শীর্ষ সংবাদ

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

দিল্লী উচ্চ ন্যায়ালয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কৰ্মৰত শিক্ষকসকলৰ অধিকাৰক লৈ এক অতি গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে। আদালতে এগৰাকী শিক্ষয়িত্ৰীৰ আবেদনৰ শুনানি...

Read moreDetails

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

৫ জুন তাৰিখে গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত এক বিশেষ অনুষ্ঠানৰ জৰিয়তে অসমৰ মন্ত্ৰীসভা সম্প্ৰসাৰিত কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত...

Read moreDetails

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

সুদীর্ঘ আঠাইশ বছৰৰ অন্তত ফিফা বিশ্বকাপৰ মূল পৰ্যায়লৈ যোগ্যতা অর্জন কৰিছে নৰৱেৰ ফুটবল দলে। ১৯৯৮ চনৰ পিছত এইবাৰহে দলটোৱে বিশ্বকাপৰ...

Read moreDetails

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

যুদ্ধ মানে কেৱল মানৱ জীৱনৰ অকাল মৃত্যু বা আন্তঃগাঁথনিৰ ধ্বংসলীলাই নহয়; ইয়াৰ আঁৰত লুকাই থাকে প্ৰকৃতি আৰু পৰিৱেশৰ এক ভয়াৱহ...

Read moreDetails

জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

পাটনাত ক’চিং চেন্টাৰৰ সংঘাতক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এক উত্তপ্ত পৰিস্থিতিৰ পিছত বিখ্যাত শিক্ষক ফৈজল খান চমুকৈ খান চাৰৰ বিৰুদ্ধে...

Read moreDetails

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

মাদ্ৰাজ উচ্চ ন্যায়ালয়ে নিৰ্বাচন সম্পৰ্কীয় গোচৰসমূহ নিষ্পত্তি কৰাত হোৱা দীৰ্ঘদিনীয়া পলমক লৈ তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে। আদালতে কৈছে যে যদি...

Read moreDetails

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

উন্নয়নৰ দোহাই দি গুৱাহাটী মহানগৰীত চলি থকা অবাধ বৃক্ষ নিধনৰ ফলত এতিয়া গছ-গছনিৰ স্থান অধিকাৰ কৰিছে কেৱল উৰণীয়া সেতু আৰু...

Read moreDetails

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ভয়াৱহ ধুমুহা-বতাহৰ পৰা লাখ লাখ মানুহক ৰক্ষা কৰা আৰু বায়ুমণ্ডলৰ ক্ষতিকাৰক গেছ শোষণ কৰাৰ ক্ষেত্ৰত উপকূলীয় মেনগ্ৰোভ বন এবিধ প্ৰধান...

Read moreDetails

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

জীৱ-জন্তুৰ মাজত দেখা পোৱা স্বাভাৱিক আচৰণবোৰক জীৱ-জন্তুৰ মংগলৰ বাবে সদায় গুৰুত্ব দিয়া হয়। কিন্তু যৌনতাৰ ক্ষেত্ৰত এটা বিশেষ আচৰণক প্ৰায়ে...

Read moreDetails

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে মোডী চৰকাৰৰ গ্ৰেট নিকোবৰ প্ৰকল্পক তীব্ৰ সমালোচনা কৰিছে। তেওঁ অভিযোগ কৰিছে যে চৰকাৰে তীব্ৰ পৰিৱেশগত চিন্তাক...

Read moreDetails
Page 247 of 6008 1 … 246 247 248 … 6,008

Stay Connected

Recent News