দেশ

ব্যৱসায়ী কেতন আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

পুনেৰ ঐতিহাসিক লোহাগড় দুৰ্গত ২৪ বছৰীয়া যুৱ ব্যৱসায়ী কেতন বিশাল আগৰৱালাৰ হত্যাকাণ্ডৰ তদন্তত ডাঙৰ সত্য পোহৰলৈ আহিছে। পুনেৰ এই বিখ্যাত...

Read moreDetails

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত (মোডী কেবিনেট) বৃহৎ পৰিৱৰ্তনৰ জল্পনা-কল্পনা তীব্ৰতৰ হৈ পৰিছে। অহা দেওবাৰ বা সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ আৰু...

Read moreDetails

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

১৯৮৫ চনৰ ২৩ জুনৰ কথা। কানাডাৰ মণ্ট্ৰিয়েলৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমান কনিষ্ক উৰা মাৰিছিল। গন্তব্যস্থান আছিল লণ্ডন হৈ দিল্লী। কিন্তু...

Read moreDetails

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

ভাৰতত পাছপ’ৰ্টক লৈ সৃষ্টি হোৱা এক বিতৰ্কই সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ বিদেশ মন্ত্ৰালয়ে পাছপ’ৰ্ট সেৱা দিৱসৰ দিনা...

Read moreDetails

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

অৱশেষত ইৰাণ আৰু আমেৰিকাৰ মাজত শান্তি চুক্তি সম্পন্ন হৈছে আৰু ইয়াৰ লগে লগে ষ্ট্ৰেইট অৱ হৰমুজ মুকলি হোৱাৰ লগতে জাহাজৰ...

Read moreDetails

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে তেওঁৰ বিৰুদ্ধে তৰা এটা মানহানিৰ গোচৰৰ পৰা সকাহ বিচাৰি মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ...

Read moreDetails

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

জনপ্ৰিয় কানাড়া অভিনেত্ৰী, মডেল তথা ‘বিগ বছ কানাড়া’ৰ প্ৰাক্তন প্ৰতিযোগী কৃষি থাপাণ্ডাৰ’ বাংগালুৰুৰ ফ্লেটত এজন যুৱকৰ ওলমি থকা মৃতদেহ উদ্ধাৰ...

Read moreDetails

এপলৰ গ্ৰাহকক ডাঙৰ মাধমাৰ: ভাৰতত ১ লাখ টকালৈকে বৃদ্ধি পালে মেকবুক আৰু আইপেডৰ দাম

ভাৰতৰ এপল গ্ৰাহকসকলৰ বাবে এটা অতি বেয়া খবৰ আহি পৰিছে। এপল কোম্পানীয়ে ভাৰতত নিজৰ মেকবুক আৰু আইপেডৰ দাম এক বুজন...

Read moreDetails

ৰাম মন্দিৰৰ চান্দা কেলেংকাৰী: এছ আই টিৰ প্ৰতিবেদনৰ পাছতেই দাখিল হ’ল এজাহাৰ

অযোধ্যাৰ ৰাম মন্দিৰৰ নামত সংগ্ৰহ কৰা চান্দাৰ ধন আত্মসাৎ কৰাৰ অভিযোগত এখন এফ আই আৰ দাখিল কৰা হৈছে। বিশেষ তদন্তকাৰী...

Read moreDetails

চৰকাৰী চিকিৎসালয়ত কেঁচুৱা জন্ম হ’লে সোণৰ আঙঠি; ঘোষণা কৰিলে তামিলনাডু চৰকাৰে

নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ বাবে ৰাজ্য চৰকাৰৰ এয়া এক ডাঙৰ পদক্ষেপ! জানিব পৰা গৈছে যে এইবাৰ চৰকাৰী চিকিৎসালয়ত কেঁচুৱা জন্ম হ’লে...

Read moreDetails
Page 82 of 1815 1 81 82 83 1,815

Stay Connected

Recent News