কাষৰ কোনোবাই জোৰেৰে খাদ্য চোবালে বা উশাহ ল’লে আপোনাৰ মেজাজ গৰম হয় নেকি? বা কোনোবাই কলম টুকুৰিয়াই থকা বা পানীয়...
Read moreDetailsমোবাইল ফোন চাৰ্জিং কৰাৰ সময়ত কেইবাটাও সাৱধানতা আছে। আমাৰ বহুতেই হয়তো সেইবোৰৰ বিষয়ে নাজানে। সাধাৰণতে বহুতে সদায় মোবাইল ফোনটো ১০০...
Read moreDetailsআমি ডিজিটেল যুগত বাস কৰিছো। গতিকে আজিৰ ল’ৰা-ছোৱালী জন্মৰ পৰাই মোবাইলৰ লগত পৰিচিত। সেই পৰিচিতিৰ পৰাই ক্ৰমান্বয়ে গেজেটৰ প্ৰতি প্ৰেম...
Read moreDetailsগ্ৰীণ টিৰ প্ৰভাৱ পৰীক্ষা কৰিবলৈ গৱেষকসকলে এন্দুৰক চাৰি সপ্তাহৰ বাবে উচ্চ কেলৰিযুক্ত “কেফেটেৰিয়া” খাদ্য খুৱাইছিল, যিটো চকলেট, কুকিজ, মিঠা গাখীৰৰ...
Read moreDetailsসকলোতো ঠিকেই চলি আছিল। দৈনিক কথা-বতৰা, দেখা-সাক্ষাৎ, বাৰ্তা আদান-প্ৰদান। কিন্তু হঠাৎ সকলো সলনি হৈ গ’ল। উত্তৰ আহে, কিন্তু বহুত দেৰিকৈ।...
Read moreDetailsআচাৰ্য চাণক্যক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ অৰ্থনীতিবিদ বুলি গণ্য কৰা হয়। চাণক্যৰ সফলতাৰ নীতি আধুনিক যুগতো প্ৰাসংগিক। তেওঁৰ পৰামৰ্শ পালন কৰি এজন...
Read moreDetailsপিতৃ-মাতৃয়ে প্ৰায়ে সন্তানক পঢ়া-শুনাত ভাল ফলাফল দেখুৱাবলৈ উৎসাহিত কৰে। কিন্তু শিশুৰ সফলতা কেৱল কিতাপৰ মাজতে সীমাবদ্ধ নহয়। তেওঁলোকক সুস্থ, সক্ৰিয়...
Read moreDetailsআমি এতিয়া অফিচত বেছিভাগ সময় বহি কাম কৰোঁ। কেৱল অফিচ বুলিয়েই নহয়, এতিয়া বেছিভাগ ডাঙৰ ডাঙৰ কোম্পানীয়ে ৱৰ্ক ফ্ৰম হোমো...
Read moreDetailsআমাৰ শৰীৰৰ এটা অতি গুৰুত্বপূৰ্ণ অংগ হ’ল যকৃত (লিভাৰ)। ই তেজ পৰিষ্কাৰ কৰা, পাচনত সহায় কৰা, শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ...
Read moreDetailsকৰ্মক্ষেত্ৰত বহুত চাপ পৰিলে বা ঘৰত হতাশ বা অকলশৰীয়া অনুভৱ কৰিলে মনটোৱে আইচক্ৰীম, চিপচ বা চকলেটৰ বাবে হাহাকাৰ কৰে নেকি?...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd