অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ জয়ৰামপুৰ অঞ্চলৰ লিংতৈ গাঁৱত ১৩ অসম ৰাইফলচে দুজন এন এচ চি এন (ৰিফৰমে’চন)ৰ দুজন সদস্যক আটক...
Read moreDetails২০১৬ চনত অসমৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে নিযুক্তি পোৱা প্ৰিয়ংকা চোপ্ৰাই এদভান্তে’জ আচাম বিশ্ব বিনিয়োগকাৰী সন্মিলনলৈ তেওঁৰ শুভেচ্ছা জনাইছে। অসম পৰ্য্যটনৰ...
Read moreDetailsদুদিনীয়াকৈ অনুষ্ঠিত বিশ্ব বিনিয়োগ সন্মিলন এডভান্টেজ আছাম বৰ্তমান সৰুসজাই ষ্টেডিয়ামত চলি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি আন বিশিষ্ট ব্যক্তিসকলে অনুষ্ঠানত...
Read moreDetailsৰাজ্যবাসীয়ে পাহৰিলেও যোৰহাটৰ নাগৰিক সংগঠন’চিটিজেন ফৰাম’ৰ উদ্যোগত এমুঠিমান মানুহে অসমৰ মহাত্মা গান্ধী হিচাপে খ্যাত কৃষ্ণনাথ শৰ্মাক সোঁৱৰণ কৰিলে। শুকুৰবাৰে তেওঁৰ...
Read moreDetailsঅহা এপ্ৰিল মাহত অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। এপ্ৰিলৰ অন্তিম ভাগত দুটা বা তিনিটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব।...
Read moreDetailsয়ু কে’ আৰু ভাৰতৰ মাজত ৩ ফেব্ৰুৱাৰিত দুখন বুজাবুজি চুক্তি স্বাক্ষৰিত হ’ব। বৃটিচ উপ উচ্চায়ুক্ত ব্ৰ্যুচ বাকনেলে শুকুৰবাৰে গুৱাহাটীত এই...
Read moreDetailsগুৱাহাটীৰ বিশ্ব বিনিয়োগকাৰী সন্মিলনৰ প্ৰাক মুহূৰ্তত অসম চৰকাৰৰ এই উদ্যোগৰ প্ৰতি সমালোচনাত্মক মন্তব্য প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।...
Read moreDetailsৰাজস্থানত শাসনত থকাৰ পিছতো সদ্যসমাপ্ত উপ নিৰ্বাচনত দুটা লোকসভা আৰু এটা বিধানসভা সমষ্টি কংগ্ৰেছৰ হাতত হেৰুৱাব লগা হোৱাতো বিজেপিৰ বাবে...
Read moreDetailsএডভান্তে’জ আছাম বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০১৮ত থাকিব অদৃশ্য নিৰাপত্তা ব্যৱস্থা, দেখা নাযাব খাকী পোচাক। গুৱাহাটীত আয়োজিত এই বিশ্ব বিনিয়োগকাৰী সন্মিলন...
Read moreDetailsগুৱাহাটীত অহা ২৫ ফেব্ৰুৱাৰিত এক হিপ হপ সংগীত অনুষ্ঠান আয়োজন কৰা হৈছে। অনুষ্ঠানটোত খ্যাতনামা ভাৰতীয় হিপ হপ শিল্পী ৰফটাৰ আৰু...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd