ৰাজনীতি

দিল্লীত উপস্থিত নেপালৰ প্ৰধানমন্ত্ৰী বালেন শ্বাহ! মোদীৰে দ্বিপাক্ষিক বৈঠকৰ পূৰ্বে ভাৰতৰ পৰা বিচাৰিলে ২ বিলিয়ন ডলাৰৰ আৰ্থিক পেকেজ

যোৱা মাৰ্চ মাহত নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথমটো আনুষ্ঠানিক ভাৰত ভ্ৰমণসূচী লৈ ২২ নৱেম্বৰ দেওবাৰে সন্ধিয়া নতুন...

Read moreDetails

পঞ্চায়ত নিৰ্বাচনত পত্নীৰ পৰাজয়: খঙতে গাঁৱৰ ষ্ট্ৰীট লাইট খুলি নিয়াৰ অভিযোগ বিধায়কৰ ব্যক্তিগত সহায়কৰ বিৰুদ্ধে!

ৰাজস্থানৰ টোংক জিলাত পঞ্চায়ত নিৰ্বাচনত পত্নী পৰাজিত হোৱাৰ পাছতেই গাঁৱৰ পথৰ লাইট খুলি নিয়াৰ এক অভিযোগক কেন্দ্ৰ কৰি ব্যাপক চাঞ্চল্যৰ...

Read moreDetails

আৰক্ষীৰ বিভ্ৰান্তি! উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বুলি ভাবি ‘গাৰ্ড অৱ অনাৰ’ ওৱাইছিক; তোলপাৰ ৰাজ্য

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক আদৰণি জনোৱাৰ বাবে প্ৰস্তুতি চলি আছিল। চাৰ্কিট হাউচত মোতায়েন কৰা হৈছিল আৰক্ষী জোৱান। কিন্তু ন্যায়াধীশ অহাৰ পূৰ্বেই...

Read moreDetails

অপাৰেচন সিন্দুৰত পাকিস্তানক কিয় সহায় কৰিছিল চীনে? আমেৰিকাৰ প্ৰতিবেদনত ফাদিল কাৰণ

অপাৰেচন সিন্দুৰৰ সময়ত চীনে পাকিস্তানক কিয় সহায় কৰিছিল? ইয়াৰ আঁৰত কেৱল পাকিস্তানৰ সৈতে বন্ধুত্ব নে আন ডাঙৰ কৌশল? আমেৰিকাৰ কংগ্ৰেছৰ...

Read moreDetails

কংগ্ৰেছ ২৬৯, বিজেপি মাত্ৰ ৭৩! ৰাজস্থানৰ পঞ্চায়ত নিৰ্বাচনত উলটিল খেল

যোৱা ছেপ্টেম্বৰ মাহত ৰাজস্থানত পৌৰসভাৰ নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিছিল। অৱশ্যে গাঁৱত মুখথেকেচা খাই মুখত পৰিল বিজেপি। দুমাহৰ ভিতৰতে ৰাজস্থান পঞ্চায়ত...

Read moreDetails

নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত কিয় বাদ পৰিল মহম্মদ ছিৰাজ? কংগ্ৰেছ সাংসদ ইমৰান মাছুদৰ অভিযোগ আৰু বিজেপিৰ প্ৰত্যাক্ৰমণক লৈ তীব্ৰ চৰ্চা

নিউজিলেণ্ডৰ ৱেলিংটনত ১৯ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা প্ৰথমখন টেষ্ট মেচত ভাৰতীয় দলৰ মূল একাদশত বেগী বলাৰ মহম্মদ ছিৰাজক স্থান নিদিয়াৰ...

Read moreDetails

ক্ৰিমিয়া দলং আক্ৰমণক লৈ ক্ষুব্ধ পুটিন; দিলে ইউক্ৰেইনক উপযুক্ত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ

চীনত একেলগে বহিছিল বিশ্বৰ তিনিজন শীৰ্ষ নেতা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং।...

Read moreDetails

বিয়লি ৫ বজাৰ পাছত ক’ৰ পৰা আহিল লাখ লাখ ভোট? ২০২৪ৰ নিৰ্বাচনক লৈ ‘ৰিপ’ৰ্টাৰ্ছ কালেকটিভ’ৰ প্ৰতিবেদনত ফাদিল চাঞ্চল্যকৰ তথ্য

ভোটাৰ তালিকাৰ এছআইআৰ প্ৰক্ৰিয়াক লৈ দেশজুৰি চৰ্চা অব্যাহত থকাৰ মাজতে স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান ‘ৰিপ’ৰ্টাৰ্ছ কালেকটিভ’ৰ এক শেহতীয়া প্ৰতিবেদনে ২০২৪ চনৰ...

Read moreDetails

আজি ৰোহিংগীয়া গণহত্যাক লৈ ঐতিহাসিক ৰায়ৰ সন্মুখীন ম্যানমাৰ; বিশ্বত কিদৰে হৈছিল অন্যান্য গণহত্যাৰ বিচাৰ?

২০১৭ চনত ৰাখাইনত ৰোহিংগীয়া লোকৰ বিৰুদ্ধে গণহত্যাৰ অভিযোগত ম্যানমাৰৰ বিৰুদ্ধে গোচৰৰ ৰায়দান আজি বৃহস্পতিবাৰে ঘোষণা কৰাৰ কথা। অভিযোগ দাখিল কৰাৰ...

Read moreDetails
Page 1 of 27 1 2 … 27

Stay Connected

Recent News