শীর্ষ সংবাদ

ঘোচ লৈ ধৰা পৰা আতশী দত্ত তৰফদাৰৰ ঘৰত দুৰ্নীতি নিবাৰক তথা তদাৰকী শাখাৰ তালাচী

উপঢৌকন লওঁতেই হাতে-লোটে ধৰা পৰা কাছাৰ জিলা নিৰ্বাচন বিভাগৰ কাৰ্যালয়ৰ মুখ্য সহায়ক আতশী দত্ত তৰফদাৰৰ ঘৰত আজি অসম আৰক্ষীৰ দুৰ্নীতি...

Read moreDetails

গহপুৰত মোদী।। বিহুৰ শুভেচ্ছা, মুখত কনকলতা-মুকুন্দ কাকতীৰ নাম, সমালোচনা কংগ্ৰেছক

শোণিতপুৰ জিলাৰ গহপুৰত লখিমপুৰ আৰু তেজপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ হৈ শনিবাৰে চলোৱা প্ৰচাৰত বিৰোধী কংগ্ৰেছক চোকা সমালোচনা কৰে প্ৰধান...

Read moreDetails

নিৰ্বাচনী প্ৰচাৰৰ সলনি সমষ্টিবাসীৰ সৈতে প্ৰতিবাদত খোদ দিচপুৰৰ বিজেপি বিধায়ক

লোকসভা নিৰ্বাচনৰ ধামখুমীয়া আৰু অসমত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে সমষ্টিবাসীৰ সৈতে শনিবাৰে প্ৰতিবাদত বহিছে দিচপুৰৰ বিজেপি বিধায়ক...

Read moreDetails

নিৰ্বাচন আয়োগতেই অচল প্ৰধান মন্ত্ৰী মোদীৰ ‘ডিজিটেল ইণ্ডিয়া’

নিৰ্বাচনৰ বতৰত দেশৰ বিভিন্ন প্ৰান্তত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ শীৰ্ষ নেতাসকলে ‘ডিজিটেল ইণ্ডিয়া’ৰ কথা কৈ প্ৰচাৰ কৰাৰ সময়তে...

Read moreDetails

ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদান কৰিব পোৱাটো আমাৰ চৰকাৰৰ সৌভাগ্য : নৰেন্দ্ৰ মোডী

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অসম আৰু উত্তৰ-পূৰ্বাঞ্চললৈ অহা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মৰাণৰ বিশাল জনসভাত অংশগ্ৰহণ কৰি ডিব্ৰুগড় আৰু...

Read moreDetails

অৰুণাচলৰ আল’ৰ পৰাই বিজেপিৰ জয় যাত্ৰা আৰম্ভ হোৱাৰ দাবী প্ৰধান মন্ত্ৰী মোডীৰ

আজি অৰুণাচল প্ৰদেশৰ আল’ত বিজেপিৰ এখন বিশাল নিৰ্বাচনী সভাত ভাষণ দি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কংগ্ৰেছক তুলা ধূনা দিয়াৰ লগতে...

Read moreDetails

মৰাণৰ বিশাল নিৰ্বাচনী জনসভাক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

মৰাণৰ প'ল' ক্লাৱৰ খেলপথাৰত অনুষ্ঠিত বিশাল জনসভাক সম্বোধন কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমীয়া ভাষাতে অসমৰ জনতাক সম্বোধন কৰিলে মোদীয়ে।...

Read moreDetails

বিজেপিক সমৰ্থন : মনোনয়ন প্ৰত্যাহাৰ কৰিলে শিলচৰৰ নিৰ্দলীয় প্ৰাৰ্থী দিলীপ কুমাৰে

‘’নিৰ্বাচনোত্তৰ পৰিস্থিতিত যদি হ’ৰ্ছ ট্ৰেডিং হয়, সম্ভৱত: নিৰ্বাচনৰ আগেয়ে ইয়াক ‘পিগ’(গাহৰি) ট্ৰেডিং হোৱা বুলি ক’ব পাৰি,’’-নাম প্ৰকাশত অনিচ্ছুক এগৰাকী ৰাজনৈতিক...

Read moreDetails

বৰপেটাত অগপৰ প্ৰাৰ্থী কুমাৰ দীপক দাস; প্ৰাৰ্থিত্ব লাভৰ পাছতে কংগ্ৰেছৰ প্ৰাৰ্থীক শিখণ্ডি আখ্যা দাসৰ

কংগ্ৰেছে ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পাছতে শুকুৰবাৰে নিশা অসম গণ পৰিষদেও বৰপেটা আৰু ধুবুৰী সমষ্টিৰ...

Read moreDetails

টৰন্ট’ ফিল্ম ফেষ্টিভেলৰ এম্বেছাদৰ হ’ল ৰীমা দাস

অসমৰ জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসে আগন্তুক টৰণ্ট’ চলচ্চিত্ৰ মহোৎসৱৰ এম্বেছাদৰ হিচাপে নিৰ্বাচিত হৈছে। টি আই এফ এফে ২০১৭ চনৰ...

Read moreDetails
Page 5559 of 6058 1 … 5,558 5,559 5,560 … 6,058

Stay Connected

Recent News