ক্ৰীড়া

খেল আৰম্ভ হোৱাৰ এঘণ্টা পূৰ্বে খেলুৱৈ কোভিড প’জিটিভ; বাতিল ইংলেণ্ড-দক্ষিণ আফ্ৰিকাৰ মাজৰ প্ৰথমখন এদিনীয়া

সমগ্ৰ বিশ্বৰ লগতে ক্ৰীড়া জগততো ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ অব্যাহত আছে। ক’ৰ’নাৰ সংক্ৰমণৰ কাৰণে ইংলেণ্ড ক্ৰিকেট বোৰ্ড আৰু দক্ষিণ আফ্ৰিকা ক্ৰিকেট...

Read moreDetails

অষ্ট্ৰেলিয়াত কোভিড প’জিটিভ বিবিএলত অংশলোৱাৰ বাবে যোৱা আফগানিস্তানৰ যুৱ স্পীনাৰ মুজিবুৰ ৰহমান

অষ্ট্ৰেলিয়াত থকা সময়ত কোভিড প’জিটিভ হৈছে আফগানিস্তানৰ ১৯ বৰ্ষীয় স্পীনাৰ মুজিবুৰ ৰহমান। অষ্ট্ৰেলিয়াৰ কুইলেণ্ডৰ ভোকো হোটেলত থকা সময়তে আফগানিস্তানৰ স্পীনাৰ...

Read moreDetails

পকেটৰ পৰা হাত উলিওৱা তুমি ক্লাৱক নহয় ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি আছা, কাক উদ্দেশ্যি এইদৰে ক’লে যুৱৰাজ সিঙে?

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ সামৰণি পৰাৰ পাছত ভাৰতীয় ক্ৰিকেট দলৰ যুৱ ক্ৰিকেটাৰ সুভমন গীলে এখন ফটো...

Read moreDetails

ৰঙীন জাৰ্চিত ১১ বছৰৰ ধাৰাবাহিকতা ভংগ কোহলীৰ; কিয় অভিবাদন গ্ৰহণ নকৰিলে দৰ্শকৰ?

২০২০ বৰ্ষটো কোনেও মনত ৰাখিব নিবিচাৰিব, কিয়নো মহামাৰী ক’ৰ’না ভাইৰাছৰ লগতে এনেকুৱা কিছু ঘটনা ঘটিছে যি সকলোৰে বাবে হৃদয় বিদাৰক।...

Read moreDetails

বিৰাট কোহলীয়ে এদিনীয়া ক্ৰিকেটত গঢ়িলে নতুন বিশ্ব অভিলেখ; পিছ পৰি ৰ’ল শচীন

ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীয়ে কেনবেৰা ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখনীয়া এদিনীয়া শৃংখলাৰ অন্তিমখন মেচত এক অনন্য অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।...

Read moreDetails

বিৰাট কোহলীৰ সহযোগিতাৰে গৰ্ভাৱস্থাত অনুষ্কাৰ শীৰ্ষাসন; ছ’চিয়েল মিডিয়াত অনুৰাগীৰ প্ৰশংসা

বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী তথা ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ পত্নী অনুষ্কা শৰ্মাই গৰ্ভাৱস্থাৰে কৰা যোগাসনে বৰ্তমান সময়ত সকলোতে চৰ্চা...

Read moreDetails

আই এছ এলৰ তৃতীয় খেলত বিজয়ৰ লক্ষ্যৰে আজি গোৱাৰ বিৰুদ্ধে খেলপথাৰত নামিব নৰ্থ-ইষ্ট য়ুনাইটেড  

ইণ্ডিয়ান চুপাৰ লীগৰ আজি নিশা অনুষ্ঠিত হ’বলগীয়া এখন খেলত নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিয়ে শক্তিশালী এফ চি গোৱাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।...

Read moreDetails

ধোনীক অতিক্ৰমি প্ৰথম ভাৰতীয় অধিনায়ক হিচাপে এদিনীয়া ক্ৰিকেটৰ এলিট ক্লাৱত কোহলি

টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে ভাঙিলে মহেন্দ্ৰ সিং ধোনীৰ অনবদ্য অভিলেখ। ইয়াৰ দ্বাৰা  প্ৰথম ভাৰতীয় অধিনায়ক হিচাপে এদিনীয়া ক্ৰিকেটৰ এলিট...

Read moreDetails

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া খেলত কি নতুন অভিলেখ গঢ়িলে চাহাল আৰু পাণ্ডেয়াই?

শুকুৰবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা শৃংখলাৰ প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত অনন্য অভিলেখৰ অধিকাৰী হয় দুই ভাৰতীয় ক্ৰিকেটাৰ য়ুবেন্দ্ৰ চাহাল আৰু হাৰ্দিক...

Read moreDetails

ছিডনীত ভাৰত-অষ্ট্ৰেলিয়াৰ খেল ব্যাহত কৰি খেলপথাৰৰ ভিতৰত ‘আদানি গ্ৰুপ’ৰ বিৰুদ্ধে প্ৰতিবাদ

কোভিডৰ বাবে দীৰ্ঘদীন ক্ৰিকেটৰ পথাৰৰ পৰা বাহিৰত থকা ভাৰতীয় ক্ৰিকেট দলে আজি ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ মাজলৈ উভতি আহিছে।...

Read moreDetails
Page 268 of 468 1 267 268 269 468

Stay Connected

Recent News