শীর্ষ সংবাদ

মাটি নিদিওঁ, জীৱন দিম! উচ্ছেদৰ প্ৰতিবাদত চিতা সাজি বুন্দেলখণ্ডৰ জনজাতীয় মহিলাৰ হুংকাৰ

কেন-বেতোৱা নদী সংযোগী প্ৰকল্পৰ বাবে প্ৰস্তাৱিত বান্ধ নিৰ্মাণৰ ফলত নিজৰ গৃহভূমিৰ পৰা উচ্ছেদ হোৱাৰ আশংকাত এতিয়া তীব্ৰ প্ৰতিবাদমুখৰ হৈ পৰিছে...

Read moreDetails

পাগলাদিয়াৰ বুকুত সলিল সমাধি: চকুৰ পচাৰতে শেষ হ’ল এটি পৰিয়াল

নলবাৰী জিলাৰ অন্তৰ্গত পাগলাদিয়া নদীত আজি এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়, য’ত একেটা পৰিয়ালৰে তিনিগৰাকী সদস্যই সলিল সমাধি ল’বলগীয়া হয়।...

Read moreDetails

তথ্য দিয়াত অৱহেলা! বিহাৰত নিষ্পতি নোহোৱাকৈ পৰি আছে ২৮,২৯১ খন আবেদন

বিহাৰ তথ্য আয়োগত ২৮,০০০-ৰো অধিক আবেদন বিচাৰাধীন হৈ থকা কাৰ্যক লৈ পাটনা উচ্চ ন্যায়ালয়ে উদ্বেগ প্ৰকাশ কৰিছে। আদালতে ৰাজ্য চৰকাৰক...

Read moreDetails

অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায় : ২০ জনক দোষী সাব্যস্ত, ২৪ এপ্ৰিলত শাস্তি ঘোষণা

আজি নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায় ঘোষণা কৰিছে। এই গোচৰত জড়িত ২০ জন অভিযুক্তক আদালতে...

Read moreDetails

উধমপুৰত বিপৰ্যয়! খাৱৈত বাছ বাগৰি কমেও ১৫ জন লোকৰ মৃত্যু, শোকস্তব্ধ উপত্যকা

সোমবাৰে পুৱা জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত এক মৰ্মান্তিক পথ দুৰ্ঘটনা সংঘটিত হয়। এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰাত কমেও...

Read moreDetails

ৰক্তাক্ত ট্ৰাম্পৰ দেশ! আমেৰিকাত পুনৰ বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনাত নিহত ৮ টা শিশু

পুনৰ বন্দুকধাৰীৰ আক্ৰমণত ৰক্তাক্ত হৈ পৰিছে ট্ৰাম্পৰ দেশ আমেৰিকা। নিৰ্বিচাৰ  গুলীচালনাত মৃত্যু হয় ৮টা শিশুৰ। আহত হৈছে আৰু দুগৰাকী মহিলা।...

Read moreDetails

গুৱাহাটীত ভয়ংকৰ কৃত্ৰিম বানত মুকলি নলাত পৰি উটি গ’ল মহিলা, উদ্ধাৰ মৃতদেহ

দেওবাৰে (১৯ এপ্ৰিল) সন্ধিয়া হোৱা প্ৰবল বৰষুণৰ ফলত সমগ্ৰ গুৱাহাটীত ব্যাপক বানৰ ফলত স্বাভাৱিক জীৱনযাত্ৰা ব্যহত হৈ পৰে। মহানগৰীৰ হাতীগাঁও,...

Read moreDetails

ধাৰাসাৰ বৰষুণৰ ফলত বানত ডুবিল সমগ্ৰ গুৱাহাটী; সন্ধানহীন যুৱতী, বন্ধ শিক্ষানুষ্ঠান

দেওবাৰে সন্ধিয়াৰ (১৯ এপ্ৰিল) ধাৰাসাৰ বৰষুণৰ পিছত গুৱাহাটীত বৃহৎ অচলাৱস্থাৰ সৃষ্টি কৰি সমগ্ৰ মহানগৰী প্লাৱিত হোৱাৰ লগতে স্বাভাৱিক জীৱন স্তব্ধ...

Read moreDetails

মহাকাশত ‘বিহু’ নৃত্যৰ ভিডিঅ’ শ্বেয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ! মোডীক ক্ৰেডিট দিবলৈ গৈ খালে মুখথেকেচা

ডিঙিত বিহুৱান আৰু পটভূমিত বিহু গীতৰ সুৰ বাজি আছে। মহাকাশত ওপঙি থকা অৱস্থাত নাছাৰ এগৰাকী মহাকাশচাৰীয়ে ‘বিহু’ নৃত্য কৰি আছে।...

Read moreDetails

পৱন খেৰাৰ বিৰুদ্ধে অসম আৰক্ষীৰ জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানাৰ আবেদন নাকচ গুৱাহাটীৰ আদালতৰ

একাধিক পাছপ’ৰ্ট আৰু বিদেশী সম্পত্তিৰ সৈতে জড়িত অভিযোগক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে দাখিল কৰা গোচৰত কংগ্ৰেছ নেতা পৱন...

Read moreDetails
Page 224 of 5875 1 223 224 225 5,875

Stay Connected

Recent News