ভিডিও

Mob lynching : শিৱসাগৰত দলবদ্ধ হিংস্ৰতাৰে মৰিয়াই হত্যা কৰিলে এজনক

প্ৰায় এবছৰ পূৰ্বে কাৰ্বি আংলঙৰ ডকমকাৰ পাণজুৰিত মানুহৰ নৃশংসতাৰ বলি হৈ অভিজিত আৰু নীলোৎপল নামৰ দুজন প্ৰতিভাশালী চফল যুৱকৰ মৃত্যু...

Read moreDetails

প্ৰাক্তন কংগ্ৰেছী সতীৰ্থক হিমন্তই সোঁৱৰাই দিলে বিজেপিৰ নীতি-আদৰ্শ

প্ৰাক্তন তিনিগৰাকীকৈ সতীৰ্থ কংগ্ৰেছী নেতাই দেওবাৰে বিজেপিত যোগদান কৰাৰ পাছতেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোঁৱৰালে বিজেপি দলৰ নীতি-আদৰ্শ। ড০হিমন্ত বিশ্ব...

Read moreDetails

গ্ৰেপ্তাৰ হ’ল ‘মোবাইল চোৰ’ আৰক্ষী বিষয়া; যোৰাবাটৰ হোটেলৰ চি চি টি ভিত বন্দী হৈছিল চুৰিৰ দৃশ্য

হোটেলৰ পৰা মোবাইল চুৰ কৰি এজন আৰক্ষী উপ-পৰিদৰ্শক গ্ৰেপ্তাৰ হ'ব লগীয়া ঘটনা এটাই লজ্জিত কৰিছে অসম আৰক্ষীক। বিষয়াজনৰ নাম দেৱেশ্বৰ শৰ্মা...

Read moreDetails

তেজপুৰৰ মিলনপুৰত চুখয়-৩০ বিমান দুৰ্ঘটনাগ্ৰস্ত : পাইলট দুজন গুৰুতৰভাৱে আহত

তেজপুৰৰ মিলনপুৰত এখন চুখয়-৩০ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। আজি নিশা প্ৰায় ৮:৩০ বজাত সংঘটিত হৈছে এই দুৰ্ঘটনা। মিলনপুৰৰ ৰাস্তাৰ কাষৰ এখন...

Read moreDetails

উজনিত নতুনকৈ মিচিং সশস্ত্ৰ সংগঠন প্ৰতিষ্ঠাৰ কুচকাৱাজ; এজনক গ্ৰেপ্তাৰ

ৰাজ্যৰ গৃহ বিভাগক চিন্তাত পেলাই উজনি অসমত কুচকাৱাজ চলিছে এটা মিচিং উগ্ৰপন্থী সংগঠন প্ৰতিষ্ঠাৰ বাবে। এই দাবী কৰিছে গোলাঘাট আৰক্ষীয়ে।...

Read moreDetails

বিহালীত মাতৃ আৰু আইতাকে নিমখ খুৱাই হত্যা কৰিলে কণমানি সন্তানক

বিশ্বনাথ জিলাৰ বিহালীত সংঘটিত হৈছে মানৱতাক লজ্জানত কৰা এক ঘটনা। বিহালীৰ মৰাণ গাঁৱত নিজ মাতৃ আৰু আইতাকৰ হাততে এটি সদ্যোজাত শিশুৱে...

Read moreDetails

মেধাৱী ছাত্ৰী শ্বেতাৰ জীৱন কেনেকৈ নিৰ্বাপণ কৰিছিল প্ৰেমিক বন্ধুৱে? জানক সম্পূৰ্ণ ঘটনাক্ৰম

ৰাজ্যখনৰ ভিতৰতে শীৰ্ষ মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালাৰ জীৱন প্ৰেমৰ উমাল অনুভৱৰ বাটেৰে গৈ গৈ কৰুণ মৃত্যু পাইছিলগৈ। শ্বেতাই কেতিয়াও কল্পনাও...

Read moreDetails

সাংবাদিক অৰ্ণৱ গোস্বামীৰ বাসগৃহৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ড

মহানগৰীৰ লালগণেশত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত অঞ্চলজুৰি চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হয়। ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক, সাংবাদিক...

Read moreDetails

এন আৰ চিৰ স্পৰ্শকাতৰ তথ্য ৰাজহুৱা; চৰকাৰৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপিব দেৱব্ৰত শইকীয়া

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ নকৰা পৰ্য্যন্ত ইয়াৰ গুৰুত্বপূৰ্ণ তথ্য কাকো নিদিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ থকাৰ পিছতো খোদ ৰাজ্য...

Read moreDetails

কৃষ্ণাইত অঘটন; নিশা আকাশৰ পৰা সৰিল বিশেষ সামগ্ৰী

গোৱালপাৰা জিলাৰ কৃষ্ণাইত মঙলবাৰে নিশা প্ৰচণ্ড শব্দ কৰি আকাশৰ পৰা এজন লোকৰ ঘৰৰ চোতালত বেলুন সদৃশ এক বিশেষ সামগ্ৰী সৰি...

Read moreDetails
Page 88 of 127 1 … 87 88 89 … 127

Stay Connected

Recent News