ক্ৰীড়া

‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

বিশ্বকাপৰ সময়তে খেলপথাৰৰ বাহিৰৰ এক অত্যন্ত কুৎসিত বিতৰ্কই ফুটবল জগতত আলোড়নৰ সৃষ্টি কৰিছে। পেৰাগুৱেৰ চিনেটৰ চেলেষ্টে আমাৰিলাই ফ্ৰান্সৰ অধিনায়ক কাইলিয়ান...

Read moreDetails

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

ফুটবল খেলপথাৰত ৯০ মিনিট গ’লবিহীন হৈ থকা মানেই এখন মেচ অতিৰিক্ত সময়ৰ দিশে আগবাঢ়িছে বুলি ভবাৰ কোনো কাৰণ নাই। স্পেনিছ...

Read moreDetails

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

১৬ বছৰ পূৰ্বে আমেৰিকাৰ মেটলাইফ ষ্টেডিয়ামতে ব্ৰাজিলৰ জাৰ্চিত নেইমাৰৰ আন্তঃৰাষ্ট্ৰীয় ফুটবলত অভিষেক ঘটিছিল। দেওবাৰে নিশা সেই খেলপথাৰতে তেওঁৰ ১৬ বছৰীয়া...

Read moreDetails

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকো চহৰৰ এজটেকা ষ্টেডিয়াম অন্যতম শক্তিশালী ষ্টেডিয়াম। ইয়াৰ এটা কাৰণ অৱশ্যেই ইয়াৰ উচ্চতা। আৰু আন এটা কাৰণ হ’ল মেক্সিকান অনুৰাগীসকল।...

Read moreDetails

হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

আন্তঃৰাষ্ট্ৰীয় ফুটবলত ব্ৰাজিলে কেতিয়াও নৰৱেক পৰাস্ত কৰিব পৰা নাই। চাৰি বাৰৰ মুখামুখিত অপৰাজিত হৈ আছিল নৰৱে। দেওবাৰে নিশা বিশ্বকাপৰ ৰাউণ্ড...

Read moreDetails

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত দ্বিতীয়খন টি-২০ মেচত ভাৰতীয় ছিনিয়ৰ ক্ৰিকেট দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটে বিহাৰৰ ১৫ বছৰীয়া প্ৰতিভাৱান খেলুৱৈ...

Read moreDetails

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

ৰাউণ্ড অফ ১৬-ত আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি চলিত বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে মৰক্কোৱে। ভাৰতীয় সময় অনুসৰি...

Read moreDetails

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

দুৰ্দান্ত ফৰ্মত আছে কাইলিয়ান এমবাপে। উছমেন ডেম্বেলে আৰু ব্ৰেডলি বাৰ্কোলাই দুয়োটো উইংতে ধুমুহাৰ সৃষ্টি কৰে। মাইকেল অলিছে ১০ নম্বৰ হিচাপে...

Read moreDetails

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

মিকেল অয়াৰজাবালৰ মাতৃভাষা পৃথিৱীৰ আন কোনো ভাষাৰ লগতে নিমিলে। তেওঁ স্পেইনৰ বাস্ক প্ৰদেশৰ বাসিন্দা আৰু ইউস্কাৰা ভাষাত কথা কয়। এই...

Read moreDetails

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

বিশ্বকাপৰ পথাৰত পৰ্তুগালক শেষ ষোল্ললৈ লৈ গৈছে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে। কিন্তু খেলপথাৰৰ এই সফলতাৰ মাজতো নিজৰ মানৱীয়তাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে...

Read moreDetails
Page 12 of 470 1 … 11 12 13 … 470

Stay Connected

Recent News