Popular Stories

বৃদ্ধ পিতৃ-মাতৃক অৱহেলা কৰা চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ ১৫% কৰ্তন হ’বঃ চৰকাৰৰ নতুন আইন

সম্প্ৰতি দেশৰ বিভিন্ন প্ৰান্তত বৃদ্ধ পিতৃ-মাতৃক অৱহেলা কৰাৰ ঘটনা সততেই শুনিবলৈ পোৱা যায়। শেহতীয়অ কৈ তেলেংগানাত বৃদ্ধ পিতৃ-মাতৃক অৱহেলা কৰাৰ...

Read moreDetails

২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে পুনৰ সংস্থাপনৰ আহ্বান স্থানচ্যুত লাইকা বনগাঁৱৰ পৰিয়াল সমূহৰ…

লাইকা বনগাঁও পুনৰ্বাসন দাবী সমিতিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শ শ স্থানচ্যুত পৰিয়ালক পুনৰ সংস্থাপনৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ...

Read moreDetails

বামপন্থী শাসিত কেৰালাৰ ইতিহাস! স্বাধীনোত্তৰ ভাৰতৰ চৰম দৰিদ্ৰতাৰ পৰা মুক্ত প্ৰথম ৰাজ্য হোৱাৰ পথত অগ্ৰসৰ

সামাজিক ন্যায়ৰ ক্ষেত্ৰত এক ঐতিহাসিক জয় লাভ কৰিছে বামপন্থী শাসিত ৰাজ্য কেৰালাই।  চৰম দৰিদ্ৰতা নথকা ভাৰতৰ প্ৰথমখন ৰাজ্য হোৱাৰ পথত...

Read moreDetails

নেপালৰ ‘Gen Z’ য়ে গঠন কৰিলে নতুন ৰাজনৈতিক দল

ৰাজনৈতিক ক্ষেত্ৰত খুজ পেলেইছে নেপালৰ 'জেন-জি' (Gen Z)য়ে। শনিবাৰে নেপালৰ যুৱ সমাজে এটা নতুন ৰাজনৈতিক দল গঠন কৰাৰ ঘোষণা কৰিছে।...

Read moreDetails

বিশ্ব অভিলেখ গঢ়িবলৈ সাজু অযোধ্যা, দেৱালীৰ বাবে ২৬ লাখৰো অধিক চাকিৰে জিলিকিব ৰাম মন্দিৰ

ভগৱান শ্ৰীৰামৰ ঘৰলৈ উভতি অহাৰ স্মৃতিত আজিৰে পৰা অযোধ্যাত বহু প্ৰত্যাশিত দীপাৱলী আৰম্ভ হৈছে। এইবাৰ এই উৎসৱে দেশৰ ইতিহাসত নতুন...

Read moreDetails

এদিনীয়াৰ প্ৰত্যাৱৰ্তনত ‘পাৰ্থ’ত নচলিল ৰোহিত-কোহলীৰ যাদু! আশাহত ক্ৰিকেটানুৰাগী

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এই শৃংখলা দুই দ্বিগজৰ বাবে কেৰিয়াৰ ৰক্ষাৰ যুঁজ। আৰু সেই যুঁজৰ প্ৰথম পৰ্যায়তে ভাৰতীয় ক্ৰিকেটৰ দুই মহান খেলুৱৈ...

Read moreDetails

জুবিন অবিহনে এটা মাহ! ন্যায়ৰ আশাত বন্দী আত্মীয়-গুণমুগ্ধ

জুবিন গাৰ্গ অবিহনে এটা মাহ সম্পূৰ্ণ হ’ল। জুবিনৰ অনুপস্থিতিত এই ৩০টা দিন অনুৰাগী সকলে কেনেকৈ পাৰ কৰিছে, তাক পৃথকে বহলাই...

Read moreDetails

বিশ্বজুৰি বিয়পিছে ‘এমপক্স’, উদ্বিগ্ন চিকিৎসক সমাজ!

শেহতীয়াকৈ বিশ্বজুৰি এক নতুন আশংকা বিয়পি পৰিছে। এই নতুন সংশয়ৰ নাম হৈছে ‘Mpox’। ইতিমধ্যে পূব আফ্ৰিকাৰ বিভিন্ন দেশত এমপক্সৰ প্ৰাদুৰ্ভাৱ...

Read moreDetails

দিল্লীৰ ব্ৰহ্মপুত্ৰ এপাৰ্টমেণ্টত ভয়ংকৰ অগ্নিকাণ্ড: ভস্মীভূত ৰাজ্যসভাৰ সাংসদসকলৰ বাসগৃহ

দিল্লীৰ ডাঃ বিষ্ণু দাস মাৰ্গত অৱস্থিত ব্ৰহ্মপুত্ৰ এপাৰ্টমেণ্টত আজি এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ৰাজ্যসভাৰ অধিকাংশ সাংসদৰ বাসগৃহ ভস্মীভূত...

Read moreDetails

সামাজিক হেচাঁত দুই পৃথক ধৰ্মৰ দম্পতীক অবৈধভাৱে আটক! আৰক্ষীক ধমক হাইকোৰ্টৰ

শনিবাৰে উত্তৰ প্ৰদেশ আৰক্ষীক এহাল আন্তঃধৰ্মীয় দম্পতীক অবৈধভাৱে আটক কৰাৰ বাবে এলাহবাদ উচ্চ ন্যায়ালয়ে তীব্ৰ সমালোচনা কৰে। এই কাৰ্যক ন্যায়ালয়ে...

Read moreDetails
Page 389 of 1554 1 … 388 389 390 … 1,554

Stay Connected

Recent News