শীর্ষ সংবাদ

৪০ টকা অতিৰিক্ত নিদিয়াৰ বাবে কেব চালকৰ গুণ্ডাগিৰি, মহিলাক প্ৰহাৰ কৰাৰ পাছত কোম্পানীয়ে ব্লক কৰিলে চালকৰ একাউণ্ট

মুম্বাইৰ এগৰাকী ছ’চিয়েল মিডিয়া কণ্টেণ্ট ক্ৰিয়েটৰৰ এটা পোষ্ট এই সময়ত ইণ্টাৰনেটত অতি দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। মহিলাগৰাকীৰ অভিযোগ অনুসৰি উবেৰ...

Read moreDetails

“মই পলাতক নহয়, প্ৰয়োজন হ’লে মোক গ্ৰেপ্তাৰ কৰক”: সংবাদ মাধ্যমৰ প্ৰচাৰক সমালোচনা ললিত মোদীৰ

ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ প্ৰাক্তন অধ্যক্ষ ললিত মোদীয়ে নিজৰ ওপৰত আৰোপিত ‘পলাতক প্ৰৱঞ্চক’ উপাধি কঠোৰ ভাষাৰে অস্বীকাৰ কৰিছে। সংবাদ সংস্থা এএনআইক...

Read moreDetails

মানস ৰাষ্ট্ৰীয় উদ্যানৰ অস্তিত্বলৈ ভাবুকি! বেদখলৰ কৱলত বৃহৎ বনভূমি

অসমৰ অন্যতম সংৰক্ষিত বনাঞ্চল তথা বিশ্ব ঐতিহ্যক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ বৃহৎ এলেকা বেদখলকাৰীৰ কৱলত পৰা বিষয়টোৱে তীব্ৰ...

Read moreDetails

ভাৰতীয় টি-২০ দলৰ অধিনায়কৰ পদৰ পৰা আঁতৰিব সূৰ্যকুমাৰ যাদৱ! দৌৰত তিনিগৰাকী নতুন খেলুৱৈ

ভাৰতীয় ক্ৰিকেটত অতি সোনকালেই সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বৰ যুগ সমাপ্ত হ’ব পাৰে। সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি, বিচিচিআইৰ নিৰ্বাচকসকলে অহা কেইটামান...

Read moreDetails

বিহাৰৰ চিকিৎসালয়ত ভয়াৱহ অগ্নিকাণ্ড: ৰোগীক এৰি পলায়ন কৰ্মচাৰীৰ, আই চি ইউত এজনৰ মৃত্যু

বৃহস্পতিবাৰে পুৱতি নিশা বিহাৰৰ এখন চিকিৎসালয়ত সংঘটিত এক ভয়াৱহ অগ্নিকাণ্ডৰ সময়ত ৰোগীসকলক সংকটজনক অৱস্থাত এৰি চিকিৎসক আৰু চিকিৎসালয়ৰ কৰ্মচাৰীসকলে পলায়ন...

Read moreDetails

আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা আৰু সীমা নিৰ্ধাৰণঃ উচ্চতম ন্যায়ালয়ৰ সমিতি গঠন, ৩১ আগষ্টৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ

উচ্চতম ন্যায়ালয়ে আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা আৰু সীমা নিৰ্ধাৰণৰ পুনৰ পৰীক্ষা কৰিবলৈ এখন উচ্চস্তৰীয় সমিতি গঠন কৰিছে। লগতে, কেন্দ্ৰীয় চৰকাৰৰ ২০২৫...

Read moreDetails

ইৰাণৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’লেই মুকলি হ’ব হৰমুজ প্ৰণালী, জনালে ডনাল্ড ট্ৰাম্পে

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত চলি থকা আলোচনাই যোগাত্মক গতি লাভ কৰিছে বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰকাশ কৰিছে। তেওঁ...

Read moreDetails

ব্ৰিটেইনত নতুন প্ৰস্তুতি: কাৰাগাৰৰ দায়িত্ব ল’ব পাৰে কৃত্ৰিম বুদ্ধিমত্তাই, কয়দীৰ ওপৰত ৰাখিব চোকা নজৰ

ভৱিষ্যতে কাৰাগাৰৰ নিৰাপত্তা আৰু কয়দীসকলৰ ওপৰত নজৰ ৰাখিবলৈ কৃত্ৰিম বুদ্ধিমত্তা বা এআই ব্যৱহাৰ কৰা হ'ব পাৰে। যোৱা বছৰ ব্ৰিটেইনৰ কাৰাগাৰ...

Read moreDetails

মহাকাশত নিস্তব্ধ নাছাৰ ‘মেভেন’! মঙল গ্ৰহৰ কক্ষপথত এক দশকৰো অধিক কালৰ গৱেষণাৰ সামৰণি

মঙল গ্ৰহৰ বায়ুমণ্ডল অধ্যয়নৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা নাছাই প্ৰেৰণ কৰা 'মেভেন' মহাকাশযানৰ ১১ বছৰীয়া সুদীৰ্ঘ অভিযানৰ আনুষ্ঠানিকভাৱে...

Read moreDetails

ব্যৱস্থাৰ লেহেমীয়া গতি: ২০ বছৰৰ আগতে দিয়া পৰীক্ষাৰ নিযুক্তিপত্ৰ আহিল ৬০ বছৰ বয়সত

ভাৰতত চৰকাৰী চাকৰি পোৱাটো কোটি কোটি যুৱক-যুৱতীৰ সপোন। কিন্তু যেতিয়া এই সপোন প্ৰশাসনৰ লেহেমীয়া কাম-কাজৰ মেৰপেঁচত সোমাই পৰে, তেতিয়া ই...

Read moreDetails
Page 298 of 6055 1 … 297 298 299 … 6,055

Stay Connected

Recent News