শীর্ষ সংবাদ

দিচপুৰৰ মুকেশ হুণ্ডাইত কৰ্মচাৰীক আঁঠু কঢ়াই সন্মুখত কে’ক কটাৰ পৈশাচিকতা প্ৰদৰ্শন মালিক হিম্মটচিংকাৰ

অসম প্ৰশাসনৰ কেন্দ্ৰস্থল দিচপুৰতে গণেশগুৰিৰ মুকেশ হুণ্ডাই নামৰ গাড়ীৰ শ্ব’ ৰুমটোৰ কৰ্মচাৰীক এজনক কাণত ধৰাই আঁঠু কঢ়োৱাই ৰাখি তেওঁৰ সন্মুখত...

Read moreDetails

আপাতানিসকলৰ দ্ৰি উৎসৱ উপলক্ষে জনসাধাৰণলৈ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ শুভেছা

অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে আপাতানিসকলৰ দ্ৰু উৎসৱ উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণ বিশেষকৈ আপাতানিসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। শুভেচ্ছামূলক বাৰ্তাটোত মুখ্য মন্ত্ৰী...

Read moreDetails

নামনি অসমৰ বনাঞ্চলত চোৰাং কাঠ, বালি ব্যৱসায়ীৰ দপদপনি: কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগ

নামনি অসমৰ বিশেষকৈ নলবাৰী, বৰপেটা, কামৰূপ আদি কেইবাখনো জিলাৰ বিভিন্ন অঞ্চলত বন বিভাগ তথা আৰক্ষীৰ পূৰ্ন সহযোগত এচাম চোৰাং ব্যৱসায়ীয়ে...

Read moreDetails

নগাঁৱৰ ভোটাইগাঁৱত মৰেল পুলিচৰ অতপালিত অতিষ্ঠ পৰিয়ালৰ এজাহাৰ, আমনিত পিষ্টল দেখুৱাই ধন লুট দুৰ্বৃত্তৰ

নগাঁও চহৰৰ নিকটৱৰ্তী ভোটাইগাঁৱত কালি নিশা একাংশ লোকে মৰেল পুলিচৰ ভূমিকা লোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইটাচালি আৰক্ষী চকীৰ...

Read moreDetails

ডকমকা কাণ্ডক তীব্ৰ গৰিহণা কটন বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ

যোৱা ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমকা আৰক্ষী থানাৰ অধীনস্থ এলেকাত দুই উদীয়মান তথা প্ৰতিভাৱান যুৱক নীলোৎপল দাস আৰু অভিজিত...

Read moreDetails

ড০ ৰঞ্জিত তামুলীক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য নিযুক্তি

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হ’ব ড০ ৰঞ্জিত তামুলী। ৰাজ্যপাল তথা আচাৰ্য জগদীশ মুখীয়ে বুধবাৰে ড০ ৰঞ্জিত তামুলীক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য...

Read moreDetails

এনআৰচিৰ চূড়ান্ত খচৰাত বাদ পৰিব  ৫.৫১ লাখ লোকৰ নাম!

অহা ৩০ জুলাইত প্ৰকাশ পাবলগীয়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এনআৰচিৰ চূড়ান্ত খচৰাক লৈ ৰাজ্যত এক বিভ্ৰান্তিকৰ পৰিস্থিতি অব্যাহত থকাৰ মাজতে চূড়ান্ত...

Read moreDetails

তথাপিতো হোৱা নাই ক্লান্ত : কঠিন সময় অতিক্ৰমি পুনৰ উভতি আহিছে নৃত্যশিল্পী পূৰবী বৰুৱা

পূৰবী বৰুৱা এগৰাকী ওডিচি আৰু সত্ৰীয়া নৃত্য শিল্পী। দেওধানী নৃত্য বিষয়ত গৱেষণা কৰি পি এইচ ডি ডিগ্ৰী লাভ কৰিছে নৃত্যশিল্পীগৰাকীয়ে। কিন্তু...

Read moreDetails

বড়োলেণ্ড বিশ্ববিদ্যালয়ত অসমীয়া, বড়ো ভাষাৰ গৱেষকৰ গৱেষণাপত্ৰ দাখিল সম্পৰ্কত স্থিতি স্পষ্ট কৰিলে উপাচাৰ্যই

অসমীয়া, বড়ো ভাষাৰ গৱেষক ছাত্ৰই পিএইচডি ডিগ্ৰী লাভৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয়ত ইংৰাজী ভাষাত গৱেষণাপত্ৰ জমা দিব লাগিব প্ৰকাশিত বাতৰিত ব্যাপক প্ৰতিক্ৰিয়াৰ...

Read moreDetails

ফায়াৰিং ৰেঞ্জৰ নামত এছ এছ বিৰ ভূমি অধিগ্ৰহণৰ বিৰুদ্ধে সোণাপুৰত প্ৰতিবাদ

সোণাপুৰ ৰাজহচক্ৰৰ অধীনৰ বান্দৰগোগত  কেইবাশ বিঘা ভূমি এছ এছ বিৰ ফায়াৰিং ৰেঞ্জৰ বাবে ভূমি অধিগ্ৰহণৰ বাবে প্ৰস্তুতি চলোৱাত জাঙুৰ খাই...

Read moreDetails
Page 5593 of 5810 1 5,592 5,593 5,594 5,810

Stay Connected

Recent News