উৎসৱৰ বতৰত ভাৰতীয় অটোমোবাইল খণ্ডলৈ আহিল ডাঙৰ চমক। জনপ্ৰিয় দুচকীয়া বাহন নিৰ্মাতা কোম্পানী কাৱাছাকিয়ে (Kawasaki) ভাৰতীয় বজাৰত আনুষ্ঠানিকভাৱে মুকলি কৰিছে...
Read moreDetailsবৰ্তমান সময়ত কাৰোবাৰ লগত সম্পৰ্ক গঢ়ি তোলা আৰু বজাই ৰখাটো বৰ কঠিন হৈ পৰিছে। চকুৰ আগতে সংসাৰ ভাঙি যোৱা দেখাৰ...
Read moreDetailsবিশ্ব ক্ষুধা সূচক (গ্ল’বেল হাংগাৰ ইনডেক্স) ২০২৬ য়ে পুনৰবাৰ ক্ষুধা আৰু অপুষ্টিৰ বিৰুদ্ধে ভাৰতৰ অগ্ৰগতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। ১২২খন...
Read moreDetailsভাৰতীয় ক্ৰিকেট দলৰ দুই প্ৰাক্তন অধিনায়ক বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই ২০২৭ চনৰ বিশ্বকাপত অংশগ্ৰহণ কৰিবনে নাই, সেই সিদ্ধান্ত গ্ৰহণৰ...
Read moreDetailsবিশ্বজুৰি 'এণ্টিবায়টিক ৰেজিষ্টেন্স' বা এণ্টিবায়টিক প্ৰতিৰোধ ক্ষমতা এক নতুন আৰু ভয়ংকৰ সমস্যা হিচাপে থিয় দিছে। অনিয়ন্ত্ৰিতভাৱে এণ্টিবায়টিক গ্ৰহণ কৰাৰ ফলত...
Read moreDetailsদেশৰ বিভিন্ন চহৰত ক্ৰমাৎ বৃদ্ধি পাইছে বায়ুদূষণ। ৰাস্তালৈ ওলালেই ধূলি, ধোঁৱা আৰু বতাহত ওপঙি থকা অতি সূক্ষ্ম প্ৰদূষিত কণাৰ সন্মুখীন...
Read moreDetailsবলিউডৰ ভাইজান ছলমান খানৰ বিয়াক লৈ পুনৰ চৰ্চা আৰম্ভ হৈছে। জনপ্ৰিয় টেলিভিছন অনুষ্ঠান ‘কফি উইথ কৰণ’ৰ শেহতীয়া ছিজনৰ প্ৰথম খণ্ডতে...
Read moreDetailsচকলেট বা মিঠাই দেখিলেই বহুতো লোকৰ খাবলৈ মন যায় যদিও শৰীৰৰ ওজন বৃদ্ধি পোৱাৰ আশংকাত ইয়াৰ পৰা বিৰত থাকিবলগীয়া হয়।...
Read moreDetails১৯১২ চনৰ ১৩ অক্টোবৰ। লণ্ডনৰ ছাউথ কেনছিংটনৰ পৰা লিখা এখন চিঠি। চিঠিখনৰ লেখক বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু প্ৰাপক ইংৰাজ গণিতজ্ঞ...
Read moreDetailsকেৱল বজাৰলৈ গ’লেই অনুভৱ কৰিব পাৰি যে কেঁচা শাক-পাচলি, পিঁয়াজ, আৰু আনকি সৰু সৰু বস্তুৰ দামো কিমান বাঢ়িছে। বজাৰত বহুদিনৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd