ক্ৰীড়া

অভিৰুচি ক্ৰীড়া দিৱসত চৰকাৰী আঁচনিৰ পৰা উপেক্ষিত এছিয়ান গেমছত সোণৰ পদক বিজয়ী ফুটবলাৰ

অভিৰুচি ক্ৰীড়া দিৱসত ক্ৰীড়াবিদ সকলৰ বাবে অসম চৰকাৰে ঘোষণা কৰা আঁচনিত স্থান নাপালে ২০১৪ চনত এছিয়ান গেমচত সোণৰ পদক পোৱা...

Read moreDetails

পেৰা অলিম্পিকৰ মিক্সড ৫০মিটাৰ পিষ্টলত ভাৰতৰ দুটা পদক; দেশৰ তৃতীয়টো সোণৰ পদক জয় মনীশৰ

টকিঅ’ পেৰা অলিম্পিকৰ ১১নম্বৰ দিনটোৰ পুৱাতেই ভাৰতে এটা ইভেন্টতে দুটাকৈ পদক হস্তগতে কৰে। মিক্সড ৫০ মিটাৰ পিস্তল এছএইচ১ ইভেন্টত নিজৰ...

Read moreDetails

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ গৃহ জিলা শিৱসাগৰতো আজি পালন কৰা হৈছে অভিৰুচি ক্ৰীড়া দিৱস

আজি তিনি চেপ্তেম্বৰ। তিনি চেপ্তেম্বৰ দিনটোতে ৰাজ্যজুৰি পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস। সমগ্ৰ ৰাজ্যৰ লগতে আজি অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ...

Read moreDetails

টেষ্ট বেটছমেনৰ শীৰ্ষত ইংলেণ্ডৰ অধিনায়ক জো ৰুট; কোহলিক অতিক্ৰমি ৫নম্বৰ স্থানত ৰোহিত

নিজৰ ধাৰাবাহিক প্ৰদৰ্শন অব্যাহত ৰাখি ইংলেণ্ডৰ অধিনায়ক জো ৰুটে আইচিচিৰ টেষ্ট ৰেংকিঙত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। ছয় বছৰ পাছত...

Read moreDetails

যমুনা বড়ো আৰু সঞ্জয় বড়োক আবকাৰী পৰিদৰ্শকৰ চাকৰি; আৰু কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ?

অসমলৈ গৌৰৱ কঢ়িয়াই অনা বক্সাৰ যমুনা বড়ো আৰু আৰ্চাৰ সঞ্জয় বড়োক আবকাৰী পৰিদৰ্শক হিচাপে নিযুক্তি দিয়া হ’ব। বুধবাৰে কইনাধৰাত অনুষ্ঠিত...

Read moreDetails

দৈনিক ৩০ মিনিটৰ শাৰীৰিক গতিবিধিৰে সক্ৰিয়,সুস্থ আৰু ফিট হোৱাৰ সংকল্পেৰে শিৱসাগৰত ফ্ৰীদম দৌৰ

কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ অধীনৰ নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আজি শিৱসাগৰত ফিট ইণ্ডিয়া ফ্ৰীদম দৌৰৰ আয়োজন কৰা...

Read moreDetails

দেশৰ বাবে মেডেল কঢ়িয়াই আনি মোৰ ডিউটি মই কৰি যাম: লাভলীনা বৰগোঁহাই

হোটেল তাজ ভিভান্টাত অলিম্পিক পদক অৰ্জন কৰা লাভলীনা বৰগোঁহাইয়ে সংবাদমেল সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ...

Read moreDetails

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত টীম ইণ্ডিয়াৰ দুৰ্দান্ত আৰম্ভণি; ৰাহুলৰ অনবদ্য শতক

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ প্ৰথমখন টেষ্ট বৰষুণৰ বাবে সম্পূৰ্ণ নহ’ল। লৰ্ডছত দ্বিতীয়খন টেষ্টো বৰষুণে কিছু সময় নষ্ট কৰে যদিও প্ৰথম...

Read moreDetails

পেৰিচত লিঅ’নেল মেছি; প্ৰতি নিশা হোটেলত থকাৰ খৰচ ১৪ লাখ টকা!

বাৰ্চিলোনাৰ সৈতে সম্পৰ্ক ছিন্ন হোৱাৰ পাছত পেৰিচত ক্লাৱ পিএছজিত নতুন সম্পৰ্কত বান্ধ খাইছে ফুটবলৰ সম্ৰাট লিঅ’নেল মেছি। ক্লাৱটোৱে মেছিৰ আপ্যায়নত...

Read moreDetails

লাভলীনালৈ অসম আৰক্ষীৰ ডি এছ পি পদ; লাভলীনাৰ নামেৰে সৰুপথাৰত ষ্টেডিয়াম, গুৱাহাটীত পথ

টকিঅ’ অলিম্পিকত পদক লাভ কৰি অসমৰ লগতে সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইক অসম আৰক্ষীৰ ডি এছ পি পদ আগবঢ়োৱা...

Read moreDetails
Page 225 of 468 1 224 225 226 468

Stay Connected

Recent News