দেশ

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোচ জনতা পাৰ্টিৰ সংসদ অভিযানৰ সময়ত আৰক্ষীৰ অত্যাচাৰ আৰু অতিসক্ৰিয়তাৰ অভিযোগ তুলি তৰা গোচৰ গ্ৰহণ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে দেশৰ...

Read moreDetails

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

আদালতৰ শুনানিৰ অডিঅ' বা ভিডিঅ' ক্লিপ কাটি ছ'চিয়েল মিডিয়াত পোষ্ট কৰা, ৰি-পোষ্ট কৰা বা তাৰ পৰা ধন উপাৰ্জন কৰাৰ ওপৰত...

Read moreDetails

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

দীৰ্ঘ ২৬ দিনৰ অন্তত সমাজকৰ্মী সোনম ৱাংচুকে নিজৰ আমৰণ অনশন প্ৰত্যাহাৰ কৰিছে। বৃহস্পতিবাৰে নিশা গুৰুগ্ৰামৰ মেদান্ত চিকিৎসালয়ত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে...

Read moreDetails

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু ইয়াৰ পিছত হোৱা খেলিমেলিক লৈ দেশৰ উচ্চতম ন্যায়ালয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰৰ...

Read moreDetails

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

নতুন দিল্লীৰ যন্তৰ মন্তৰত ককৰোচ জনতা পাৰ্টী চমুকৈ চি জে পিৰ প্ৰতিবাদত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলৰ বাবে ১৫০ খন পিজ্জা পঠিয়াই...

Read moreDetails

ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিল্লী বিশ্ববিদ্যালয়ৰ

দিল্লী বিশ্ববিদ্যালয়ে বৃহস্পতিবাৰে নিজৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে। বিশ্ববিদ্যালয়ে সকিয়নি দিছে...

Read moreDetails

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

ভাৰতৰ শিক্ষা ব্যৱস্থাই এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ মাজেৰে গৈ থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে টি কে অনিল কুমাৰক নতুন বিদ্যালয় শিক্ষা সচিব...

Read moreDetails

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

দেশৰ বেছিভাগ বিমান বন্দৰ বৰ্তমান তেওঁলোকৰ অধীনত। প্ৰায় সকলো ক্ষেত্ৰতে তেওঁলোকৰ বিনিয়োগ বিয়পি আছে। এতিয়া হেনো আদানি গোটে বিমান সংস্থাও...

Read moreDetails

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

ৰাজধানী দিল্লীত চলি থকা ছাত্ৰ প্ৰতিবাদৰ বাবে মেট্ৰ’ ষ্টেচনসমূহ বন্ধ কৰি ৰখাৰ ঘটনাক লৈ এইবাৰ তীক্ষ্ণ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতৰ...

Read moreDetails

২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

দীৰ্ঘ ২৬ দিনৰ পাছত অৱশেষত বৃহস্পতিবাৰে নিশা অনশন ভাঙিলে সমাজকৰ্মী সোনম ৱাংচুকে। দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী...

Read moreDetails
Page 83 of 1850 1 … 82 83 84 … 1,850

Stay Connected

Recent News