শীর্ষ সংবাদ

অসমক দ্বিতীয় কাশ্মীৰ অথবা ত্ৰিপুৰা হ’বলৈ দিয়া নহ’ব : হাতত জোঁৰ লৈ সমুজ্জ্বলৰ হুংকাৰ

‘’অসমক দ্বিতীয় কাশ্মীৰ অথবা দ্বিতীয় ত্ৰিপুৰা হ’বলৈ দিয়া নহ’ব।‘’ আজি শ্বহীদ ন্যাসৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত কামৰূপ জিলা...

Read moreDetails

দিল্লীত ছাউনি ৰণচণ্ডী অগপৰ, ধাৱমান উত্তৰ-পূবৰ সকলো সেনাপতি

ৰাজ্যসভাত গেৰুৱা দলৰ বিৰুদ্ধে নাগৰিকত্ব বিধেয়কৰ ৰণত বিৰোধীৰ সমৰ্থন গোতোৱাৰ বাবে নতুন দিল্লীৰ ছাউনিত টঙালি বান্ধি গোট খাইছে অগপৰ সকলো...

Read moreDetails

আছুৰ ওপৰত আক্ৰমণ চলোৱা বিজেপি নেতাৰ বিৰুদ্ধে আৰক্ষীয়ে কিয় গ্ৰহণ কৰা নাই ব্যৱস্থা?

‘‘তিনিচুকীয়াৰ কালি সংঘটিত হৈ যোৱা ঘটনাৰ পাছতেই মুখ্য মন্ত্ৰীয়ে কালিয়েই আৰক্ষী মহা পৰিদৰ্শকৰ তদন্তৰ নিৰ্দেশনা দিছে। তাৰ পাছতেই তিনিচুকীয়া আৰক্ষীয়ে...

Read moreDetails

বিজেপিয়ে সংযম ৰক্ষা নকৰাৰ বাবেহে সংঘটিত হৈছে নলবাৰী-তিনিচুকীয়াৰ ঘটনা : মহন্ত

তিনিচুকীয়াৰ ঘটনাক নলবাৰীৰ ঘটনাৰ ‘কাউন্টাৰ প্ৰডাক্ট’ বুলি উল্লেখ কৰি ইয়াৰ বাবে চৰকাৰক সংযম ৰক্ষা কৰি চলাৰ আহ্বান জনাইছে প্ৰাক্তন মুখ্য...

Read moreDetails

জুই বিচাৰি হাহাকাৰ গোলাঘাট অগ্নি নিৰ্বাপক বাহিনীৰ!

আচৰিত নহ’ব। বৃহস্পতিবাৰে গোলাঘাট নগৰত সঁচাকৈয়ে জুই বিচাৰি হাহাকাৰ কৰিব লগা হৈছে অগ্নি নিৰ্বাপন আৰু জৰুৰীকালীন সেৱাৰ কৰ্মীসকল। এক ভুৱা...

Read moreDetails

শিৱসাগৰত বিধেয়কৰ সমৰ্থনত আয়োজন কৰা সভাত ক’লা পতাকা দেখুৱাই আটক হ’ল লাচিত সেনাৰ সদস্য

শিৱসাগৰত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত সচেতন নাগৰিক মঞ্চৰ আহ্বানত আজি আয়োজন কৰা এখন সভাক লৈ সৃষ্টি হয় তীব্ৰ উত্তেজনা। আলোচনা...

Read moreDetails

কোনো বহি থকা নাই : বিধেয়কৰ বিৰুদ্ধে এইবাৰ জ্যেষ্ঠ নাগৰিকৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ -২০১৬ ৰ দাবীত বৃহস্পতিবাৰে দুপৰীয়া শিৱসাগৰ জিলাৰ  চাৰিঙত জ্যেষ্ঠ নাগৰিক মঞ্চৰ উদ্যোগত চাৰিংবাসীৰ সহযোগত এটি প্ৰতিবাদী সমদল ...

Read moreDetails

চেল্ফি উঠিবলৈ গৈ মাৰ্ঘেৰিটাৰ বুঢ়ীদিহিং নদীৰ ঘাটত তিনি কিশোৰীৰ সলিল সমাধি

মাৰ্ঘেৰিটাত আজি সংঘটিত এক মৰ্মান্তিক ঘটনাই অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। পিকিনিক খাবলৈ গৈ মাৰ্ঘেৰিটা বৰগোলাই জামাদাৰ বস্তীৰ বুঢ়ীদিহিং...

Read moreDetails

গণতান্ত্ৰিক আন্দোলনক দমনৰ চেষ্টা কিয়? আছুৰ সৈতে বিজেপিৰ সংঘাতৰ পৰিণাম কি হ’ব পাৰে?

অসমত নানা বিতৰ্কৰ মাজতো জাতীয়তাবাদী ধাৰাক প্ৰতিনিধিত্ব কৰি অসমীয়া জাতীয় সত্ত্বাক ধৰি ৰখাৰ চেষ্টাত ব্ৰতী হৈ থকা সদৌ অসম ছাত্ৰ...

Read moreDetails

প্রতিবাদৰ বাবে আন্দোলনকাৰীৰ ৰাজপথ দখল কৰিব এইবাৰ শাসনাধীষ্ঠ বিজেপিয়ে

আন্দোলনকাৰীসকলৰ প্ৰতি আন এক প্ৰত্যাহ্বান জনাইছে ৰাজ্যিক বিজেপিয়ে। কিয়নো অতদিনে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদকাৰীসকলে ব্যৱহাৰ কৰি অহা ৰাজপথ দখল কৰিব শাসনাধীষ্ঠ...

Read moreDetails
Page 5648 of 6056 1 … 5,647 5,648 5,649 … 6,056

Stay Connected

Recent News