শীর্ষ সংবাদ

হত্যাকাৰীয়ে দৃষ্টান্তমূলক শাস্তি নাপালে ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস হেৰাই যাব ৰাইজৰ : নিলোৎপলৰ পিতৃ

‘ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস কৰাৰ কথা নকওঁ কিন্তু মই আশাবাদী। বৰ্বৰহঁতৰ হাতত নাৰকীয়ধৰণে নিলোৎপল আৰু অভিজিৎ হত্যাকাণ্ডৰ বলি হোৱাৰ পাছতো যদি...

Read moreDetails

চামগুৰিত চিকিৎসকক প্ৰহাৰ কৰিবলৈ গৈ গুৰুতৰভাৱে আহত ৰোগীৰ উদণ্ড অভিভাৱক

নগাওঁ জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত "চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ"ৰ আয়ুৰ্বেদিক  বিভাগৰ এগৰাকী চিকিৎসকক আজি এগৰাকী ৰোগীৰ অভিভাৱকে উত্তেজিত হৈ...

Read moreDetails

নীলোৎপল-অভিজিত কাণ্ড : মানৱতাৰ সন্ধানত গুৱাহাটীত আয়োজন ‘পীচ জেম’

নীলোৎপল-অভিজিত হত্যাৰ লগতে অসমত শেহতীয়াভাৱে সংঘটিত হোৱা দলবদ্ধ হিংসাই অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত সৃষ্টি কৰা উত্তেজনাৰ অৱসান কামনাৰে আৰু মানৱতাৰ...

Read moreDetails

কেৱল বিজেপি কৰ্মীয়েহে পাব চৰকাৰী ট্ৰেক্টৰ : মন্ত্ৰী পীযুষৰ মন্তব্যত জোকাৰণি ৰাজ্যত

ৰাজ্যৰ সকলো শ্ৰেণীৰ ৰাইজৰ সমবিকাশৰ কথা কোৱা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বাবে এতিয়া কেৱল বিজেপি কৰ্মীসকলক সন্তুষ্ট কৰাটোহে যেন প্ৰধান উদ্দেশ্য...

Read moreDetails

এজাক বৰষুণতে বুৰ গ’ল নগাঁও চহৰৰ বহু অঞ্চল, ব্যাহত যাতায়াত

এজাক বৰষুণত নগাঁও চহৰৰ বহু কেইটা পথত একাঠু পানীৰ সৃষ্টি হোৱাত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰা পৰিলক্ষিত হয়। কালি সন্ধিয়া...

Read moreDetails

বিদেশী সন্দেহত ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা অন্নদাবালা ৰায়ক মুকলি কৰি দিয়াৰ নিৰ্দেশ ন্যায়াধীকৰণৰ

যোৱা ২৩ জুনৰ পৰাই ডিটেনশ্যন কেম্পত থকা অন্নবালা ৰায়ক চিৰাং বিদেশী ন্যায়াধীকৰণে আজি মুকলি কৰি দিয়াৰ নিৰ্দেশনা জাৰি কৰে। ভাৰতীয়...

Read moreDetails

বৰষুণ দিলেই হাৰাশাস্তি : পথৰ ওপৰেদি নাও চলাই ৰাইজৰ প্ৰতিবাদ

মাথোঁ এজাক বৰষুণ আৰু একাঁঠু পানী ৷ পৰিৱৰ্তনৰ শ্লোগানেৰে শাসনৰ বাঘজৰী দখল কৰা বিজেপি মিত্ৰজোঁট চৰকাৰৰ দিনতো এনে ঘটনা ঘটি...

Read moreDetails

এন আৰ চিৰ অজুহাতত প্ৰাদেশিকীকৰণৰ কাম পিছুৱাই নিনিবলৈ চৰকাৰক ঐক্যমঞ্চৰ সকীয়নি

এন আৰ চিৰ অজুহাতত প্ৰাদেশিকীকৰণৰ কাম পিছুৱাই নিনিবলৈ চৰকাৰক সকীয়াই দিছে অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই ৷ বৰপেটা প্ৰেছ ক্লাৱত আজি...

Read moreDetails

বোকাখাতত গৰু আৰু গাড়ীৰে সৈতে ৪ গৰু চোৰক আটক আৰক্ষীৰ

দেৰগাওঁৰ চুমনি আৰক্ষী চকীৰ অন্তৰ্গত মহিমাৰ পৰা  ৭ টা গৰু  চুৰি কৰি আনি থকাৰ পথত আজি পুৱা বোকাখাত আৰক্ষীয়ে  ৪...

Read moreDetails

কাইলৈ চৰকাৰী ভ্ৰমণসূচীত ভাৰতলৈ আহিব ভুটানৰ প্ৰধান মন্ত্ৰী ছেৰিং টোবগে

কাইলৈ ভুটানৰ প্ৰধান মন্ত্ৰী ছেৰিং টোবগেই চৰকাৰী ভ্ৰমণসূচী লৈ নতুন দিল্লীত আহি উপস্থিত হ’ব।  ভুটানৰ প্ৰধান মন্ত্ৰীগৰাকীয়ে তেওঁৰ তিনিদিনীয়া ভাৰত...

Read moreDetails
Page 5594 of 5810 1 5,593 5,594 5,595 5,810

Stay Connected

Recent News