শীর্ষ সংবাদ

যোৰহাটৰ বিজেপি প্ৰাৰ্থীৰ ছবি সম্বলিত বৃহৎপৰিমাণৰ এল ই ডি বাল্ব কঢ়িয়াই অনা ট্ৰাক জব্দ

যোৰহাট নগৰৰ মাজ মজিয়াত শুকুৰবাৰে বিজেপি প্ৰাৰ্থীৰ ছবি সম্বলিত বৃহৎ পৰিমাণৰ এল ই ডি বাল্ব জব্দ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি...

Read moreDetails

এ আই য়ু ডি এফ নাথাকিলে বিজেপিয়ে অসমত নিৰ্বাচন জিকিব নোৱাৰে : কংগ্ৰেছ

লোক সভা নিৰ্বাচন অগপ, বিজেপি আৰু বিপিএফে অসমত মিত্ৰতাৰে অৱতীৰ্ণ হোৱাৰ বিপৰীতে বিৰোধী দল হৈয়ো ১৪টা সমষ্টিত এককভাৱে নিৰ্বাচনী যুঁজত...

Read moreDetails

গুৱাহাটীত “আপোন মানুহ”ৰ সন্ধানত কুইন ওজা বনাম ববিতা শৰ্মা

“বিদেশতো আপোন মানুহ” টি ভি ধাৰাবাহিকেৰে অসমৰ লগতে গোটেই পৃথিৱীৰ অসমীয়া মানুহৰ মাজত ব্যাপকভাৱে জনপ্ৰিয় হৈ পৰা ববিতা শৰ্মাৰ লগতে...

Read moreDetails

কংগ্ৰেছতো বিদ্ৰোহৰ উকমুকনি; গুৱাহাটী সমষ্টিৰ টিকট প্ৰত্যাশীৰ বিষোদগাৰ নেতৃত্বৰ বিৰুদ্ধে

বিজেপিৰ দৰেই কংগ্ৰেছতো এইবাৰ প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি বিদ্ৰোহৰ উকমুকনি দেখা গৈছে। দলটোৱে গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতে আজি দুজনকৈ...

Read moreDetails

লোকসভা সমষ্টিৰ নিৰ্বাচনী তথ্য : যোৰহাট লোকসভা সমষ্টি

১২ নং যোৰহাট লোকসভা সমষ্টি উজনি অসমৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ এটা অসংৰক্ষিত সমষ্টি। ভোটাৰৰ সংখ্যাৰ দিশৰ পৰা অসমৰ ১৪টা সমষ্টিৰ...

Read moreDetails

৩১ মাৰ্চত ভিডিঅ’ কনফাৰেন্স কৰি মোদীয়ে অসমৰ ১৪টা স্থানৰ ভোটাৰৰ সৈতে মত বিনিময় কৰিব

বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত এখন সংবাদমেলত আজি শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই কয় যে 'চকীদাৰ চোৰ' কংগ্ৰেছে চলোৱা এটা অপপ্ৰচাৰ। “নিৰ্বাচনী প্ৰচাৰৰ...

Read moreDetails

কাইলৈ গহপুৰ আৰু মৰাণত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধান মন্ত্ৰী মোদীয়ে

কাইলৈ অসমত নিৰ্বাচনী প্ৰচাৰ চলাবৰ বাবে আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মোদীয়ে তেজপুৰ লোকসভা সমষ্টিৰ গহপুৰৰ বৰঙাবাৰী আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ...

Read moreDetails

চীনৰ হস্পিটেলত চিকিৎসাধীন পৰেশ বৰুৱা

এখন চীনা হস্পিটেলত চিকিৎসাধীন হৈ আছে আলফা (স্বাধীন) সেনাপ্ৰধান পৰেশ বৰুৱা। চোৰাংচোৱা সূত্ৰই নৰ্থ ইষ্ট নাও-ক জনাইছে যে যোৱা বছৰৰ...

Read moreDetails

গুৱাহাটীত কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মা; বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰৰ প্ৰাৰ্থীৰ নামো ঘোষণা

জল্পনা-কল্পনাৰ অন্ত পেলাই  কংগ্ৰেছে আজি ঘোষণা কৰে ৰাজ্যৰ তৃতীয় পৰ্য্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া চাৰিটা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা। আজি ঘোষণা...

Read moreDetails

উৰণীয়া ষ্টাৰ কেম্পেইনাৰ হ’ব হিমন্ত! হেলিকপ্তাৰেৰে তিনিদিন একেৰাহে চলাব নিৰ্বাচনী প্ৰচাৰ

লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব লাভৰ প্ৰবল হাবিয়াস থকাৰ পাছতো দলীয় টিকটৰ পৰা বঞ্চিত মন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্তৰ ওপৰতে বিজেপিৰ ৰাষ্ট্ৰীয়...

Read moreDetails
Page 5560 of 6058 1 … 5,559 5,560 5,561 … 6,058

Stay Connected

Recent News