বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদানৰ বাবে জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ কে চি ত্যাগীয়ে...
Read moreDetailsইৰানত চৰকাৰ বিৰোধী আন্দোলনে তীব্ৰতৰ ৰূপ ধাৰণ কৰাৰ লগে লগে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। ইণ্টাৰনেট নিৰীক্ষণকাৰী সংস্থা 'নেটব্লকছ' এ...
Read moreDetailsমৃত্যুদণ্ডৰ পৰা ৰক্ষা পোৱা ভাৰতীয় নৌসেনাৰ প্ৰাক্তন বিষয়া পূৰ্ণেন্দু তিৱাৰীক পুনৰ কাটাৰত গ্ৰেপ্তাৰ কৰা হৈছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শুকুৰবাৰে...
Read moreDetailsগুজৰাটত এগৰাকী ১৫ বছৰীয়া কিশোৰীক অপহৰণ কৰি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৮ জন লোকৰ বিৰুদ্ধে। ইয়াৰে তিনিজন অভিযুক্ত নাবালিকাগৰাকীৰ...
Read moreDetailsভয়ংকৰ, মৰ্মান্তিক। আকৌ নিয়ন্ত্ৰণহীন গাড়ীৰ তীব্ৰ গতিৰ বলি পথাচাৰী। বহুতে মৃত্যুৰ সৈতে যুঁজি আছে। এখন অ’ডি গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই ইটোৰ...
Read moreDetailsপূব হিমালয়ৰ দুৰ্গম উচ্চভূমিত, য’ত লঘু বতাহ বয় যদিও প্ৰকৃতি ৰুক্ষ, তাত এটা আচৰিত উদ্ভিদ নিৰৱে গজি উঠে। ইয়াৰ নাম...
Read moreDetailsৰিচেপচনিষ্ট অংকিতা ভাণ্ডাৰীৰ হত্যাকাণ্ডৰ চিবিআই তদন্তৰ বাবে পৰামৰ্শ আগবঢ়াইছে উত্তৰাখণ্ড চৰকাৰে। শুকুৰবাৰে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে।...
Read moreDetailsহিমাচল প্ৰদেশৰ ছিৰমৌৰ জিলাৰ হৰিপুৰধাৰত আজি বিয়লি এক ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। ছিমলা...
Read moreDetailsভাৰতৰ ক্ৰমাগত জল প্ৰদূষণৰ সমস্যাই বৰ্তমান এক জনস্বাস্থ্যৰ জৰুৰীকালীন অৱস্থালৈ ৰূপান্তৰিত হৈছে। ২০২৫ চনৰ জানুৱাৰীৰ পৰা ২০২৬ চনৰ আৰম্ভণিলৈকে, দূষিত...
Read moreDetailsআমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্য সচিব হাৱাৰ্ড লুটনিকে শেহতীয়াকৈ এক চাঞ্চল্যকৰ দাবী কৰিছে। তেওঁৰ মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পলৈ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd