুৰুত্ব আৰোপ...

Read moreDetails

এইবাৰ জ্ঞানেশ কুমাৰৰ ‘বছ’ৰ পদত্যাগ দাবী কৰক; ককৰোচ জনতা পাৰ্টিলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ককৰোচ জনতা পাৰ্টিক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পদত্যাগৰ দাবীত আন্দোলন আৰম্ভ কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়াইছে।...

Read moreDetails

৪২ বছৰৰ অন্তত ভংগ পি টি উষাৰ অভিলেখ! এছিয়ান গেমছত ইতিহাস ৰচি ব্ৰঞ্জৰ পদক জয় বিদ্যা ৰামৰাজৰ

নাগোয়া চিটী মিজুহো পাৰ্ক এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত ২০২৬ বৰ্ষৰ এছিয়ান গেমছৰ ৪০০ মিটাৰ হাৰ্ডলছ ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰি ইতিহাস...

Read moreDetails

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

ৰাজধানী দিল্লী আৰু ইয়াৰ কাষৰীয়া এনচিআৰ এলেকাত সংঘটিত হোৱা নৃশংস ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ে নিজাববীয়া পদক্ষেপ (Suo...

Read moreDetails

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

সপ্তাহৰ প্ৰথম দিনটোতে শ্বেয়াৰ বজাৰত প্ৰলয়। চেন্সেক্স আৰু নিফ্টী হোৰহোৰাই পৰি আছে। আজিৰ দিনটোতে চেন্সেক্স প্ৰায় ৯০০ পইণ্ট হ্ৰাস পাইছে...

Read moreDetails

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

সশস্ত্ৰ যোদ্ধাৰ এটা দলে পাকিস্তানৰ সীমান্ত পাৰ হৈ আফগানিস্তানত প্ৰৱেশ কৰি আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল। কাবুলে দাবী কৰে যে ইছলামিক...

Read moreDetails

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী মুৰলী মনোহৰ যোশীয়ে উত্তৰাখণ্ডৰ বদ্ৰীনাথত সংগীত কনচাৰ্টকে ধৰি এটা সাংস্কৃতিক মহোৎসৱৰ আয়োজনক তীব্ৰ...

Read moreDetails

স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নে সপ্তাহত ৫ কৰ্মদিনকে ধৰি একাধিক দাবীৰ ভিত্তিত ​​২৮ ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়া বেংক ধৰ্মঘটৰ আহ্বান জনাইছিল।...

Read moreDetails

কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

আকৌ এবাৰ ক্ৰিকেট বিশ্বৰ সিংহাহনত 'কিং কোহলী'। তিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড ষ্টেডিয়ামত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে অনায়াসে জয়লাভ কৰিলে। শুভমন গিলৰ দলটোৱে...

Read moreDetails
Page 18 of 1522 1 … 17 18 19 … 1,522

Stay Connected

Recent News