শীর্ষ সংবাদ

“মই দুই লাখ টকা ঘূৰাই দিম, কিন্তু বিজেপিয়ে বিশ্বাস ঘূৰাই দিয়ক”, বিজেপিলৈ জুবিনৰ আহ্বান

জাতিধ্বংসী বিধেয়কক লৈ জুবিনৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা। সৰ্বানন্দ সোণোৱাল নিৰ্বাচনত জয়ী হোৱাৰ দিনা কি কৈছিল জুবিনে? বিধেয়কখনৰ বিৰোধিতাৰে জুবিনৰ নতুন...

Read moreDetails

প্ৰথমবাৰৰ বাবে হিমন্ত বিশ্বক আক্ৰমণ সাংসদ গৌৰৱ গগৈৰ, “আৰ এছ এছৰ লগ লাগি অসমক অশান্ত কৰাৰ চেষ্টা কৰিছে হিমন্তই”

‘মুখ্য মন্ত্ৰী হোৱাৰ স্বপ্নতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰ এছ এছৰ লগ লাগি অসমক অশান্ত কৰাৰ চেষ্টা কৰিছে’ বুলি ৰাজহুৱাভাৱে...

Read moreDetails

অসমৰ ৰাজনীতিত ‘হিন্দু জিন্না’ আখ্যা কোনে পালে?

স্বাধীনতা আন্দোলনৰ সময়ত ধৰ্মৰ নামত দেশক বিভাজন কৰা মূল হোতা মহম্মদ আলী জিন্নাৰ কথা আমি জানো। জিন্নাৰ প্ৰচেষ্টাতেই ইছলাম ধৰ্মাৱলম্বী...

Read moreDetails

আচৰিত নহ’ব!! অগপৰ তিনিজন মন্ত্ৰীৰ পদত্যাগ এতিয়াও বাকী

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বিজেপিৰে আঢ়ৈ বছৰীয়া মিত্ৰতা ভংগ কৰা অগপৰ তিনিজন মন্ত্ৰীৰ পদত্যাগৰ কাম এতিয়াও বাকী আছে। কাৰণ...

Read moreDetails

উজনি অসমৰ ডিমৌত মাঘী উৎসৱত ‘নিষিদ্ধ’ কুকুৰা যুঁজ আৰু বাজি

গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা বছৰ নিষিদ্ধ কৰা কুঁকুৰা যুঁজ ডিমৌত আজি পৰম্পৰা ৰক্ষা কৰি চলি থকা দেখা গৈছে। মাঘ বিহু...

Read moreDetails

কেৰালালৈ যাওঁতেও কান্ধত গামোচা লৈ অসম প্ৰীতিৰ নমুনা দেখুৱালে মোদীয়ে

নাগৰিকত্ব সংশোধনী বিধেয়ক অনাৰ বাবে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ লগতে প্ৰধান মন্ত্ৰী মোদীক অসমৰ মানুহে কটু সমালোচনা কৰিলেও আৰু মোদী-বিৰোধী...

Read moreDetails

অগপ এতিয়া অকলশৰীয়া, এই দলৰ কাম নাই : লাঙটিঙৰ প্ৰচাৰ সভাত ডাঃ নোমল মমিন

অহা ১৯ জানুৱাৰিত অনুষ্ঠিত হ'বলগীয়া উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ বাবে এতিয়া প্ৰত্যেকটো ৰাজনৈতিক দলে তীব্ৰ প্ৰচাৰ অভিযানেৰে...

Read moreDetails

অসম চুক্তিত স্বাক্ষৰকাৰী একমাত্ৰ জীৱিত ব্যক্তি প্ৰফুল্ল কুমাৰ মহন্তই কি ভূমিকা ল’ব চুক্তিখন ৰূপায়ণৰ বাবে?

আজি দেহাৱসান ঘটিল ঐতিহাসিক অসম আন্দোলনত সন্মুখৰ পৰা নেতৃত্ব দিয়া এগৰাকী বলিষ্ঠ জাতীয়তাবাদী নেতা বিৰাজ কুমাৰ শৰ্মাৰ। তেওঁৰ মৃত্যুৰ লগে...

Read moreDetails

ছয় জনগোষ্ঠীক এছ টি দিলেই হাগ্ৰামাৰ ৰাজনৈতিক কেৰিয়াৰ শেষ : ট্ৰাইবেল সংঘৰ প্ৰাক্তন সভাপতি

জনজাতিকৰণ দাবী কৰি থকা অসমৰ ছটা জনগোষ্ঠীক এছ টি ষ্টেটাছ দিয়াৰ লগে লগে বি টি চিৰ মুখ্য কাৰ্য্যবাহী হাগ্ৰামা মহিলাৰীৰ...

Read moreDetails

মিচিং স্বায়ত্ত পৰিষদৰ নিৰ্বাচন : জোনাইত মনোনয়ন প্ৰত্যাহাৰৰ হুমকিৰে নিৰ্দলীয় প্ৰাৰ্থীৰ ঘৰত আক্ৰমণ শাসকীয় দলৰ

অহা ২১ জানুৱাৰিত অনুষ্ঠিত হ’ব লগীয়া মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নিৰ্বাচনী হিংসাত লিপ্ত হোৱাৰ অভিযোগ উঠিছে শাসকীয় দল...

Read moreDetails
Page 5669 of 6056 1 … 5,668 5,669 5,670 … 6,056

Stay Connected

Recent News