দেশ

বলীউদৰ এগৰাকী জনপ্ৰিয় তথা বলিষ্ঠ অভিনেতা অচ্যুত পটদাৰৰ পৰলোকপ্ৰাপ্তি

থ্ৰী ইডিয়টছ ছবিৰ জনপ্ৰিয় সংলাপ ‘আৰে কেহনা ক্যা চাহতে হো’ৰ অভিনেতা অচ্যুত পটদাৰৰ পৰলোক ঘটিছে। সোমবাৰে ৯১ বছৰ বয়সত তেওঁ...

Read moreDetails

শিক্ষকৰ প্ৰহাৰত গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয় এজন ছাত্ৰ! বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে তদন্তৰ দাবী

কেৰালাৰ এখন বিদ্যালয়ত শিক্ষকৰ প্ৰহাৰত গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয় এজন ছাত্ৰ। মাতৃয়ে জনোৱা মতে, স্কুলত প্ৰাৰ্থনাৰ সময়ত পুত্ৰই লাথি...

Read moreDetails

কুকুৰৰ দৌৰাত্ম্য! বিহাৰ ষ্টেচনত এটা কুকুৰৰ বাবে এঘণ্টা পলম এক্সপ্ৰেছ ৰে’ল

মঙলবাৰে বিহাৰৰ ৰাক্সাউল ষ্টেচনত এখন এক্সপ্ৰেছ ৰে’লৰ শ্লীপাৰ ক্লাছৰ ডবাত থকা এটা গৰাকীবিহিন কুকুৰৰ বাবে ৰে’লখন এঘণ্টাৰো অধিক সময় পলম...

Read moreDetails

‘ভোট চুৰি’ক লৈ মৌনতা! ‘আন্না হাজাৰেৰ টোপনি ভাঙিবনে? তীব্ৰ সমালোচনা কংগ্ৰেছৰ

২০১১ চনত যেতিয়া কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰখনে ইটোৰ পিছত সিটো দুৰ্নীতিৰ অভিযোগত বিদ্ধ হৈছিল, তেতিয়া আন্না হাজাৰে ৰাজপথলৈ...

Read moreDetails

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

ইণ্ডিয়া মিত্ৰজোঁটৰ সাংসদসকলে ভাৰতীয় কনষ্টিটিউচন ক্লাবত সোমবাৰে এক যুটীয়া সংবাদমেলত নিৰ্বাচন আয়োগৰ বিৰুদ্ধে পক্ষপাতিত্বৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছৰ সাংসদ...

Read moreDetails

বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

ওড়িশাৰ সম্বলপুৰত পুনৰ সংঘটিত হৈছে এটা লজ্জাজনক দলবদ্ধ ধৰ্ষণৰ ঘটনা। জুজুমুৰা থানাৰ অন্তৰ্গত এলেকাত এগৰাকী নাবালিকাক পাঁচজন যুৱকে অপহৰণ কৰি...

Read moreDetails

সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

সাংবাদিক কংকন বৰঠাকুৰৰ বিৰুদ্ধে ২০১৬ চনত দাখিল কৰা এফআইআৰ বাতিল কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। আদালতে ৰায়দানত কয় যে অবৈধ প্ৰব্ৰজন,...

Read moreDetails

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ এআই ফ্ৰেমৱৰ্ক সম্পৰ্কে উদ্বেগ প্ৰকাশ অল ইণ্ডিয়া বেংক অফিচাৰ্ছ কনফেডাৰেচনৰ

অল ইণ্ডিয়া বেংক অফিচাৰ্ছ কনফেডাৰেচন (AIBOC), যি ৩,২৫,০০০ৰো অধিক বেংক বিষয়াক প্ৰতিনিধিত্ব কৰে, তেওঁলোকে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া (RBI)ৰ প্ৰস্তাৱিত...

Read moreDetails

কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

ইতিমধ্যে শাসকীয় মিত্ৰজোঁট এন ডি এয়ে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে নিজৰ প্ৰাৰ্থী  প্ৰক্ষেপ কৰিছে। দেওবাৰে বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নড্ডাই...

Read moreDetails

এফালে উচ্ছেদ আন ফালে হাজাৰ বিঘা মাটি বহিৰাগত কোম্পানীক প্ৰদান! “অসমৰ প্রতি ইঞ্চি মাটি বেদখলকাৰীৰ পৰা মুক্ত হ’ব- মুখ্য মন্ত্ৰীৰ দাবী

অসম চৰকাৰে চলাই থকা উচ্ছেদ অভিযানত সোমবাৰে বিশ্বনাথ জিলাৰ ৫৫ একৰ চৰকাৰী ভূমি মুকলি কৰে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ছ’চিয়েল...

Read moreDetails
Page 420 of 1777 1 419 420 421 1,777

Stay Connected

Recent News