শীর্ষ সংবাদ

ইমান দিন বিষকে পান কৰিলো, এতিয়া জলকীয়া খাবলৈ ভয় কৰিম নেকি? বিজেপি কৰ্মীৰ গোচৰত প্ৰবাল নেওগৰ প্ৰতিক্ৰিয়া

“ইমান দিনৰ পৰা বিষকে পান কৰিলো, এতিয়া জলকীয়া খাবলৈ কিয় ভয় কৰিম?” এই মন্তব্য যুদ্ধ বিৰত আলফা নেতা প্ৰবাল নেওগৰ।...

Read moreDetails

পঞ্চায়ত নিৰ্বাচন : অগপৰ স্থিতি ঢিলা হ’লেই; স্থানীয় পৰ্য্যায়ত মিত্ৰতাৰ কৰ্তৃত্ব

৩১ অক্টোবৰত অগপৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত হোৱা সাধাৰণ পৰিষদৰ সভাত দলটোৱে ৰাইজে ভবাতকৈয়ো বেছি আত্মবিশ্বাস দেখুৱাই অকলেই পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ...

Read moreDetails

খিলঞ্জীয়াৰ আন্দোলনত শংকিত! সংখ্যালঘুৰ ভোটাৰক লৈ বিশেষ তৎপৰতা অসম বিজেপিৰ

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসমৰ খিলঞ্জীয়া ভোটাৰৰ সমৰ্থন হেৰুওৱাব লগীয়া হোৱা বাবে শংকিত হৈ পৰিছে ৰাজ্যিক বিজেপি। সন্মুখত পঞ্চায়ত আৰু...

Read moreDetails

মৃণাল হাজৰিকা-জিতেন দত্তৰ পিছত বিজেপিৰ টাৰ্গেট এইবাৰ প্ৰৱাল নেওগ; হোজাইত গোচৰ ৰুজু কৰিলে নেতাজনৰ বিৰুদ্ধে

অসমত এতিয়া কোনোবাই খিলঞ্জীয়া মানুহৰ হৈ মাত মাতিলেই টাৰ্গেট হয় নেকি বিজেপি দল আৰু চৰকাৰৰ? এই প্ৰশ্ন উত্থাপিত হৈছে খিলঞ্জীয়া...

Read moreDetails

চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক, লেখক মাণিক বৰাৰ দেহাৱসান

বোলছবি নিৰ্মাতা, লেখক, ঔপন্যাসিক, সম্পাদক মাণিক বৰাৰ আজি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭২ বছৰ। পৰিয়ালৰ সূত্ৰই জনোৱা...

Read moreDetails

গুৱাহাটীতো আলফাৰ ধন সংগ্ৰহ অভিযান! দৃষ্টি ৰাজখোৱাৰ নামত দাবী কৰা ধন নিবলৈ আহি জালত পৰিল যুৱক

শেহতীয়াকৈ আলফাৰ সক্ৰিয়তা ভালেখিনি বৃদ্ধি পোৱাৰ মাজতে আজি গুৱাহাটীত আলফাৰ নামত ধন দাবী কৰা এজন যুৱক আৰক্ষীৰ জালত পৰে। গড়চুক...

Read moreDetails

ধলাৰ হত্যাকাণ্ড : শদিয়াৰ এছ পিক বদলি কৰি ব্যৰ্থতা ঢকাৰ চেষ্টা গৃহ বিভাগৰ

তিনিচুকীয়াৰ ধলাত পাঁচজনকৈ নিৰীহ লোকক হত্যা কৰা ঘটনাই আজি চাৰিটা দিন অতিক্ৰম কৰিলে। কিন্তু এতিয়ালৈ এই নাৰকীয় কাণ্ডৰ লগত কোন...

Read moreDetails

প্ৰদীপ দত্ত ৰয়ক কোনে সুকীয়া বৰাক দাবীৰ অধিকাৰ দিলে? : বৰাকৰ প্ৰাক্তন আলফা ঐক্য মঞ্চ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ গইনা লৈ অসমত সৃষ্টি হোৱা বিদ্বেষৰ পৰিস্থিতিৰ সুযোগত সুকীয়া বৰাক দাবী কৰা প্ৰদীপ দত্ত ৰয়ৰ লগতে নিখিল...

Read moreDetails

‘নিজৰ ঘৰ’ কংগ্ৰেছলৈ উভতি বাইদেৱে ক’লে, ‘সভাপতি ডাঙৰীয়া প্ৰাৰ্থী বাছনি কৰোতে ভুল নকৰিব’

খং-অভিমানত ঘৰৰ পৰা ওলাই গৈছিল বাইদেউ। যোৱা আঢ়ৈটা বছৰ তেওঁ ঘৰলৈ অহা নাছিল। অৱশেষত বাইদেউৰ অভিমান কমিল। আজি উভতি আহিছে।...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়ক : ডিব্ৰুগড়ত ৬০টা সংগঠনে কঁপাই তুলিলে মুখ্য মন্ত্ৰীৰ পদূলি

ৰাজ্যৰ খিলঞ্জীয়া নাগৰিকে নাগৰিকত্ব সংশোধনী বিধেয়কখনক লৈ নিৰন্তৰ সংশয় প্ৰকাশ কৰি থকা আৰু তাৰ বিৰুদ্ধে নিতৌ প্ৰতিবাদ কৰি থকা সত্ত্বেও...

Read moreDetails
Page 5743 of 6055 1 … 5,742 5,743 5,744 … 6,055

Stay Connected

Recent News